সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

১৩ সংখ্যক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল,মেলব’ৰ্ণৰ BEST INDIE FILM লৈ মনোনীত অসমৰ মিচিং ভাষাৰ…

১৩ সংখ্যক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল,মেলব'ৰ্ণৰ BEST INDIE FILM লৈ মনোনীত অসমৰ মিচিং ভাষাৰ চলচ্চিত্ৰ 'বোম্বা ৰাইড'। বিগত কাঁন চলচ্চিত্ৰ মহোৎসৱটো প্ৰদৰ্শিত হৈছিল ছবিখন।

অসমৰ চিনেমা জগতলৈ আন এক সুখবৰ

অসমৰ চিনেমা জগতলৈ আন এক সুখবৰ 𝐓𝐨𝐫𝐨𝐧𝐭𝐨 𝐈𝐧𝐭𝐞𝐫𝐧𝐚𝐭𝐢𝐨𝐧𝐚𝐥 𝐅𝐢𝐥𝐦 𝐅𝐞𝐬𝐭𝐢𝐯𝐚𝐥লৈ ৰীমা দাসৰ নতুন চিনেমা TIFF22ত ৱৰ্ল্ড প্ৰিমিয়াৰ হ'ব ৰীমা দাসৰ নতুন ছবি 𝐓𝐨𝐫𝐚'𝐬 𝐇𝐮𝐬𝐛𝐚𝐧𝐝

গণিত আৰু বিজ্ঞান বিষয়ত দ্বিভাষী পাঠ্যক্ৰম প্ৰস্তুত কৰাকে ধৰি কেইবাটাও দাবীত চচলত ৰাইজৰ দলৰ অৱস্থান…

গণিত আৰু বিজ্ঞান বিষয়ত দ্বিভাষী পাঠ্যক্ৰম প্ৰস্তুত কৰাকে ধৰি কেইবাটাও দাবীত চচলত ৰাইজৰ দলৰ অৱস্থান ধৰ্মঘট।

ভাৰতীয় ডাক টিকতত সংযোজিত হ’ল মৰিগাঁৱৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ ছবি

মৰিগাঁৱৰ বাবে এক সুখবৰ ভাৰতীয় ডাক টিকতত সংযোজিত হ'ল মৰিগাঁৱৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ ছবি। আজাদী কি অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি মৰিগাঁও জিলাৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ ছবি ভাৰতীয় ডাক টিকটত স্থান লাভ কৰে। ১৯৩৮ চনতে স্থাপন হোৱা বঘৰা…

মহাৰাষ্ট্ৰৰ নতুন মুখ্য মন্ত্ৰী বিহ গছৰ গুটি।উচ্চতম ন্যায়ালয়ত শিৱ সেনাৰ থাক্কৰে গোটৰ অভিযোগ।

মহাৰাষ্ট্ৰৰ নতুন মুখ্য মন্ত্ৰী বিহ গছৰ গুটি।উচ্চতম ন্যায়ালয়ত শিৱ সেনাৰ থাক্কৰে গোটৰ অভিযোগ। শিৱ সেনাৰ নেতৃত্বত কোন থাকিব ঠিৰাং কৰিবলৈ ৮ আগষ্টৰ ভিতৰত প্ৰামাণিক তথ্য দাখিলৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ।

বিশ্ববিখ্যাত ৭৫ সংখ্যক লোকাৰ্নো ফিল্ম ফেষ্টিভেললৈ আমন্ত্ৰিত অসমৰ মুকুল হালৈ।

বিশ্ববিখ্যাত ৭৫ সংখ্যক লোকাৰ্নো ফিল্ম ফেষ্টিভেললৈ আমন্ত্ৰিত অসমৰ মুকুল হালৈ। লোকাৰ্নো ফিল্মমেকাৰ্ছ একাডেমীত ১০দিনীয়া কাৰ্যসূচীত ভাগ লোৱাৰ লগতে মুকুলৰ ‘ঘৰমুৱা’ ছবিখনৰো আনুষ্ঠানিক প্ৰদৰ্শনী হ’ব ফেষ্টিভেলত। মুকুললৈ অভিনন্দন।

গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বেই ২০ জুলাইত গুৱাহাটীলৈ আহিছিল ঝাৰখণ্ডৰ বিধায়ক

গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বেই ২০ জুলাইত গুৱাহাটীলৈ আহিছিল ঝাৰখণ্ডৰ বিধায়ক। বিস্ফোৰক তথ্য ফাদিল CID ৰ অনুসন্ধানত। স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ https://youtu.be/SgALtdDquyo https://thecrosscurrent.in/ Follow Us Facebook:…

মাৰ্কিন ড্রোন আক্ৰমণত নিহত আল কায়দা প্ৰধান আল জাওয়াহিৰি

মাৰ্কিন ড্রোন আক্ৰমণত নিহত আল কায়দা প্ৰধান আল জাওয়াহিৰি। মাৰ্কিন ৰাষ্ট্ৰপতি জ' বাইডেনে নিশ্চিত কৰিলে খবৰ। স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ https://youtu.be/bsT6-Z9FSB0 https://www.facebook.com/TheCrossCurrent YouTube:…