শ্ৰেণী ৰাষ্ট্ৰীয়

মোডীজী,এয়া ‘Act of God নে Act of Fraud ?

গুজৰাটত বিধিনসভা নিৰ্বাচন সমাগত । বিৰোধী দল আপৰ নিৰ্বাচনী প্ৰচাৰত জ্বলাকলা খাইছে শাসক দল বিজেপিয়ে।ইফালে বিগত ২৭ বছৰত উন্নয়নৰ ফটাঢোল শুনি ভাগৰি পৰিছে গুজৰাটী লোক ।প্ৰতিষ্ঠানবিৰোধী ঢৌৱেও দলটোক কৰিছে একপ্ৰকাৰ নগুৰনাগতি ।প্ৰায় একে সময়তে কেবিনেটৰ কাৰ্যকাল অন্ত পৰিব যদিও হিমাচল…

কিয় ভাঙিল গুজৰাটৰ দলংখন?

আহমেদাবাদ নিবাসী বিজয় গোস্বামী তেওঁৰ পৰিয়ালক লৈ দেওবাৰে গৈছিল ম’ৰবী দলঙলৈ।সেয়া আছিল দুপৰীয়াৰ কথা।দলংখনৰ মাজলৈকে গৈ তেওঁ তেওঁৰ পৰিয়ালক লৈ উভতি আহিছিল।কাৰণ তেওঁলোক যেতিয়া দলঙৰ মাজ পাইছিলগৈ সেই সময়তে কিছু যুৱকে ওলমা দলংখন জোকাৰি দিছিল।ভয়ত বিতত পৰিয়ালটো তাৰ পৰা আধাতেই…

মিজোৰামৰ আইজলত সংঘটিত ভয়ংকৰ ঘটনা

মিজোৰামৰ আইজলত সংঘটিত ভয়ংকৰ ঘটনা৷ বাগৰি পৰা টেংকাৰৰ পৰা পেট্ৰল সংগ্ৰহ কৰিবলৈ গৈ জীৱন্তে অগ্নিদগ্ধ ৫ জন,১৮ জন গুৰুতৰভাৱে অগ্নিদগ্ধ৷ শনিবাৰে নিশাৰ ভাগত সংঘটিত হয় এই ঘটনা৷ ২২,০০০ লিটাৰ পেট্ৰল কঢ়িয়াই নিয়া এখন টেংকাৰ দুৰ্ঘটনাত পতিত হৈছিল মিজোৰামৰ আইজল জিলাত৷পথত…

আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ’ব গুজৰাটত?

গুজৰাটৰ মুখ্যমন্ত্ৰী কোন হ’ব সেই সিন্ধান্ত ল’ব ৰাজ্যখনৰ জনতাই। আপ জয়ী হ’লে কোন হ’ব গুজৰাটৰ মুখ্যমন্ত্ৰী?অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীক পচন্দ কৰাৰ দায়িত্ব দিছে গুজৰাটৰ জনতাক।এক সংবাদমেল সম্বোধন কৰি অৰবিন্দ কেজৰিৱালে আজি এই অভিযানৰ শুভাৰম্ভ কৰে।“বৰ্তমান আপ চৰকাৰ ক্ষমতালৈ অহাৰ সপক্ষে বতাহ…

সৰিয়হৰ বীজ : চৰকাৰৰ ‘হা’, কিন্তু RSS য়ে ক’লে ‘না’

সৰিয়হৰ বীজ : চৰকাৰৰ ‘হা’, কিন্তু RSS য়ে ক’লে ‘না’ চৰকাৰৰ সিন্ধান্তৰ বিৰোধিতা RSS ৰ সৰিয়হৰ শস্য সম্পৰ্কীয় সিন্ধান্তৰ বিৰোধিতাৰে পত্ৰ কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনৰ জেনেটিক ইঞ্জিনিয়াৰিং এপৰেইজেল কমিটিয়ে জেনেটিকেলি পৰিবৰ্তন কৰা সৰিয়হ বীজৰ খেতিৰ অনুমোদন জনাইছিল ৷কিন্তু কেন্দ্ৰীয় চৰকাৰৰ…

চীন অবিহনে অচল হ’ব ভাৰত?

চীনৰ সামগ্ৰী নহ’লে নচলে ভাৰত! চীনা সামগ্ৰীৰে ভৰিছে ভাৰতৰ সমগ্ৰ বজাৰ ! চীন ভাৰতৰ শত্ৰু নহয়, ব্যৱসায়িক বন্ধু হে প্ৰকৃতাৰ্থত চীন-ভাৰত! চীন ভাৰতৰ শত্ৰু দেশ! সঁচাকৈয়ে নে? চীনা সামগ্ৰী বৰ্জন কৰিব লাগে! সঁচাকৈয়ে নে? কিয়নো এনে বহু প্ৰশ্ন, কথা আৰু…

ঊল গুঠিব জানানে,ভাত ৰান্ধিব জানানে …

এগৰাকী মহিলাই বিয়াৰ আগতেই যদি স্বামীৰ ঘৰত কাম কৰাৰ ইচ্ছা নাথাকে জনাই দিয়া উচিত ।বম্বে উচ্চ ন্যায়ালয়ে এগৰাকী মহিলাৰ এক অভিযোগৰ এটা সিন্ধান্ত ঘোষণা কৰাৰ সময়ত এনেদৰে মন্তব্য প্ৰদান কৰে। এগৰাকী মহিলাই তেওঁৰ স্বামী আৰু স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে শাৰীৰিক আৰু…

RAILWAY FOR SALE : বিক্ৰীৰ বাবে সাজু ৪০০ ৰে’লৱে ষ্টেচন, বিলুপ্তিৰ পথত ৫০ শতাংশ চাকৰি

বিক্ৰী হ’ব ভাৰতীয় ৰে’লৱেৰ অধিকাংশ সম্পত্তি ৷ নেচনেল মনিটাইজেশ্যন পাইপলাইনৰ আধাৰত ভাৰতৰ ৰে’লৱে খণ্ডক ব্যক্তিগতকৰণৰ বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় চৰকাৰে ৷ এই পৰিকল্পনাৰ সবিশেষ তথ্য আহি পৰিছে The Crosscurrent ৰ হাতত ৷ The…

ৰাম ৰহিমক লৈ ‘জাল’ গুঁঠিছে বিজেপিয়ে !

প্ৰধানমন্ত্ৰী মোডীৰ ‘বেটী বচাও,বেটী পঢ়াও’ কাৰ্যতঃ ফ্লপ হৈছে ভাৰতত। প্ৰতিটো বক্তৃতাতেই নাৰীৰ সুৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত ধৰ্ষণকাৰীয়ে লাভ কৰি আহিছে ভিআইপি সা-সুবিধা ।  পেৰলত মুক্তি দি ভিডিঅ’ বনোৱাৰ সুবিধা কৰি দিছে ৰাম ৰহিমৰ দৰে ধৰ্ষণকাৰীক। সেই ধৰ্ষণকাৰীয়ে নিৰ্মাণ…