সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

শিশু পৰ্ণগ্ৰাফী : চি বি আইৰ অভিযান ক’ত চলিল ?

ইন্টাৰনেটত শিশু পৰ্ণগ্ৰাফী বন্ধ কৰিবলৈ তৎপৰ হৈ উঠিছে চি বি আই ৷ মঙলবাৰে দেশৰ ৭৬ টা স্থানত একেলগে অভিযান চলাই চি বি আইৰ তদন্তকাৰী দলে ৷ কেন্দ্ৰীয় শাসিত অঞ্চলসহ দেশৰ মুঠ ১৪ খন ৰাজ্যত এই অভিযান চলোৱা হৈছিল ৷ ইন্টাৰনেটত শিশু পৰ্ণগ্ৰাফী…

সুমন স্বর্গীয়াৰীৰ ঘৰত মুখ্যমন্ত্ৰী

মনিপুৰত শ্বহীদ হোৱা অসমৰ বীৰ সন্তান সুমন স্বৰ্গীয়াৰীৰ ঘৰত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী৷শ্বহীদৰ পৰিয়ালক সমবেদনা কৰে জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷শ্বহীদ সুমনৰ কণমানি সন্তানক কোলাত লৈ আৱেগিক হৈ পৰা দেখা গল মুখ্যমন্ত্ৰীজনক৷শ্বহীদ…

বন্ধ দিল্লী!

ৰাজধানী দিল্লীত বৰ্ধিত প্ৰদূষণৰ ফলত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ ৰখা হৈছে৷ কোভিডৰ দ্বিতীয় ঢৌৰ বাবে নৱেম্বৰত মুকলি হোৱা বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ পুনৰ বন্ধ ঘোষণা কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰৰ এটা বিবৃতিত কোৱা হৈছে যে,…

ইন্দ্ৰানী মুখাৰ্জীৰ জামিন আকৌ এবাৰ নাকচ

শ্বীনা বৰাৰ হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন আকৌ এবাৰ নাকচ হৈছে ৷ মঙলবাৰে বোম্বে উচ্চ ন্যায়ালয়ে ৷ নিজৰ জীয়ৰীক ২০১২ চনত নৃশংসতাৰে হত্যা কৰিছিল এইগৰাকী ইন্দ্ৰানী মুখাৰ্জীয়ে ৷ চি বি আইৰ অনুসন্ধানত পোহৰলৈ আহিছিল যে…

উদ্বেগজনকঃ বিগত ২০ বছৰত ৰাজ্যত আৰক্ষীৰ জিম্মাত ৩৮ জন লোকৰ মৃত্যু

বিগত মঙলবাৰে উত্তৰ প্ৰদেশৰ কাচগঞ্জত ২২ বছৰীয়া আলতাফ নামৰ এগৰাকী যুৱকক হিন্দু পৰিয়ালৰ এগৰাকী নাবালিকা নিৰুদ্দেশ হোৱাৰ ঘটনা সন্দৰ্ভত আটক কৰিছিল আৰক্ষীয়ে। তাৰ পিছতে যুৱক জনৰ আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল। যুৱক জনৰ এই ৰহস্যজনক মৃত্যুৰ এতিয়া…

দুখবৰঃ সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ ৫ গৰাকী লোকৰ দুৰ্ঘটনাত মৃত্যু

◆ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ পাঁচ জনকৈ লোকৰ মৃত্যু ◆ আজি এক শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই লোক কেইজনে ◆ বিহাৰৰ লক্ষীচৰাইত সংঘটিত হৈছে এই ঘটনা ◆ এখন টাটা চুমুৰে আহিছিল পৰিয়ালটো ◆ ট্ৰাকত খুন্দা মৰাৰ পিছতে সংঘটিত…

‘সংবাদ মাধ্যমক ভয় নকৰে কোনে’ শীর্ষক বাণীৰে ৰাজ্য চৰকাৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস৷অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত ৰাজ্যিক ভিত্তিত উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস৷ দিছপুৰৰ পি ডব্লিউ ডি কনভেনচন চেণ্টাৰত আয়োজন কৰা হৈছে ৰাজ্যিক ভিত্তিক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস৷এই বর্ষৰ ৰাজ্যিক…

কিদৰে নিয়ন্ত্ৰণ হব মূল্যবৃদ্ধি? বৈঠকত ৰঞ্জিত দাস

মূল্যবৃদ্ধি ৰোধ কৰিব মন্ত্ৰী ৰঞ্জিত দাসে৷মূল্যবৃদ্ধি ৰোধৰ সমাধান সূত্ৰ বিচাৰি বৈঠকত বহিছে ৰঞ্জিত দাস৷ কামৰূপ মহানগৰৰ উপায়ুক্ত কাৰ্যালয়ত মূল্যবৃদ্ধিক লৈ পৰ্যালোচনা বৈঠক।এই বৈঠকত উপস্থিত আছে খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত দাস।বৈঠকত…

হিন্দু মহাসভাই প্ৰতিখন ৰাজ্যত স্থাপন কৰিব গডছেৰ প্ৰতিমূৰ্তি

এইবাৰ নাথুৰাম গডছেৰ প্ৰতিমূৰ্তি নিৰ্মান কৰিব হিন্দু মহাসভাই ৷ ইয়াৰ বাবে হাৰিয়ানাৰ আম্বালা কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা মাটি সংগ্ৰহ কৰিছে সংগঠনটোৱে ৷ এই কাৰাগাৰতে ১৯৪৯ চনত গান্ধী হত্যাকাৰী নাথুৰাম গডছেক ফাঁচী দিয়া হৈছিল ৷সোমবাৰে নাথুৰামৰ মৃত্যু…

হাৰ্দিক পাণ্ডিয়াৰ ৫ কৌটি টকা মূল্যৰ ঘড়ী কোনে জব্দ কৰিলে ?

টি ২০ বিশ্বকাপৰ প্ৰদৰ্শনক লৈ সমালোচনাৰ সন্মুখীন হৈছে ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া ৷ বিশ্বকাপ শেষ , কিন্তু আকৌ এবাৰ বিতৰ্কত সোমাই পৰিছে পাণ্ডিয়া ৷ ডুবাইৰ পৰা ভাৰতলৈ ওভতাৰ পথত হাৰ্দিক পাণ্ডিয়াৰ পৰা দুটা কৌটিটকীয়া ঘড়ী জব্দ কৰিছে শুল্ক বিভাগে…