শ্ৰেণী ৰাষ্ট্ৰীয়

বেমাৰৰ বাবে নহয়,বতৰৰ বাবে বন্ধ বিদ্যালয়

বতৰ বিজ্ঞান কেন্দ্ৰৰ হাই এলাৰ্ট জাৰি কৰিছে দেশৰ কেইখনমান ৰাজ্যত। দেশৰ কেইবাখনো ৰাজ্যলৈ বতৰ বিজ্ঞান কেন্দ্ৰই এই সম্পৰ্কত জাৰি কৰিছে নিৰ্দেশনা । ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে এই কেইদিনত। দিল্লী, উত্তৰ প্ৰদেশৰ লগতে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা…

গুৰুত্বই নিদিলে প্ৰধানমন্ত্ৰীৰ কথা !

কৃপাল পাৰমাৰক মনত আছে নে?সেই যে প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনত নুঠিবলৈ কোৱা বিজেপি নেতাজন… কি সিন্ধান্ত ল’লে পাৰমাৰে? উঠিলেনে নিৰ্বাচনত ? শুনিলে নে প্ৰধানমন্ত্ৰীৰ কথা?নাই,নুশুনিলে, পাৰমাৰে নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰিব ।নিৰ্বাচনত উঠিব বুলি ভাবিছে যেতিয়া উঠিবই তেওঁ !প্ৰধানমন্ত্ৰীতো বাদেই,স্বয়ং ব্ৰহ্মাৰ কথাও নুশুনে বিসম্বাদীয়ে…

৩০ দিনীয়া শিক্ষকেৰে শিক্ষাদান গুজৰাটত

প্ৰধানমন্ত্ৰী মোডীৰ ৰাজ্যত আছে ৩০দিনীয়া শিক্ষক !৩০ দিনৰ বাবে শিক্ষক নিযুক্তি দিয়ে গুজৰাট চৰকাৰে। বিগত ২৭ বছৰ বিজেপিয়েই শাসনত আছিল গুজৰাটত। সকলোৱে গুজৰাট মডেলক অনুকৰণ কৰে । কিন্তু কি এই গুজৰাট মডেল ?জানিলে আচৰিত হ’ব আপুনি !অসমতকৈয়ো শোচনীয় গুজৰাটৰ অৱস্থা…

আঘাত পালে কোহলিয়ে

ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ বাবে দুৃঃখবৰ! ছেমিফাইনেলৰ পূৰ্বে আঘাতপ্রাপ্ত ক্ৰিকেটাৰ বিৰাট কোহলি। ৰোহিত শৰ্মাৰ পিছত এইবাৰ আঘাতপ্রাপ্ত প্ৰাক্তন অধিনায়কগৰাকী।এডিলেডত অনুশীলনৰ সময়ত আঘাতপ্রাপ্ত হয় ‘কিং’ কোহলি।বৃহস্পতিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত মুখামুখি হ’ব ভাৰত। নেট অনুশীলনত হৰ্ষল পেটেলে বলিং কৰি থকাৰ সময়ত বলটো কোহলিৰ…

‘খেলা’ এইবাৰহে হ’ব !

লটাৰীৰ নম্বৰ লাগে কেৱল একেটা পৰিয়ালত? লাগেও লাগে একেবাৰে কোটিৰ ঘৰত ! কি ৰহস্য লুকাই আছে এই লটাৰীত ?এবাৰ যদি পিতৃয়ে নগদ ধন লাভ কৰে,পিছৰ বাৰ লাভ কৰে কন্যাই !ক’ৰ এই ঘটনা?চলিত বৰ্ষৰ জানুৱাৰীত পিতৃৰ নম্বৰত লাগিল এক কোটিৰ লটাৰী…

ভয়ংকৰ তথ্য প্ৰকাশ RBI ৰ !

RBI ৰ তথ্যই মুখত ছাই সানিলে প্ৰধানমন্ত্ৰীৰ ।বিমুদ্ৰাকৰণৰ পিছত কিমান সফল হ’ল নৰেন্দ্ৰ মোডী? নগদ ধনৰ লেনদেন বন্ধ কৰাই আছিল মোডীৰ লক্ষ্য। কিন্তু কিমান সফল হ’ল চৰকাৰ?শেহতীয়া RBI ৰ তথ্যই চকু কপালত তুলিব আপোনাৰ।২০২২চনৰ ২১অক্টোবৰত RBI এ প্ৰকাশ কৰা তথ্য…

পুনৰ সংকটত সিন্দে !

একনাথ সিন্দেক মনত আছে নে? হয়,মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ কথাই ক’ব বিচৰা হৈছে। গুৱাহাটীত থাকি চৰকাৰ গঠনৰ কুচকাৱাজ চলাই সফল হোৱা সিন্দে পুনৰ গুৱাহাটীলৈ আহিব । কিন্তু কিয়?বিপদৰ সময়ত কামাখ্যা মন্দিৰলৈ মনত পৰে সিন্দেৰ । এইবাৰো সিন্দেক নতুন বিপদে লগ দিয়া…

খাল খান্দি ঘৰিয়াল পোহা বিজেপিৰ পদে পদে বিপদ !

বিজেপি নেতাই কিমান মিছা কথা কয়? বিজেপি নেতাই কিমান মনে সজা কথা কয়? বিজেপি নেতা মানেই ,নাকটো চুলেই বুধি! কথাই প্ৰতি ফাঁকি দি ধৰা পৰিলেও লাজ নাপায় বিজেপি নেতাই।খাল খান্দি ঘৰিয়াল পুহি বাৰে বাৰে বিপদত পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।সেয়া লাগিলে…

ৰাম নাম ‘অসত্য’ হ্যে !

ৰামৰ নামেই ২৪ ‘ ৰ মূল অস্ত্ৰ বিজেপিৰ । ৰামতেই আৰম্ভ কৰি ৰামতেই শেষ কৰিব নিৰ্বাচনী প্ৰচাৰ। ৰামৰ নামেই সাৰ হ’ব প্ৰধানমন্ত্ৰী মোডীৰ। ৰামৰ নামৰ লগত সাঙোৰ খাইছে অসত্য কথা। হয়,ৰাম নাম সত্য হয় বুলি দি অহা ধ্বনি যেন মোডী…

ন্যায়াধীশ হিচাপে বিতৰ্কিত নেকি ন্যায়াধীশ চন্দ্ৰচূড়?

ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ৮ নবেম্বৰত দেশৰ ৫০ তম মুখ্য ন্যায়াধীশ হিচাপে শপত ল’ব। ন্যায়াধীশ চন্দ্ৰচূড়ৰ নামটো প্ৰস্তাৱ কৰে বৰ্তমানৰ ন্যায়াধীশ উদয় উমেশ ললিতে । বিগত ১১অক্টোবৰত নতুনকৈ নিযুক্তি পাবলগীয়া ন্যায়াধীশ গৰাকীৰ নাম প্ৰস্তাৱ কৰে বিদায়ী মুখ্য ন্যায়াধীশ উদয় উমেশ…