সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

লোকসভাত বাতিল কৃষি আইন৷

লোকসভাত গৃহীত কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক।সদনৰ হুলস্থুলীয়া পৰিৱেশৰ মাজতে গৃহীত বিধেয়কখন।কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে উত্থাপন কৰিছিল কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক।বিধেয়কখন উত্থাপন কৰাৰ লগে লগে সদনত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি।বিৰোধীয়ে আইনখনক লৈ আলোচনা হোৱাটো বিচাৰিছিল।ধ্বনি ভোটত গৃহীত হয় কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক৷

Leave A Reply

Your email address will not be published.