সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#bipinrawat

বিপিন ৰাৱটৰ ভাতৃয়ে যোগ দিলে বিজেপিত

ভাৰতৰ প্ৰথম চীফ অৱ দ্য ডিফেন্স ষ্টাফ প্ৰয়াত বিপিন ৰাৱটৰ ভাতৃ বিজয় ৰাৱটে বিজেপিত যোগদান কৰিছে ৷বুধবাৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিঙ ধামিৰ উপস্থিতিত তেও বিজেপি দলত যোগদান কৰে ৷ বিজয় ৰাৱট ভাৰতীয় সেনাৰ এগৰাকী অবসৰপ্ৰাপ্ত কৰ্ণেল ৷তেও…

CDS জেনেৰেল বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কাৰণ উদঘাটন

বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কাৰণ উদঘাটন। বিগত মাহৰ ৮ ডিচেম্বৰত দেশৰ প্ৰথম প্ৰতিৰক্ষা কৰ্মচাৰী প্ৰধান (চিডিএছ) জেনেৰেল বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল। দুৰ্ঘটনাটোত ৰাৱাটৰ পত্নীসহ ১২ জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল।…

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে তামিনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত আহত কেপ্টেইন বৰুণ সিঙে

অৱশেষত গ্ৰুপ কেপ্টেইন বৰুণ সিঙেও আজি মৃত্যুৰ ওচৰত হাৰ মানিলে। আজি কিছু সময় পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰিলে বীৰ সৈনিকগৰাকীয়ে। ৮ ডিচেম্বৰত তামিলনাডুত সংঘটিত হোৱা শোকাৱহ দুৰ্ঘটনাত একমাত্ৰ জীৱীত ব্যক্তি আছিল কেপ্টেইন বৰুণ সিং। উল্লেখ্য যে…