সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

akhil gogoi

‘কা’ আন্দোলনৰ নেতা অখিল গগৈৰ জামিন আবেদন পুনৰ নাকচ

'কা' আন্দোলনৰ নেতা অখিল গগৈৰ জামিন আবেদন আজি পুনৰ নাকচ কৰিলে 'নিয়া'ৰ আদালতে। চান্দমাৰী থানাৰ ১৩/১৯ গোচৰৰ শুনানিত 'নিয়া'ৰ আদালতে 'কা' আন্দোলনৰ নেতা জনৰ জামিন নাকচ কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই জনোৱা মতে,ইয়াৰ পাছত তেওঁলোকে উচ্চ…

অখিল গগৈ, ধৈৰ্য-মানস-বিটুৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল NIA-ৰ

অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিটু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে থকা NIAৰ ১৩/১৯ নং গোচৰৰ চাৰ্জশ্বীট দাখিল কৰিছে NIA-এ । উল্লেখ্য যে বৃহস্পতিবাৰে চাবুৱা থানাৰ তিনিটা গোচৰত গ্ৰেপ্তাৰ হৈছিল অখিল গগৈ। প্ৰথম ৯০ দিনত নিয়াই চাৰ্জশ্বীট দাখিল কৰাত…

নিয়া আৰু কেতবোৰ প্ৰশ্ন

নিয়াৰ সম্পৰ্কত এনেকৈ চালিজাৰি চাই থাকোতে আৰু কেইটামান বিশেষ তথ্য চকুত পৰিল৷ নিয়াৰ মষ্ট ৱান্টেড এখন তালিকা আছে৷ ‘ৱিকিপেডিয়া’ত প্ৰাপ্ত ৮৩ জনীয়া সেই তালিকাখন ভালদৰে মন কৰোতে দেখিলো তেওঁলোকৰ তালিকাত ইন্টাৰপলে  ৰেড কৰ্ণাৰ নটিছ জাৰি কৰা…