উৎকোচ লৈ পুনৰ গ্ৰেপ্তাৰ এজন By The CrossCurrent On Aug 4, 2022 Share উৎকোচ লৈ পুনৰ গ্ৰেপ্তাৰ এজন চৰাইদেউৰ সাপেখাটী ৰাজহ চক্ৰৰ লাটমণ্ডল হৰি প্ৰসাদ দাসক গ্ৰেপ্তাৰ। - Donation - ৫,০০০টকা উৎকোচ লওঁতেই হাতেলোটে গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ।