ক’ভিদ প্ৰট’কল উলংঘা কৰি শাসক বিৰোধীৰ মনোনয়ন দাখিল
ৰাজ্যত অনুষ্ঠিত হ'ব লগিয়া উপ নিৰ্বাচনৰ বাবে শক্তি প্ৰদৰ্শনত ব্যস্ত শাসক বিৰোধী ৰাজনৈতিক দলসমূহ। মনোনয়ন দাখিলৰ বাবে প্ৰশাসনে জনোৱা আহ্বান নস্যাৎ কৰাৰ ঘটনাক লৈ ৰাজ্যজুৰি এতিয়া তীব্ৰ প্রতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। ৰাইজক ক'ভিদ নীতি…