শ্ৰেণী ৰাষ্ট্ৰীয়

১২ নবেম্বৰত হ’ব নিৰ্বাচন

নিৰ্বাচনৰ দিন ঘোষণা হিমাচলৰ,নহ’ল গুজৰাটৰ | ৬৮ খন আসনৰ বাবে একেটা পৰ্যায়তে হ’ব ভোটগ্ৰহণ ৪৩ হাজাৰ যুৱ ভোটাৰে প্ৰথম বাৰৰ বাবে অংশ ল’ব ভোটগ্ৰহণ প্ৰক্ৰিয়াত | নিৰ্বাচন আয়োগে শুকুৰবাৰে ঘোষণা কৰে নিৰ্বাচনৰ দিন ৷ হিমাচল প্ৰদেশত ১২ নবেম্বৰত নিৰ্বাচন অনুষ্ঠিত…

অন্নদাতাৰেই অন্নৰ অভাৱ ভাৰতত

প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতিশ্ৰুতি আৰু বালিত পানী ঢলা একে কথা৷কৃষিখণ্ডৰ লগত জড়িত প্ৰায় ৩০ জন লোকে দৈনিক আত্মহত্যাৰ পথ বাচি লয় ভাৰতত ৷ কথা দিছিল উপাৰ্জন দুগুণ কৰাৰ,কিন্তু উপাৰ্জনহীন হৈ দেশত আত্মহত্যা প্ৰতি দিনে ৩০ জন কৃষক তথা কৃষিখণ্ডৰ শ্ৰমিকৰ |…

ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান,মুক্ত হ’ল ‘অপৰাধী’

মাওবাদী বুলি অভিযুক্ত অধ্যাপকক মুক্তি | ন্যায়ালয়ৰ ৰায়দান সঠিক নাছিল ? উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে শুকুৰবাৰে অধ্যাপক জি.এন চাইবাবাক অপৰাধমুক্ত বুলি ঘোষণা কৰি কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ নিৰ্দেশ দিয়ে ৷ উল্লেখ্য যে ন্যায়াধীশ ৰোহিত ৰাও,অনিল পাঞ্চাৰেৰ বিচাৰপীঠে অধ্যাপক চাইবাবাই ২০১৭…

নগাঁৱত সাহিত্যিক ড° ধ্ৰুৱজ্যোতি বৰাৰ নৱতম গ্ৰন্থ ‘ভক্তিৰ অনিৰুদ্ধ যাত্ৰা’ উন্মোচন

বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ধ্ৰুৱজ্যোতি বৰাৰ নৱতম গ্ৰন্থ ‘ভক্তিৰ অনিৰুদ্ধ যাত্ৰা’ বৃহস্পতিবাৰে বিয়লি নগাঁৱত উন্মোচন কৰা হয় । নগাঁও চহৰৰ কেঞাপট্টিৰ ‘বুক নুক কেফে’ত সাহিত্যিক গৰাকীয়ে নিজেই উন্মোচন কৰে অসমৰ বৈষ্ণৱ আন্দোলনৰ ধৰ্মীয় ইতিহাস সমৃদ্ধ…

হয় ‘ঝুমলা’ নহয় ‘হামলা’ -প্ৰধানমন্ত্ৰীৰ ‘ডাবল ইঞ্জিন’ প্ৰকৃততে কি?

ডাবল ইঞ্জিন মানে হয় ‘ঝুমলা’,নহয় ‘হামলা’ ইডি,চিবিআই – কেন্দ্ৰৰ ‘চিকাৰী কুকুৰ’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰায়েই ‘ডাবল ইঞ্জিন’ৰ চৰকাৰৰ কথা কয় !এই ‘ডাবল ইঞ্জিন’ৰ ভেদ ভাঙিছে তেলেংগানাৰ এগৰাকী মন্ত্ৰীয়ে ৷ ‘ডাবল ইঞ্জিন’ৰ কথা অৱশ্যে প্ৰধানমন্ত্ৰী মোডীৰ মুখতেই নহয়,সভাপতি জে পি নাড্ডা,গৃহমন্ত্ৰী…

বিজেপিয়েই গিলিলে নেকি শিৱসেনাক ?

ধনু-কাঁড় বাদ, টৰ্চ লৈ সাজু থাকৰেপন্থী বিজেপিয়েই গিলিলে নেকি শিৱসেনাক? কোনেও নাপালে পুৰণি নাম-চিহ্ন শিৱসেনা নামটোক লৈ চলি থকা খাম খেয়ালিৰ ইতিমধ্যে অন্ত পৰিছে ৷ উদ্ধৱ থাকৰে গোটটো এতিয়াৰে পৰা শিৱসেনা উদ্ধৱ বালাচাহেব থাকৰে আৰু সিন্দে গোটটো বালাচাহেবআঞ্চী শিৱসেনা হিচাপে…

গৌতম বুদ্ধৰ প্ৰতি আকৰ্ষিত গৌতমক তলব আৰক্ষীৰ

আপক ‘হিন্দু বিৰোধী’ বনাই ৰোষত পৰিছে গৌতম |  আপ নেতা ৰাজেন্দ্ৰ পল গৌতমক দিল্লী আৰক্ষীয়ে মঙলবাৰে তলব কৰিছে ৷ আপ নেতা গৰাকীৰ বিৰুদ্ধে ধৰ্মৰ বিৰুদ্ধে বিদ্বেষ ভাৱ সৃষ্টি কৰাৰ অভিযোগ তুলিছিল বিজেপিয়ে ৷ দিল্লীত ‘বুদ্ধিষ্ট চ’ছাটি অব ইণ্ডিয়া’ই আয়োজন কৰা…

 মোক্ষম আঘাত TMC ত

মোক্ষম আঘাত TMC ত পুনৰ গ্ৰেপ্তাৰ TMC ৰ বিধায়ক | তৃণমূল কংগ্ৰেছৰ বিধায়ক মাণিক ভট্টাচাৰ্যক গ্ৰেপ্তাৰ | পশ্চিম বংগৰ শিক্ষক নিযুক্তিৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত মঙলবাৰে ইডিয়ে তৃণমূল কংগ্ৰেছৰ এজন বিধায়কক গ্ৰেপ্তাৰ কৰে ৷ মাণিক ভট্টাচাৰ্যক ওৰেটো নিশা সোধাপোচা পৰাৰ…

এটা সাহসী কুকুৰ

এটা সাহসী কুকুৰ ভাৰতীয় সেনা বাহিনীৰ এটা কুকুৰ এতিয়া চৰ্চাত  জীৱ জন্তুৰো দেশৰ প্ৰতি থাকে অত্যন্ত দেশপ্ৰেম | এটা প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰৰ দুঃসাহসিকতা | নিজেই গুলী খাইও দুই সন্ত্ৰাসবাদীক বাধা দিলে কুকুৰটোৱে  তাৰ পিছতেই প্ৰশংসাৰ পাত্ৰ হৈছে কুকুৰটো | ভাৰতীয় সেনা…

বিছিন্নতাবাদী নেতাৰ মৃত্যু

বিছিন্নতাবাদী নেতাৰ মৃত্যু তিহাৰ জে’লৰ কাৰাবন্দী আলতাফ শ্বাহৰ মৃত্যু৷ কাশ্মীৰৰ বিছিন্নতাবাদী নেতা আছিল আলতাফ ৷ প্ৰয়াত হুৰিয়ট নেতা ছৈয়দ আলী শ্বাহ গিলানীৰ জোঁৱায়েক আছিল আলতাফ শ্বাহ৷ হুৰিয়ট নেতা আলতাফ শ্বাহক ২০১৭ চনৰ ২৫ জুলাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ শ্ৰীনগৰৰ চৌৰা অঞ্চলৰ…