সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

anti caa protest

অখিল গগৈৰ আইনী যুঁজৰ বাবে জুবিন গাৰ্গে আগবঢ়ালে পঞ্চাশ হাজাৰ টকাৰ সাহায্য

'কা' আন্দোলনৰ বন্দী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ আইনী যুঁজৰ বাবে জুবিন গাৰ্গৰ "কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন"ৰ ৫০,০০০ (পঞ্চাছ হাজাৰ) টকাৰ অৰ্থ সাহাৰ্য্য প্ৰদান। কৃষক নেতা অখিল গগৈৰ মুক্তিৰ বাবে আইনী যুজঁ চলাবলৈ যোৱা ১৩ আগষ্টৰ…

দিল্লী সাম্প্ৰদায়িক সংঘৰ্ষৰ গোচৰত দেৱাঙ্গনা কলিতাক জামিন মঞ্জুৰ দিল্লী উচ্চ ন্যায়ালয়ৰ

আজি দিল্লী উচ্চ ন্যায়ালয়ৰ এক জনীয়া বিচাৰপীঠে দেবঙ্গনা কলিতাক তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা FIR No 50/2020 ত জামিন মঞ্জুৰ কৰে। ইয়াৰ লগে লগে তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা ৪ তা গোচৰৰ তিনিটা গোচৰতে জামিন লাভ কৰে দেৱাঙ্গনা কলিতাই। আজি জামিন লাভ কৰা গোচৰত…

শ্বাহীনবাগৰ প্ৰতিবাদকাৰীৰ বিজেপিত যোগদানক লৈ অস্বস্তিত গেৰুৱা দলটো

যোৱা কিছুদিন পূৰ্বে প্ৰায় শতাধিক শাহীনবাগৰ 'কা' বিৰোধী প্ৰতিবাদকাৰীয়ে যোগদান কৰিছিল বিজেপিত। গেৰুৱা দলটোৰ বহুতো জ্যোষ্ঠ নেতাৰ উপস্থিতিত হোৱা এই যোগদান কার্যসূচীয়ে এতিয়া শলঠেকত পেলাইছে দলটোক। শ্বাহীনবাগৰ এই প্ৰতিবাদকাৰী সকলৰ বিজেপিত যোগদানৰ…

দিল্লী পুলিচৰ ওচৰত দেৱাঙ্গনা কলিতাৰ বিৰুদ্ধে প্ৰৰোচনামূলক মন্তব্য কৰাৰ ভিডিঅ’ নাই: দিল্লী পুলিচে…

নৰ্থ ইষ্ট দিল্লী সাম্প্ৰদায়িক গোচৰত বৰ্তমান ন্যায়িক জিম্মাত থকা দেৱাঙ্গনা কলিতাৰ জামিনৰ বিৰোধিতা কৰি দিল্লী পুলিচে উচ্চ ন্যায়ালয়ক কয় যে তেওঁলোকৰ ওচৰত দেৱাঙ্গনা কলিতাই কোনো ধৰণৰ প্ৰৰোচনামূলক মন্তব্য কৰাৰ ভিডিঅ’ নাই। এই কথা উচ্চ ন্যায়লয়ক…