সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

akhilgogoi

বিভাজিত বিৰোধীয়ে বিজেপিৰ বিজয় মসৃণ কৰিছে নেকি ?

উপ –নিৰ্বাচন সমাগত ৷ ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিত এই মুহূৰ্তত উপ –নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে ৷ কিন্তু উপ –নিৰ্বাচনৰ দিন চমু চাপি আহিলেও এতিয়াও যেন বিৰোধী দলসমূহ একত্ৰিত হ’ব পৰা নাই ৷ বাৰে বাৰে আউল লাগিছে বিৰোধী ঐক্যত ৷…

অখিল গগৈৰ প্ৰতি কিমান সহমৰ্মী ডা: নোমল মমিন ? ক’লে অখিলৰ ঘণিষ্ঠ কমলে

সোমবাৰে বিধানসভাত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বাজেট বিতৰ্কত অংশগ্ৰহণ কৰি নিজৰ ভাষণ আগবঢ়াই আছিল ৷ সেই সময়ত বিধানসভাৰ অধ্যক্ষৰ আসনত আছিল উপাধ্যক্ষ ডা: নোমল মমিন ৷ অখিল গগৈৰ বাবে নিৰ্ধাৰিত সময় আছিল ৪ মিনিট ৷ কিন্তু তেও প্ৰায় ৭ মিনিট ধৰি নিজৰ…