সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#assam_flood

বানৰ সময়ত সময় নোলাল৷ কিন্তু বানৰ পাছত অসমলৈ সোঁত বব কেন্দ্ৰীয় মন্ত্ৰীৰ৷

বানৰ সময়ত সময় নোলাল৷ কিন্তু বানৰ পাছত অসমলৈ সোঁত বব কেন্দ্ৰীয় মন্ত্ৰীৰ৷ বান প্ৰতিৰোধ নহয়,কংগ্ৰেছক প্ৰতিৰোধৰ বাবেহে অসমলৈ কিয় বিজেপিৰ ৰথী মহাৰথী? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি –…

নিজ ৰাজ্যৰ নাগৰিকক নিৰাপত্তা দিয়াত উদাসীন হিমন্ত বিশ্ব শৰ্মা

৫০০ শতাধিক কমাণ্ডো বাহিনী আৰু চি আৰ পি এফ জোৱানেৰে হোটেল ৰেডিচন ব্লুত বাহৰ পতা বহি:ৰাজ্যৰ ভিভিআইপিক সুৰক্ষা দিয়া অসম চৰকাৰৰ আহৰি নাই বানত সৰ্বশ্ৰান্ত হোৱা নাগৰিকক সুৰক্ষা দিবলৈ। https://youtu.be/TAJXLNIhFts

বিজেপিৰ বাবে অসমৰ বানপানী পৰ্যটনৰ বিষয় নেকি?

আহিব লাগিছিল প্ৰধানমন্ত্ৰী। কিন্তু গুজৰাটৰ পৰা আহি পালে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ দল। বানে ৯৫ জন লোকৰ জীৱন কাঢ়ি নিয়াৰ পাছতো খবৰ নাই বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ। কেৱল ৰাজনীতিৰ সময়তহে অসমলৈ মনত পৰে নেকি বিজেপিৰ? স্বতন্ত্ৰতাৰ বাবে…

জনতাক বানৰ মাজত এৰি ৰাজনীতিত ব্যস্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

অসমৰ ৩৪ খন জিলা বানৰ মাজত। বানত মৃত্যু ৭১ জনৰ। সতীৰ্থ মন্ত্ৰীসহ মুখ্যমন্ত্ৰী ব্য়স্ত নিৰ্বাচনী প্ৰচাৰত। চাওক বানাক্ৰান্তৰ প্ৰতি মুখ্যমন্ত্ৰীৰ দায়বদ্ধতাৰ নিৰ্দশন। স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ…

২৫ টাকৈ বিপদজনক বুলি চিনাক্ত হ্ৰদৰ পানী বাগৰিলে কোনে ৰক্ষা কৰিব পাৰিব অসমক?

ভূটানৰ ২৫ টা হ্ৰদে বিপদ মাতিব অসমলৈ৷ এটা হ্ৰদৰ পানী বাগৰাৰ ফলতেই জলপ্ৰলয় হৈছিল নামনি অসমত৷ ২৫ টাকৈ বিপদজনক বুলি চিনাক্ত হ্ৰদৰ পানী বাগৰিলে কোনে ৰক্ষা কৰিব পাৰিব অসমক? এক প্ৰতিবেদন৷ স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে…

কনিষ্টবল পদৰ প্ৰাৰ্থীলৈ অসম আৰক্ষীৰ বিশেষ নিদৰ্শনা

অসম আৰক্ষীত আৰম্ভ হৈছে কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত যাতে কোনেও বক্ৰ পথৰে চাকৰি লব নোৱাৰে তাৰ বাবে সষ্টম হৈছে অসম আৰক্ষী। কোনো মধ্যভোগীক উৎকোচ নিদিবলৈ প্ৰাৰ্থী সকলক সকীয়ণি জাৰি কৰিছে আৰক্ষীয়ে। পাৰদৰ্শিতা আৰু যোগ্যতাৰ ভিত্তিতে…

গধূৰ যান বাহন নচলিব কাজিৰঙাৰ মাজেৰে !

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শেহতীয়া বান পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে অসম আৰক্ষীৰ তৰফৰ পৰা কেতবোৰ নীতি- নিৰ্দেশনা জাৰী কৰা হৈছে। বানৰ প্ৰকোপ নকমালৈকে কাজিৰঙাৰ মাজেৰে গধূৰ যান-বাহন চলাচলত বাধা আৰোপ কৰা…

আত্মজাহ দিব এজন বিধায়কে

বঙাইগাঁওৰ আই নৈৰ খহনীয়া দেখি চিন্তিত এজন বিধায়ক। স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰে দীৰ্ঘ দিন ধৰি চৰকাৰক খহনীয়া প্ৰতিৰোধ কৰিবৰ বাবে আহ্বান জনাই আহিছে যদিও কিন্তু এই পৰ্যন্ত কোনো ধৰণৰ সুফল লাভ কৰা নাই সাধাৰণ লোকসকলে। যিহেতু খহনীয়াৰ…