শ্ৰেণী ৰাষ্ট্ৰীয়

ঘৃণাসূচক মন্তব্য বন্ধ কৰক !

কিমান আৰু অপমান কৰিব? কিমান কৰিব অবমাননা? ধৰ্মীয় অসহিষ্ণুতাত খড়গহস্ত ন্যায়ালয় ।মুছলমানৰ বিৰুদ্ধে ঘৃণাৰ মন্তব্য নিদিব ! সচিবপ্ৰধানৰ পিছত সকীয়ালে উচ্চতম ন্যায়ালয়ে । ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনিঅ’ গুটাৰছে মানৱ অধিকাৰ উলংঘন আৰু ঘৃণাসূচক মন্তব্য সম্পৰ্কত ভাৰতক সকীয়াই ভাষণ প্ৰদান কৰাৰ দুদিন…

প্ৰধানমন্ত্ৰীৰ হিমাচলী বেশৰ ৰহস্য কি?

মাছ চাইহে জাল গুঁঠে নেকি প্ৰধানমন্ত্ৰীয়ে ?প্ৰধানমন্ত্ৰীয়ে হিমাচলী পোচাক পিন্ধিলে কিয়?হিমাচলীক লক্ষ্য কিয় নৰেন্দ্ৰ মোডীৰ? মাছ চাই জাল গুঁঠাৰ ক্ষেত্ৰত অলপো কৃপণালি নকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।শুকুৰবাৰে কেদাৰনাথ দৰ্শনলৈ যোৱা প্ৰধানমন্ত্ৰীৰ লক্ষ্য কেৱল আগন্তুক নিৰ্বাচন।অহা ১২নবেম্বৰত অনুষ্ঠিত হ’ব হিমাচল প্ৰদেশৰ নিৰ্বাচন।…

নিৰাপত্তা উন্নত কিন্তু AFSPA থাকিবই !

পৰিস্থিতি ‘শান্ত’ বুলি কৈয়ে দায়িত্ব শেষ কৰিলে গৃহমন্ত্ৰীয়ে ।শিল দলিওৱা মানুহ কেনেকৈ হ’ল পঞ্চ,চৰপঞ্চ ? উত্তৰ পূৰ্বাঞ্চল আৰু জম্মু কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থা যথেষ্ট উন্নত হৈছে,মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ। ৰাষ্ট্ৰীয় আৰক্ষী ‘স্মৃতিচাৰণ দিৱস’ত উপস্থিত থাকি এই মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত…

বিজেপিৰ বেলি মাৰ যাব গুজৰাটত?

প্ৰতিষ্ঠানবিৰোধী ঢৌত থৰকবৰক বিজেপি । আপৰ উত্থানত শংকিত মোডী বাহিনী।গুজৰাট নিৰ্বাচনকলৈ C voter সমীক্ষা ৰাজ্যখনৰ ৪৬% জনতাই বিশ্বাস কৰে যে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ যুঁজ হ’ব আপৰ লগত ।আন ৪০% লোকে বিশ্বাস কৰে বিজেপিৰ যুঁজ হ’ব কংগ্ৰেছৰ বিৰুদ্ধে।আনহাতে,বাকী ১৪% লোকে…

হিমাচলত হাৰিব বিজেপি?

টিকেট নাপালে প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ! টিকেটৰ পৰা বঞ্চিত কেন্দ্ৰীয় মন্ত্ৰীৰ পিতৃ।হিমাচল প্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি দলে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা ।মুঠ ৬২ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে দলটোৱে ।কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ অনুমোদন সাপেক্ষে প্ৰকাশ কৰা এই তালিকাত…

শশীকলাৰ ‘নিৰ্দেশ’ত হত্যা জয়াললিতাক?

জয়াললিতাৰ মৃত্যু ‘অস্বাভাৱিক’ ! প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মৃত্যুত হাত শশীকলাৰ?AIADMK ৰ বহিস্কৃত নেত্ৰী শশীকলাই ইতিমধ্যে সকলোধৰণৰ তদন্তৰ মুখামুখি হ’বলৈ সাজু বুলি উল্লেখ কৰিছে। আৰুমুৰ্ঘস্বামী সমিতিয়ে শেহতীয়াকৈ দাখিল কৰা প্ৰতিবেদনত তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতাৰ হত্যাৰ লগত জড়িত থকাৰ অভিযোগ তুলিছে শশীকলাৰ বিৰুদ্ধে।সমিতিয়ে আনকি…

গুজৰাটত PMO ৰ কাৰ্যালয়?

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়’ গুজৰাটত? সপ্তাহটোতেই কেইবাটাও কাৰ্যসূচী প্ৰধানমন্ত্ৰী মোডীৰ ।গুজৰাট বিধানসভাৰ নিৰ্বাচন সমাগত।।জোৰদাৰ গতিত চলিছে নিৰ্বাচনী প্ৰচাৰ ।সমাগত গুজৰাট নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সঘনাই ভ্ৰমণ কৰিছে গুজৰাট। মোডীৰ এই সঘন ভ্ৰমণক একপ্ৰকাৰ কটাক্ষ কৰিয়েই ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে…

PPE kit কেলেংকাৰী এইবাৰ কেৰালাত !

দেশৰ ‘সফল’ স্বাস্থ্য মন্ত্ৰীলৈ জাননী । অসমৰ দৰে কেৰালাতো হৈছিল নেকি PP E kit কেলেংকাৰী? ক’ভিড আৰু কেলেংকাৰী যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। অসমত ক’ভিডৰ সময়ত সংঘটিত পিপিইকিট ক্ৰয়ৰ কেলেংকাৰীৰ ভয়ানক কেলেংকাৰীৰ তথ্য ফাদিল কৰিছিল দ্যা ক্ৰছ কাৰেণ্টে।এইবাৰ সেই একেই…

কোন আছে আপৰ ‘থিংক টেংক’ হিচাপে?

কাৰ সাহসত গুজৰাট জয়ৰ সপোন কেজৰিৱালৰ? কাৰ আশীৰ্বাদপুষ্ট আপ দলটো? আপৰ আত্মবিশ্বাসৰ আঁৰত কোন? গুজৰাট আৰু হিমাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচনেই আপৰ ভবিষ্যত কৰ্মপন্থা নিৰ্ধাৰণ কৰিব ।পঞ্জাৱ-দিল্লীত শাসনত থাকিলেও দলটোৱে লাভ কৰা নাই ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা।গতিকে গুজৰাট আৰু হিমাচলত যিকোনো প্ৰকাৰে…

ব্যৱহাৰ ‘ভাল’ হ’লে শাস্তি কমে ধৰ্ষণকাৰীৰ?

বিজেপিয়ে সমৰ্থন কৰে ধৰ্ষণকাৰীক ? বিলকিছৰ ধৰ্ষণকাৰীৰ মুক্তিত কেন্দ্ৰৰ আছিল সন্মতি।বিজেপিৰ মতে ব্যৱহাৰ ভাল হ’লে ধৰ্ষণকাৰীৰো শাস্তি হ্ৰাস কৰিব পাৰি।বিলকিছ বানুৰ ধৰ্ষণকাৰীৰ মুক্তি সন্দৰ্ভত এই যুক্তি আগবঢ়াইছে গুজৰাট চৰকাৰে। উল্লেখযোগ্য যে বিলকিছ বানুৰ ধৰ্ষণৰ ১১গৰাকী অভিযুক্তক গুজৰাট চৰকাৰে ইতিমধ্যে বিগত…