বিজেপি প্ৰাৰ্থীৰ কনভয়ত আক্ৰমন উত্তৰ প্ৰদেশত
পশ্চিম উত্তৰ প্ৰদেশৰ বহুকেইখন গাঁৱলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা আগন্তুক নিৰ্বাচনৰ বহুকেইজন বিজেপি প্ৰাৰ্থীৰ কনভয়লৈ ক'লা পতাকা দেখুওৱাৰ লগতে বোকা নিক্ষেপ কৰে গাঁওবাসীয়ে ।
এক ঘটনাত চিৱালখাচৰ বিজেপি প্ৰাৰ্থী মানিন্দৰপাল সিং বিগত ২৪ জানুৱাৰীৰ…