সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

৪২ খন কলেজৰ ৭০ জন শিক্ষক তদন্তৰ কাঠগড়াত

৪২ খন কলেজৰ ৭০ জন শিক্ষক তদন্তৰ কাঠগড়াত৷ভুৱা ডিগ্ৰীৰে শিক্ষকতা বৃত্তি চলাই নিছিল এই সকল শিক্ষকে? আৰম্ভ হৈছে ভুৱা পিএইচডিৰ বিৰুদ্ধে অভিযান৷ কোন কোন শিক্ষকৰ ডিগ্ৰী পুনৰীক্ষণ হব? সৱিশেষ- https://youtu.be/qeoFGuBXoeg

অন্তৰাত্মাৰ কথা শুনি কিয় ভোট দিবলৈ আহ্বান বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহাৰ?

ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ কেইটামান মুহূৰ্ত। অন্তৰাত্মাৰ কথা শুনি কিয় ভোট দিবলৈ আহ্বান বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহাৰ? https://youtu.be/KM9Ec5vTZTs

ইউএপিএ: জীৱনৰ অমূল্য সময় কাৰাগাৰত কটাইছে কিয় নির্দোষীয়ে?

যদি ৫ বছৰ কাৰাগাৰত থাকিব লগা হয় বর্ষাশ্ৰীয়ে! যদি ৫ বছৰৰ পিছত বর্ষাশ্ৰীক দোষমুক্ত ঘোষনা কৰে আদালতে! ৫ বছৰৰ ক্ষতিপূৰণ ঘূৰাই পাবনে ১৮ বছৰীয়া বর্ষাশ্ৰীয়ে?  কিয় উত্থাপন  হৈছে এই প্ৰশ্ন? আপোনাক জনাব বিচাৰিছো নিয়াৰ এক আদালতৰ এটা শেহতীয়া ৰায়ৰ…

“সবকা সাথ ডলাৰ কা বিকাশ”

"সবকা সাথ ডলাৰ কা বিকাশ"। "টকা কেৱল মুদ্ৰা নহয়, ই হৈছে ৰাষ্ট্ৰৰ আত্মসন্মান"। এতিয়া ৭৯.৬৪ টকা হ'লগৈ প্ৰতি ডলাৰৰ মূল্যৰ বিপৰীতে। https://youtu.be/QhWLZVFDxgg

৩০ বছৰৰ বাবে মাত্ৰ ৩৫ কোটি টকাত পুঁজিপতিক গতাব ১২ খন চাহ বাগিচা

বাদ নপৰিল জাতীয় বীৰ শ্বহীদ মণিৰাম দেৱান, কালজয়ী অসমীয়া কথাছবি চামেলি মেমচাব, জয়মতীৰ স্মৃতিবিজড়িত অসম চাহ নিগমৰ চাহ বাগিচাসমূহো। ৩০ বছৰৰ বাবে মাত্ৰ ৩৫ কোটি টকাত পুঁজিপতিক গতাব এইসমূহ চাহ বাগিচা। https://youtu.be/epxVfXbRyE4

 মহম্মদ জুবেৰক কিয় জামিন দিলে আদালতে?

‘সুস্থ গনতন্ত্ৰৰ বাবে বিৰোধীৰ কন্ঠ অপৰিহার্য৷’অল্ট নিউজৰ প্ৰতিষ্ঠাপক মহম্মদ জুবেৰক জামিন প্ৰদান কৰি এই মন্তব্য কৰিলে ন্যায়ালয়ে৷২০১৮ চনৰেই এটা টুইটৰ বাবে গ্ৰেপ্তাৰ হৈছিল মহম্মদ জুবেৰ৷মহম্মদ জুবেৰৰ বিৰুদ্ধে উত্থাপন হৈছিল,ধর্মীয় অনুভূতিত আঘাত…