উচ্চ ন্যায়ালয়ত নিয়া-বিপদত অখিল গগৈ!

বিপদে লগ এৰা নাই অখিল গগৈক৷সৌ সিদিনা নিয়াৰ আদালতে দোষমুক্ত ঘোষণা কৰা অখিল গগৈৰ বিৰুদ্ধে পুনৰ তৎপৰ হৈ উঠিছে নিয়া৷ চর্চিত বাতৰি অনুসৰি  নিয়াৰ আদালতে অখিল গগৈৰ সপক্ষে দিয়া ৰায়ক প্ৰত্যাহ্বান জনাই এইবাৰ নিয়া দাৰস্থ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ৷

মৃত্যু সন্নিকট – আদালতত আৰু কি কৈছিল ষ্টেন স্বামীয়ে ?

মানুহজনৰ নাম ষ্টেন স্বামী ৷ বয়স ৮৪ ৷ জনজাতীয় লোকৰ অধিকাৰৰ হৈ আজীৱন যুঁজ দি অহা এজন সমাজকৰ্মী ৷ মাওবাদীৰে সম্পৰ্ক ৰক্ষাৰ অভিযোগত ২০২০ চনৰ ৮ অক্টোবৰত নিয়াই তেওক গ্ৰেপ্তাৰ কৰে ৷ ৮৪ বছৰীয়া এই বৃদ্ধ মানুহজনৰ ওপৰত জাপি দিয়া…

শিক্ষানুষ্ঠানত অচলাৱস্থা- বিগত ৫ বছৰত কিমান শিক্ষার্থী বাঢ়িল,কিমান শিক্ষক কমিল?

হঠকাৰীভাবে ৬৫ গৰাকী শিক্ষকক অব্যাহতি দিয়া ঘটনাই কেৱল শিক্ষক কেইগৰাকীকেই এতিয়া বিপদত পেলোৱা নাই৷বিপদত পেলাইছে বিশ্ববিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকলকো,অচল হৈ পৰিছে বিশ্ববিদ্যালয় খনৰ প্ৰায় ১০ টা গুৰুত্বপূর্ন বিভাগ৷স্থা্যী শিক্ষকৰ অভাবত প্ৰায় প্ৰতিটো বিভগতে ঠিকাভিত্তিক শিক্ষক নিযুক্তিৰে চলাই নিয়া হৈছিল পাঠদান প্ৰক্ৰিয়া৷পৰিণতিত…

মোহন ভাগৱতে এয়া কি ক’লে ? অসমৰ পৰাই যি কথাৰ বিৰোধিতা হল-

দেওবাৰে গাজিয়াবাদৰ এখন সভাত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে এইদৰে মন্তব্য কৰে – কোনোবা হিন্দুৱে যদি কয় যে মুছলমান ইয়াত থাকিব নোৱাৰে , তেনেহ’লে তেও হিন্দু নহয় ৷ গৰু এটা পবিত্ৰ জন্তু কিন্তু কোনোবাই যদি ইয়াৰ নামত আনক হত্যা…

২৪ আকবৰ ৰোড – ক্ষমতাৰ উৱলি যোৱা ঠিকনা -২

অৰূপ কলিতাৰ কলমত- ৪২ বছৰ আগৰ কথা ৷ জৰুৰীকালীন সময়ৰ পাছত ইন্দিৰা গান্ধীয়ে কেৱল ক্ষমতাই হেৰুওৱা নাছিল , নিজৰ চৰকাৰী বাংলোটোও এৰিবলগীয়া হ’ল ৷ পুৰণি বন্ধুসকলেও ইতিমধ্যে সংগ এৰিছিল ৷ নিজৰ নতুন ফাৰ্ম হাউচটো তেতিয়াও সম্পূৰ্ণ হৈ উঠা নাছিল ৷…

কিয় গোপন কৰা হৈছে কাছাৰ কাগজ কলৰ ভূ-গর্ভত থকা তৈল ক্ষেত্ৰৰ তথ্য?

কাছাৰ কাগজ কল বিক্ৰীৰ আঁৰৰ বৃহৎ মুনুফা লুটাৰ অভিসন্ধি উন্মোচিত হৈছে৷কাছাৰ কাগজ কলৰ ভূ-গর্ভত থকা তিনিটাকৈ তৈল ভাণ্ডাৰৰ তথ্য গোপন কৰি ৰাষ্ট্ৰীয় সম্পত্তি ব্যক্তিগত মালিকৰ হাতত নগণ্য টকাত গতাই দিয়াৰ পৰিকল্পনা কৰা হৈছে৷শেহতিয়াকৈ লিকুইডেটৰ কুলদ্বীপ বার্মাই কাছাৰ কাগজ কল আৰু…

৪৮ ঘন্টাৰ ভিতৰত মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ৷ তালিকাত কোন কোন ?

বহু চৰ্চা , জল্পনা – কল্পনাৰ পাছত অৱশেষত আহি পাইছে সেই গুৰুত্বপূৰ্ণ মুহূৰ্তটো ৷ অহা ৪৮ ঘন্টাৰ ভিতৰত নৰেন্দ্ৰ মোদী কেবিনেটৰ সম্প্ৰসাৰণ কৰা হ’ব ৷ ৰাজধানী দিল্লীত এই মুহূৰ্তত আটাইতকৈ সৰৱ চৰ্চা চলিছে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ ৷ কোন নতুন…

২৪ আকবৰ ৰোড – ক্ষমতাৰ উৱলি যোৱা ঠিকনা -১

অৰূপ কলিতাৰ কলমত-   “ যেতিয়া তুমি কাৰোবাক ভালপোৱা , সেই প্ৰেমে তোমাক দিয়ে অপৰিসীম শক্তি ৷ এবাৰ সেই শক্তি পোৱাৰ পাছত , আন একোলৈ তোমাৰ ভয় নলগা হয় ৷ তুমি কেৱল নিজৰ প্ৰিয়জনক বিচাৰিবলৈ আৰম্ভ কৰা …আৰু মই বিচাৰো…

ভাৰতক লাগে অধিক জনসংখ্যা –কিয় কৈছে এজন অৰ্থনীতিবিদে?

জনসংখ্যা বৃদ্ধি অসমৰ এটা বৃহৎ সমস্যা হিচাপে সহমতত উপনীত হৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সংখ্যালঘু সমাজৰ প্ৰায় ১৫০ গৰাকী আগশাৰীৰ নাগৰিক ৷ কালি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সংখ্যালঘু সমাজৰ বিশিষ্ট নাগৰিকসকল এক আলোচনাত মিলিত হয় ৷ এই আলোচনাতে অসমৰ…

ডেৰশ সংখ্যালঘু বুদ্ধিজীৱীৰে কি আলোচনা হিমন্ত বিশ্ব শর্মাৰ?

মুছলমান অধ্যুষিত অঞ্চলত দ্ৰগ জনসংখা বৃদ্ধি সন্দর্ভত মুছলমান বুদ্ধিজীৱীৰে অলোচনাত বহিল মুখ্যমন্ত্ৰী৷ৰাজ্যৰ প্ৰায় ডেৰশ সংখ্যালঘু বুদ্ধিজীৱী-সচেতন নাগৰিকৰ সৈতে বৈঠক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ৷ উল্লেখযোগ্য যে,মুছলমান সমাজৰ মাজত ব্যাপক হাৰত জনসংখ্যা বৃদ্ধি হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল স্বয়ং মুখ্যমন্ত্ৰীয়ে৷দুই সন্তান নীতি…