সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

air india

দেশ এৰিলে আফগানিস্তানৰ ৰাষ্ট্ৰপতিয়ে , কাবুল এৰিলে এয়াৰ ইণ্ডিয়াৰ শেষৰখন বিমানে ?

তালিবানৰ ৰাজধানী চহৰ দখলৰ পাছত দেশ এৰিলে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে ৷তেও আমেৰিকালৈ ৰাওণা হোৱা বুলি খবৰ ওলাইছে ৷ তাৰ মাজতে কাবুল এৰিলে এয়াৰ ইণ্ডিয়াৰ শেষৰখন বিমানেও ৷ বিমানখনত আছে ১২৯ গৰাকী যাত্ৰী ৷ দেওবাৰে তালিবানী বাহিনীয়ে কাবুল…

ধৰা পৰিল ক’ৰোণা আক্ৰান্ত

ক'ৰোণা সোমাই পৰিছে এয়াৰ ইণ্ডিয়াৰ দিল্লীৰ মুখ্য কাৰ্যালয়ত। ফলাশ্ৰুতিত দুদিনৰ বাবে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়। এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ৰ এগৰাকী পিয়নৰ কোভিড-১৯ পজিটিভ ধৰা পৰিছে। তাৰবাবেই লোৱা হৈছে এই…

ক’ৰোনাত আক্ৰান্ত চীনৰ গুৱাংঝৌলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমানচালক

এয়াৰ ইণ্ডিয়াৰ ৫জন বিমানচালক আৰু ২ জন টেকনিচিয়ানসহ মুঠ ৭জনৰ শৰীৰত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। বিমান উৰণৰ ৭২ ঘণ্টাৰ পূৰ্বে কৰা পৰীক্ষণত ধৰা পৰিছে এই কথা। ইয়াৰ পিছতেই তেঁওলোকক কোৱাৰেণ্টাইনত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰকাশিত খবৰ অনুসৰি…