সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

লাফিকুলক কোনে হত্যা কৰিছিল ?

  • এবিএমছুৰ প্ৰাক্তণ সভাপতি লাফিকুল ইছলামৰ তিনিজন হত্যাকাৰীৰ  নাম ৰাজহুৱা কৰিছে চি বি আয়ে ।
  • চি বি আয়ে সদৰী কৰা মতে লাফিকুল হত্যাত জড়িত থকা হত্যাকাৰী তিনিজন হ’ল – ৰূপা ব্রহ্ম, দিংকুৰ মুছাহাৰী আৰু ভদ্রেশ্বৰ বসুমতাৰী।
  • এই তিনিওজন সম্প্ৰতি পলাতক অৱস্থাত আছে ৷ হত্যাকাৰী তিনিজনৰ সন্ধান দিওতালৈ ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে চি বি আয়ে ৷
  • ২০১৬ চনৰ ১ আগষ্টত কোকৰাঝাৰ চহৰৰ মাজমজিয়াত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল লাফিকুল ইছলামক ৷ পৰৱৰ্তী সময়ত গোচৰৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল চি বি আইক ৷
Leave A Reply

Your email address will not be published.