উপ – নিৰ্বাচনত বিৰোধীৰ এজনকৈ উমৈহতীয়া প্ৰাৰ্থী !

ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিত উপ – নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে ৷ উপ –নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টি কেইটা হ’ল -গোসাইগাঁও , তামুলপুৰ, মাজুলী আৰু মৰিয়ণি ৷ গোসাইগাও আৰু তামুলপুৰৰ বিধায়ক দুগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে ৷ মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালে…









