সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ইংৰাজী পঢ়িব নজনাসকললৈ সমবেদনা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ইংৰাজী পঢ়িব নজনাসকললৈ সমবেদনা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু কিয় ইংৰাজী নজনাসকলক সমবেদনা জনালে মুখ্যমন্ত্ৰী শৰ্মাই? সবিশেষ চাওঁক এই প্ৰতিবেদনত- স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে…

দেশতকৈ ডাঙৰ হৈছে ধৰ্ম, চৌদিশে ইমান উন্মাদনা কিয় ?

নুপূৰ শৰ্মাৰ মন্তব্যৰ পাছত এইবাৰ অশান্ত হৈ পৰিছে দেশ ৷ ৰাজ্যই ৰাজ্যই শিলাবৰ্ষণ, গুলীবৰ্ষণ ৷ কিয় ইমান উন্মাদনা? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit:…

তিনিদিনত মুখ্যমন্ত্ৰী সাহার্য পুঁজিলৈ কিয় আৰু কিমান পুঁজি আগবঢ়ালে শক্তি বিভাগে?

শক্তিহীন নহয় শক্তি বিভাগ৷ বিদ্যুৎ যোগানত ব্যর্থ হ'লেও তিনিদিনত দুবাৰকৈ সাহার্য দিবলৈ সক্ষম হল শক্তি বিভাগ৷ তিনিদিনত মুখ্যমন্ত্ৰী সাহার্য পুঁজিলৈ কিয় আৰু কিমান পুঁজি আগবঢ়ালে শক্তি বিভাগে? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক…

বিজেপিক সৰ্বোচ্চ দিও কিয় পৰাজিত হ’ল জী নিউজৰ স্বত্বাধিকাৰী সুভাষ চন্দ্ৰা ?

ৰাজ্যসভাৰ নিৰ্বাচনত ৰাজস্থানত কংগ্ৰেছে দেখুৱালে শক্তি ৷ মহাৰাষ্ট্ৰ , কৰ্ণাটক , হাৰিয়ানাত বিৰোধীৰ ক্ৰছ ভোটিঙ ৷ বিজেপিৰ মুখত হাঁহি ৷ চাওক ভাৰতৰ ৰাজনীতিৰ শেহতীয়া খবৰ - স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে…

প্ৰয়োজনীয় সংখ্যা থাকিও চাৰি ৰাজ্যত কেনেকৈ পৰাজিত হ’ল বিৰোধী?

কালি অৰ্থাৎ ১০ জুনত অনুষ্ঠিত হয় ৪ খনকৈ ৰাজ্যৰ ১৬ খন আসনৰ ৰাজ্যসভাৰ নিৰ্বাচন।ৰাজস্থান,কৰ্ণাটক,হাৰিয়ানা,আৰু মহাৰাষ্ট্ৰত ১৬ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে ১১ খন ৰাজ্যৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে।…

সাৱধান: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ধানুকাই যোগান ধৰে নিম্নমানৰ ঔষধ

ধানুকাৰ প্ৰতিষ্ঠান ঘনশ্যাম ফাৰ্মাচিউটিকেলছে যোগান ধৰে নিম্নমানৰ ঔষধ ৷ ২০১৬ চনতে পৰীক্ষাগাৰত প্ৰমান হৈছিল এই কথা ৷ তাৰ পাছতো ধানুকালৈ অহেতুক দৰদ কিয়? https://youtu.be/C9buUq7yEvk

দেশ জ্বলিছে নুপুৰ শর্মাৰ বিৰুদ্ধে ক্ষোভত

দেশ জ্বলিছে নুপুৰ শর্মাৰ বিৰুদ্ধে ক্ষোভত৷ উত্তৰ প্ৰদেশ,দিল্লী,মহাৰাষ্ট্ৰ,কর্নাটক,ঝাৰখণ্ড,পশ্চিম বংগত ক্ষোভৰ দাবানল৷ দাউদাউকৈ জ্বলিছে বাহন,ভাঙিছে মন্ত্ৰীৰ গাড়ী৷ শুক্ৰবাৰৰ নামাজৰ পিছতেই দেশৰ প্ৰান্তে প্ৰান্তে অভাবনীয় পৰিস্থিতি৷ আনফালে নুপুৰ…

মমতা বেনাৰ্জী, সাৰদ পাৱাৰ আৰু সীতাৰাম য়েচুৰীলৈ ফোন ছোনিয়া গান্ধীৰ

মমতা বেনাৰ্জী, সাৰদ পাৱাৰ আৰু সীতাৰাম য়েচুৰীলৈ ফোন ছোনিয়া গান্ধীৰ। ৰাষ্ট্ৰপতি পদৰ বাবে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ কুছকাৱাছ বিৰোধীৰ। https://youtu.be/FSSNYNvEzCM

নতুন মন্ত্ৰীসভাত কাৰ গুৰুত্ব বাঢ়িল, কাৰ কমিল?

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ বৃহৎ সালসলনি, ক্ষুদ্ৰ সম্প্ৰসাৰণ ৷ কাৰ গুৰুত্ব বাঢ়িল, কাৰ কমিল? চন্দ্ৰমোহন পাটোৱাৰীৰ বাবে নতুন দায়িত্ব কিয় হ’ব প্ৰত্যাহ্বানপূৰ্ণ ? চাওক এই প্ৰতিবেদনত- https://youtu.be/Ule5y6U90Vk