মাজুলীৰ নিশাৰ অতিথি হ’ব মুখ্যমন্ত্ৰী : বংশীধৰ পায়েঙৰ ঘৰত কিহৰ ব্যস্ততা ?
লাচিতে নিশাটোৰ ভিতৰতে গড় বন্ধাৰ দৰে সাজি উলিওৱা হ’ল এটা ঘৰ ৷ মাজুলীৰ বংশীধৰ পায়েঙৰ ঘৰত এদিনৰ ভিতৰত এটা চাংঘৰ সাজিছে জিলা প্ৰশাসনে ৷ ঘৰটোলৈ আহিছে নতুন নতুন আচবাব ৷ নতুন টেবুল , চকী , বিচনা , আলমিৰা ইত্যাদি ইত্যাদি ৷ এই সাম্গ্ৰীবোৰ বংশীধৰ…