শ্ৰেণী ৰাষ্ট্ৰীয়

অক্ষুণ্ণ থাকিল মহাৰাষ্ট্ৰৰ পৰম্পৰা

বিনাপ্ৰতিন্দ্বিতাৰে জয়ী পূব আন্ধেৰীৰ বিধায়ক। ক্ষমতাতকৈ পৰম্পৰাত বিশ্বাসী মহাৰাষ্ট্ৰৰ লোক।মহাৰাষ্ট্ৰৰ পূব আন্ধেৰী সমষ্টিত হ’বলগীয়া উপনিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে বিজেপিয়ে।মহাৰাষ্ট্ৰৰ পৰম্পৰা অনুসৰি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে দলটোৱে। “ নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু আছিল বিজেপি।আমি নিশ্চিত আছিলোঁ যে আমি যথেষ্ট সংখ্যক ভোট লাভ…

Rx ৰ সলনি ‘শ্ৰী হৰি’

আজৱ দেশৰ গজব কাণ্ড ! চিকিৎসকে প্ৰেচক্ৰিপচনত ‘Rx’ ৰ ঠাইত লিখিলে ‘শ্ৰী হৰি’।দেশজুৰি ভাইৰেল মধ্য প্ৰদশৰ চিকিৎসকৰ প্ৰেচক্ৰিপচন। ডাক্তৰৰ প্ৰেচক্ৰিপচনত Rx ৰ ব্যৱহাৰ আপুনি মই সকলোৱে দেখিছোঁ। সাধাৰণতে প্ৰায় বোৰ প্ৰেচক্ৰিপচনত প্ৰতীক হিচাপে দেখা যায় Rx ক, লেটিন শব্দৰ recipere…

ICC লৈ পঠিয়াওক সৌৰভ গাংগুলীক

জয় শ্বাহক ৰাখি,গাংগুলীক আঁতৰোৱাটো অন্যায় ।গাংগুলী আমাৰ গৌৰৱ-মন্তব্য মমতা বেনাৰ্জীৰ।সৌৰভ গাংগুলীক আন্তৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিললৈ পঠিওৱাৰ আহ্বান ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতি এই আহ্বান পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। মুখ্যমন্ত্ৰী বেনাৰ্জীৰ মতে গাংগুলী এগৰাকী উপযুক্ত প্ৰশাসক ।“কিন্তু মই নাজানো,কিবা অদৃশ্য কাৰণত অমিত…

মহাসংকটত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী

বিপদে লগ নেৰা হৈছে একনাথ সিন্দেক।প্ৰতীক চিহ্নক লৈ সংকটত সিন্দেপন্থী।সিন্দে গোটৰ দলীয় প্ৰতীকৰ বিৰোধিতা শিখ সমাজৰ। ঢাল-তৰোৱাল শিখৰ আৱেগৰ লগত জড়িত গতিকে ই কেতিয়াও দলীয় প্ৰতীক হ’ব নোৱাৰে।শিখ সম্প্ৰদায়ৰ নেতাই ইয়াৰ বিৰোধিতাৰে কাষ চাপিছে নিৰ্বাচন আয়োগৰ। উল্লেখযোগ্য যে শিৱসেনাৰ উদ্ধৱ…

জীৱনৰ দ্বিতীয় ইনিংছৰ দিশে ধোনী

এইবাৰ ধোনীয়ে নিৰ্মাণ কৰিব দক্ষিণৰ চিনেমা । ধোনীয়ে খুলিছে নিজৰ প্ৰডাকচন হাউচ । বিহাৰৰ হৈ খেলি কেৰিয়াৰ আৰম্ভ কৰা মহেন্দ্ৰ সিং ধোনী এতিয়া বিশ্ববিখ্যাত ক্ৰিকেটাৰ । এটা দশক নৌহওঁতেই ৰাঁচীক অৰ্থাৎ বৰ্তমানৰ ঝাৰখণ্ডক বিশ্ব ক্ৰিকেটৰ মানচিত্ৰত স্থান দিছিল ধোনীয়ে। ১৫…

আপৰ ‘মৌনতা’ত ক্ষুণ্ন আপ নেতা

প্ৰাক্তন আপ মন্ত্ৰীক সংগ দিয়া নাই আপে। আপে এৰিলেও গৌতমক সংগ দিছে ২০ টা দলিত সংগঠনে । দিল্লীৰ আপ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতমৰ জনপ্ৰিয়তা মন্ত্ৰীত্ব এৰাৰ পিছত বাঢ়িছেহে।এগৰাকী মন্ত্ৰী হৈয়ো অত্যন্ত সাধাৰণ জীৱন যাপন কৰা ৰাজেন্দ্ৰ পাল…

যোগী চৰকাৰৰ বিৰুদ্ধে গৰ্জন বিজেপি সাংসদৰ

উত্তৰ প্ৰদেশৰ বিজেপি সাংসদ ব্ৰীজ ভূষণ চাৰণ সিঙে নিজৰ দলৰ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।কেইচাৰগঞ্জৰ সাংসদ ব্ৰীজ ভূষণ সৰ্বভাৰতীয় মল্লযোদ্ধা সন্থাৰো সভাপতি।উল্লেখ্য উত্তৰ প্ৰদেশৰ ১৮ খন জিলা বৰ্তমান বানত বিধ্বস্ত ।বিগত ১১অক্টোবৰত উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ ১৮ খন জিলাৰ ১,৩৭০…

হিন্দীত পঢ়িব পাৰিব মেডিকেল

হিন্দী শিকক নহ’লে বেমাৰ দেখুওৱা নহ’ব ।হিন্দীত মেডিকেল পাঠ্যক্ৰমৰ শুভাৰম্ভ ।১৬ অক্টোবৰত মধ্য প্ৰদেশত আৰম্ভ হ’ব হিন্দীত মেডিকেলৰ পাঠদান ।মেডিকেল অৰ্থাৎ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আৰম্ভ হ’ব হিন্দী ভাষাত।দেশৰ ভিতৰত হিন্দী ভাষাত মেডিকেল পাঠ্যক্ৰম প্ৰথম আৰম্ভ কৰাৰ সিন্ধান্ত মধ্য প্ৰদেশ চৰকাৰৰ।…

‘ভীষ্ম প্ৰতিজ্ঞা’ বিহাৰৰ মুখ্যমন্ত্ৰীৰ

‘ভীষ্ম প্ৰতিজ্ঞা’ বিহাৰৰ মুখ্যমন্ত্ৰীৰ । কি এই ‘ভীষ্ম প্ৰতিজ্ঞা’? দেহত শেষ বিন্দু তেজ থকালৈকে বিজেপিৰ লগত মিত্ৰতা নকৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ।প্ৰায় এটা বছৰ মিত্ৰতাত থকাৰ পিছত যেন বৌদ্ধজ্ঞানহে পালে নীতিশ কুমাৰে।“বিজেপিয়ে যেনে আচৰণ কৰে,মই মোৰ জীৱিত কালত আৰু…

 দুৰ্নীতিৰ দস্তাবেজ জ্বলালে বিজেপিয়ে !

গুজৰাট সচিবালয়ত অগ্নিকাণ্ড,জ্বলিল কেৱল ফাইল । ২৭ বছৰীয়া দুৰ্নীতিৰ দস্তাবেজ জাহ গ’ল নেকি জুইত? সচিবালয়ৰ অগ্নিকাণ্ডত ৰহস্যৰ গোন্ধ পাইছে কংগ্ৰেছে । গুজৰাটৰ সচিবালয়ৰ সমাজ কল্যাণ বিভাগত শুকুৰবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও ভস্মীভূত…