জনপ্ৰিয়তাৰ তালিকাত প্ৰধানমন্ত্ৰী মোদীৰ স্থান শীৰ্ষত ৷ কিয় ?

Share This Article

মহাভাৰতৰ বানপৰ্বত যুধিষ্ঠিৰৰ প্ৰতি যক্ষৰ প্ৰশ্ন আছিল – এই জগতত সুখী কোন ? উত্তৰত যুধিষ্ঠিৰে কৈছিল – অঋণী , অপ্ৰবাসী অৱস্থাত যিয়ে দিনটোৰ শেষত এমুঠি শাক – অন্ন খাবলৈ পাইছে , তেৱেই প্ৰকৃত সুখী ৷ সুখৰ সংজ্ঞা ইয়াতকৈও বেলেগ থাকিব পাৰে ৷ কিন্তু আজি ২০ মাৰ্চ ৷ আন্তৰ্জাতিক সুখ দিৱস ৷ আজিৰ এই দিনটোত মহাভাৰতৰ দৰেই আপোনাকো সোধা হয় – সুখী কোন বুলি , আপোনাৰ নিশ্চয় হাঁহি উঠিব ৷ কিন্তু আন্তৰ্জাতিক সুখ দিৱসৰ প্ৰাকক্ষণত ভাৰত তথা বিশ্ববাসীৰ সুখ সন্দৰ্ভত প্ৰকাশ পাইছে এটা গুৰুত্বপূৰ্ণ সমীক্ষা ৷ এই সমীক্ষাত ওলাই পৰিছে সাম্প্ৰতিক অৱস্থাত ভাৰতবাসী কিমান সুখী , তাৰ উদ্বেগজনক তথ্য –

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.