বিজেপিৰ বাবে অসমৰ বানপানী পৰ্যটনৰ বিষয় নেকি?

Share This Article

আহিব লাগিছিল প্ৰধানমন্ত্ৰী। কিন্তু গুজৰাটৰ পৰা আহি পালে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ দল। বানে ৯৫ জন লোকৰ জীৱন কাঢ়ি নিয়াৰ পাছতো খবৰ নাই বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ। কেৱল ৰাজনীতিৰ সময়তহে অসমলৈ মনত পৰে নেকি বিজেপিৰ?

স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit: https://thecrosscurrent.in/ Follow Us Facebook: https://www.facebook.com/TheCrossCurrent YouTube: https://www.youtube.com/c/TheCrossCurrentYoutube Instagram: https://www.instagram.com/crosscu Twitter: https://twitter.com/CurrentCross #AssamFloods #BJPGovt #NarendraModi #AmitShah #maharashtra #SivSena #MLA #Guwahati #Gujarat #thecrosscurrent  @The CrossCurrent 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.