সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ জয়লাভ কিমান সহজ অথবা কিমান জটিল হৈ আছে ?

পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত চাৰিখনতেই বিজয় সাব্যস্ত কৰিলেও ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাটো বিজেপিৰ বাবে সহজসাধ্য হৈ থকা নাই ৷ কেনেকৈ অনুষ্ঠিত হয় ৰাষ্ট্ৰপতিৰ নিৰ্বাচন , বিজেপি প্ৰাৰ্থীৰ জয়লাভ কিমান সহজ অথবা কিমান জটিল হৈ আছে , এই বিষয়টো লৈ আগবঢ়াইছো আজিৰ এই বিশেষ প্ৰতিবেদন-

- Donation -

Leave A Reply

Your email address will not be published.