সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ভিডৰ নতুন ভেৰিয়েন্টৰ তথ্য

সমগ্ৰ বিশ্বতে আতংক সৃষ্টি কৰা ক’ভিডৰ ডেল্টা আৰু অ’মিক্ৰন ভেৰিয়েণ্টৰ পিছতেই BA.2 নামৰ এটা নতুন ভেৰিয়েণ্ট পোহৰলৈ আহিছে। মধ্য প্ৰদেশৰ ইন্দোৰত অ’মিক্ৰনৰ চাব-ভেৰিয়েণ্ট বিএ-2 পোহৰলৈ আহিছে। ইতিমধ্যে মধ্য প্ৰদেশত BA- 2 ভেৰিয়েণ্টত ১৬ জন লোকক দেহত…

হাজাৰ-হাজাৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ উত্তালত বিহাৰ

ৰেলৱে পৰীক্ষাত অনিয়মৰ অভিযোগত হিংসাত্মক প্ৰতিবাদ বিহাৰৰ গয়াত৷বিহাৰত ৰেইল বিভাগৰ পৰীক্ষাত অনিয়ম হোৱাৰ অভিযোগ তুলি হাজাৰ-হাজাৰ ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীয়ে গয়া জংচনত উপস্থিত হৈ তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে।ক্ষুব্ধ শিক্ষাৰ্থীয়ে জ্বলাই…

আজি গণৰাজ্য দিৱস

আজি ৭০ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ দেশৰ লগতে ৰাজ্যৰো বিভিন্ন প্ৰান্তত আয়োজন হৈছে গণৰাজ্য দিৱস। নতুন দিল্লীত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে ৰাষ্ট্ৰপতি ৰামনাথ।ৰাষ্ট্ৰপতিয়ে পতাকা উত্তোলনৰ পাছতে বিভিন্ন ৰাজ্য আৰু প্ৰতিষ্ঠানে…

নগাঁৱত কীৰ্তিকমল বৰাৰ ন্যায় বিচাৰি অসম প্ৰদেশ যুৱ কংগ্রেছৰ প্ৰতিবাদ

শনিবাৰে আৰক্ষী এনকাউণ্টাৰত আহত হোৱা প্ৰাক্তন ছাত্র নেতা কীৰ্তি কমল বৰাৰ ন্যায় বিচাৰি নগাঁৱত আজি অসম প্ৰদেশ যুৱ কংগ্রেছৰ প্ৰতিবাদ। নগাঁৱ যুৱ কংগ্রেছৰ সহযোগত প্ৰতিবাদ কৰা প্ৰতিবাদী সমদলটোৱে নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা নগাঁও উপায়ুক্তৰ…