সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#akhil_gogoi

মই ক্ষমা বিচাৰিছো।’ ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ কিয় ক্ষমা বিচাৰিলে বিধায়ক অখিল গগৈয়ে?

মই ক্ষমা বিচাৰিছো।' ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ কিয় ক্ষমা বিচাৰিলে বিধায়ক অখিল গগৈয়ে? https://youtu.be/CGJSrp-lia8

কেতিয়া সংশোধন হ’ব বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আচৰণ?

সংসদৰ ভিতৰত বাৰণ কৰা হ'ল বিশেষ কিছুমান শব্দ।কিন্তু সংসদৰ বাহিৰত নেতাৰ যি মন যায় তাকে ক'ব পাৰি নেকি?সংসদৰ বাহিৰত জনপ্ৰতিনিধিয়ে শালীনতা ৰক্ষা কৰিব নালাগে নেকি? https://youtu.be/rJ5fo4OYO10

কোভিড কালত অসম চৰকাৰে দিয়া পিপিই কিটৰ ঠিকা সন্দর্ভত উত্তৰ দিব পাৰিলেনে এনএইছএমে?

কোভিড কালত অসম চৰকাৰে দিয়া পিপিই কিটৰ ঠিকা সন্দর্ভত উত্তৰ দিব পাৰিলেনে এনএইছএমে? এনএইছএমৰ বিষয়াক সন্মুখত ৰাখি এটা এটা প্ৰশ্ন সুধিলে অখিল গগৈয়ে৷ অখিল গগৈৰ প্ৰশ্নত কি উত্তৰ দিলে এনএইছএমে? এক প্ৰতিবেদন৷ …

অখিল গগৈৰ মানহানি কৰি বিপদত কৰিমউদ্দিন বৰভূঞা ৷

অখিল গগৈৰ মানহানি কৰি বিপদত কৰিমউদ্দিন বৰভূঞা৷ অখিলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি সত্য প্ৰমাণত ব্যর্থ হল কৰিমউদ্দিন৷ কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে এইবাৰ আদালতৰ দাৰস্থ হ’ল অখিল গগৈ৷তৰিলে এশ কোটি টকাৰ মানহানি গোচৰ- স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ…

ৰাইজৰ দলে স্বীকৃতি পালে পঞ্জীয়নভুক্ত ৰাজনৈতিক দল হিচাপে

সম্পূৰ্ণ হ'ল 'ৰাইজৰ দল'ৰ পঞ্জীয়ন প্ৰক্ৰিয়া। 'ৰাইজৰ দল'ক ভাৰতৰ নিৰ্বাচন আয়োগে স্বীকৃতি প্ৰদান কৰিলে এটা পঞ্জীয়নভুক্ত ৰাজনৈতিক দল হিচাপে। বিগত ৪ ফেব্ৰুৱাৰী, ২০২১ বৰ্ষত পঞ্জীয়নৰ বাবে আবেদন কৰা ৰাইজৰ দলে বিগত বুধবাৰে ডাকযোগে লাভ কৰে ভাৰতীয়…

‘অসমত আদালতৰ প্ৰয়োজন নাই৷হিমন্ত বিশ্ব শর্মাই এতিয়া মুখ্যমন্ত্ৰী,পুলিচ,আইন আদালত আৰু…

'অসমত আদালতৰ প্ৰয়োজন নাই৷হিমন্ত বিশ্ব শর্মাই এতিয়া মুখ্যমন্ত্ৰী,পুলিচ,আইন আদালত আৰু বিচাৰক৷' মূল্যবৃদ্ধি আৰু এনকাউন্টাৰক লৈ সৰৱ হল অখিল গগৈ৷৬০ টকা দামৰ পেট্ৰল ৰাইজে কিনিব লগা হৈছে এশ টকাত৷কেনেকৈ কমিব মূল্যবৃদ্ধি?বাখ্যা অখিল গগৈৰ৷…

অসম চৰকাৰৰ তিনিটা বেয়া লক্ষণ কি কি বুলি ক’লে অখিল গগৈয়ে?

মহোদয়৷মোৰ বাবে কেৱল চাৰি মিনিট সময় নির্ধাৰণ কৰা হৈছে৷অথচ মোৰ হাতত হাতী মাৰি ভুৰুকাত ভৰোৱাৰ কোনো যাদুদণ্ড নাই৷পোনে পোনে কেৱল এটা তথ্য পৰীক্ষা কৰো আহক৷আজি অসম বাজেট সর্ন্দভত এনেকৈয়ে সদনত বক্তব্য আৰম্ভ কৰিলে বিধায়ক অখিল গগৈয়ে৷চাৰি মিনিটৰ…

তলাতল ঘৰৰ চাফাই অভিযানত অখিল গগৈ

এতিয়া বনভোজৰ বতৰ। অসমৰ বিভিন্ন পৰ্যটনস্থলীসমূহত এতিয়া পৰ্যটকে ভিৰ কৰা লগতে, পৰিয়াল, বন্ধু তথা আত্মীয়-স্বজনৰ লগত বনভোজ খাবলৈ ভিৰ কৰিছেহি বনভোজস্হলী। ব্যতিক্ৰম নহয় ঐতিহাসিক শিৱসাগৰ। বনভোজৰ অন্যতম স্হলি হৈছে শিৱসাগৰস্থিত তলাতল ঘৰ৷ প্ৰতি বছৰে…

ভাষা নাথাকিলে জাতি নাথাকে- বিধানসভাত প্ৰতিবাদ অখিল গগৈৰ

আজি বিধানসভা অধিবেশনৰ চতুর্থ দিন৷চতুর্থটো দিনত বিধানসভাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। ‘ভাষা নাথাকিলে জাতি নাথাকে’, ‘এ পি এছ চিত অসমীয়া ভাষা শেষ?’ লিখা টিছাৰ্ট পৰিধান কৰি, ডিঙিত গামোচা লৈ প্ৰতিবাদ সাব্যস্ত অখিল…