অৱশেষত ঘোৰ নিদ্ৰা ভংগ ৰজাঘৰৰ! যাত্ৰীক আজিৰে পৰা লাইফ জেকেট পিন্ধি উঠোৱা হয় ফেৰীত
দেশ কঁপাই যোৱা নিমাতী ঘাটৰ শিহৰণকাৰী নাওঁ দুৰ্ঘটনায়ে বৰ্তমানেও শোক বিৰাজ কৰি আছে। মৰণ কাতৰ অৰ্তনাদবোৰ আজিও প্ৰত্যেক জন হৃদয়বান লোকৰ অন্তৰত বাজি আছে। চৰকাৰৰ চৰম গাফিলতিৰ বাবেই এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ বহুজনৰ আৰু তাৰ সমান্তৰাল ভাবে…