ইন্দ্ৰানী মুখাৰ্জীৰ জামিন আকৌ এবাৰ নাকচ

Share This Article

শ্বীনা বৰাৰ হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন আকৌ এবাৰ নাকচ হৈছে ৷ মঙলবাৰে বোম্বে উচ্চ ন্যায়ালয়ে ৷ নিজৰ জীয়ৰীক ২০১২ চনত নৃশংসতাৰে হত্যা কৰিছিল এইগৰাকী ইন্দ্ৰানী মুখাৰ্জীয়ে ৷ চি বি আইৰ অনুসন্ধানত পোহৰলৈ আহিছিল যে ইন্দ্ৰানী মুখাৰ্জীয়ে নিজৰ অতীতক লুকুৱাবলৈ এই হত্যাকাণ্ড সংঘটিত কৰিছে ৷ ইয়াৰ পাছতে ২০১৫ চনত তেওক গ্ৰেপ্তাৰ কৰা হয় ৷ তেতিয়াৰে পৰা তেও বাইকুলা কাৰাগাৰত বন্দী হৈ আছে ৷ ইয়াৰ পূৰ্বে কেবাবাৰো জামিন আবেদন কৰিছিল যদিও বাৰম্বাৰ আদালতে সেই আবেদন প্ৰত্যাখ্যান কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.