AFSPAৰ অধীনত উত্তৰ-পূৱৰ অশান্তজর্জৰ অঞ্চলৰ পৰিসীমা হ্রাসৰ সিদ্ধান্ত গ্ৰহণ নৰেন্দ্ৰ মোদীৰ By The CrossCurrent On Mar 31, 2022 Share অসম, মেঘালয় আৰু নাগালেণ্ডত AFSPA (Armed forces special power Act) ৰ অধীনত অশান্তজর্জৰ অঞ্চল সমূহত পৰিসীমা হ্রাসৰ সিদ্ধান্ত গ্ৰহণ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । এই বাৰ্তা টুইটযোগে সদৰী কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। - Donation -