শ্ৰেণী ৰাষ্ট্ৰীয়

কিয় ভৱানীপুৰত উপ নিৰ্বাচনৰ দিনা ১৪৪ ধাৰা জাৰি কৰাৰ দাবী তুলিছে বিজেপিয়ে?

মমতা বেনাৰ্জীয়ে উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলগীয়া পশ্চিম বংগৰ ভৱানীপুৰ সমষ্টিত কোনো সুৰুঙা এৰিব বিচৰা নাই বিজেপিয়ে। বিজেপি নেতা দিলীপ ঘোষৰ সৈতে হোৱা হাতাহাতিৰ পিছত বিজেপিৰ এটা প্ৰতিনিধি দলে কলকাতাত নিৰ্বাচন আয়োগৰ বিষয়াসকলক সাক্ষাৎ কৰি ৩০ ছেপ্টেম্বৰত উপ নিৰ্বাচনৰ দিনা ভৱানীপুৰ…

মাত্ৰ ১৫ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে স্থানান্তৰ কৰা হব ৫১০৪ জোপা গছ

পূব আৰু উত্তৰ-পূব দিল্লীত ছয় লেনৰ ঘাইপথ নিৰ্মাণৰ বাবে ১৪ হেক্টৰতকৈও অধিক বনভূমিত ৰোপণ কৰা ৫১০৪ জোপ গছ কাটি আন এটা স্থানলৈ স্থানান্তৰ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। বিষয়াসকলৰ মতে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দিল্লী-চাহাৰনপুৰ ঘাইপথৰ ১৪.৭৫ কিলোমিটাৰ পথৰ উন্নয়নৰ বাবে…

ভাৰতত মুছলমানৰ অৱস্থা বিয়াৰ বেণ্ড পাৰ্টীৰ দৰেই হৈছেঃ আছাদুদ্দিন ওৱেচি

ভাৰতত মুছলমানৰ অৱস্থাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সংখ্যালঘু নেতা আছাদুদ্দিন ওৱেচিয়ে। ওৱেচিয়ে কয় যে-ভাৰতত মুছলমান সকলৰ অৱস্থা বিয়াৰ বেণ্ড পাৰ্টীৰ দৰেই হৈছে। নিৰ্বাচন আহিলেই নেতা সকলে মুছলমানক ধৰ্ম নিৰপেক্ষতাৰ বেণ্ড বজাবলৈ বাধ্য কৰে। দৰাই বিয়া কৰাবলৈ যাঁওতে বেণ্ড পাৰ্টীটোক…

কোন জ্যেষ্ঠ খৈলুৱৈয়ে কোহলিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে BCCIত?

টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে কিছু দিন পূৰ্বো টি-২০ৰ অধিনায়কত্ব ত্যাগ কৰিব বুলি ঘোষণা কৰি সকলোকে হতবাক কৰিছিল। বিৰাট কোহলিয়ে ২০২১ চনৰ টি-২০ বিশ্বকাপৰ পিছত টি-২০ ৰ অধিনায়কত্ব হস্তান্তৰ কৰিব। আমাৰ হাতত আহি পৰা খবৰ অনুসৰি টীম ইণ্ডিয়াৰ এজন জ্যেষ্ঠ…

অৱশেষত আহিল দুৰ্দান্ত ঘুৰ্ণী বতাহ গুলাবঃ নিহত ৫

ঘুৰ্ণী বতাহ গুলাবক লৈ ইতিমধ্যেই দেশৰ কেইবাখনো ৰাজ্যত জাৰি কৰা হৈছিল হাই এলাৰ্ট। গুলাবৰ তাণ্ডৱত এতিয়া তচনচ হব পাৰে অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যা। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকূলাম জিলাত ২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে উৰিষ্যাত ৩ জনকৈ মাছমৰীয়াৰ মৃত্যুৰ খবৰ পোৱা গৈছে। বহু…

ভাৰত বন্ধঃ ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যানযঁট – ব্যাহত ৰেল সেৱা

তিনিখন কৃষি আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনক চৰকাৰে যিমানেই অগ্ৰাহ্য কৰিবলৈ বিচাৰিছে আন্দোলন সিমানেই তীব্ৰতৰ হৈছে। নিজৰ স্থিতি লৰ-চৰ কৰিবলৈ সাজু নহয় দেশৰ কৃষক সমাজ। সেই উদ্দেশ্যেই আজি দেশৰ সৰ্বত্ৰ কৃষক সকলে আহ্বান জনাইছিল ভাৰত বন্ধৰ। ৪০ টাতকৈও অধিক ফাৰ্ম…

Just In – লাডাখৰ ভাৰত-চীন সীমান্তত চীনে ভাৰতলৈ লক্ষ্য কৰি সাজু কৰিছে যুদ্ধ বিমানঃ কিন্তু কিয়?

ভাৰত আৰু চীনৰ সংঘাত কোনো নতুন কথা নহয়। কিন্তু লাডাখৰ ভাৰত-চীন সীমান্তৰ পৰা আহিছে এটা উদ্বেগজনক খবৰ। চীন-ভাৰত সীমান্তত বাঢ়িছে উত্তেজনা। চীনে পূব সীমান্তত মোতায়েন কৰিছে প্ৰায় ৫০ হাজাৰ সেনা। গোগৰা হাইটচ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকা ড্ৰোনেৰে নিৰীক্ষণ কৰি আছে…

আজিৰে পৰা আৰম্ভ হ’ব ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিচন(NDHM)

🔴 আজি প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভণি কৰিব ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিচনৰ 🔴 ভিডিঅ কনফাৰেঞ্চৰ জৰিয়তে দেশবাসীক সম্বোধন কৰি মিচনৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে 🔴 আয়ুষ্মান ভাৰত জন আৰোগ্য যোজনাৰ তৃতীয় বৰ্ষপূৰ্তিৰ সৈতে আৰম্ভ কৰা হব এই মিচন 🔴 এই মিচনৰ প্ৰধান উদ্দেশ্য…

সুখবৰঃ শান্তি স্বৰূপ ভাটনাগৰ বঁটা-২০২১ লাভ কৰিছে অসম সন্তান ড° বিনয় কুমাৰ শইকীয়াই

আজি ঘোষণা কৰা হল শান্তি স্বৰূপ ভাটনাগৰ বঁটাৰ ২০২১ চনৰ বিজয়ীসকলৰ নাম। এইবাৰৰ বিজয়ীসকলৰ মাজত আছে অসম সন্তান ড৹ বিনয় কুমাৰ শইকীয়া। উল্লেখ্য যে শান্তি স্বৰূপ ভাটনাগৰ বঁটা হৈছে ভাৰতীয় বিজ্ঞান জগতৰ এটি সৰ্বোচ্চ সন্মান। সাহিত্য জগতৰ জ্ঞানপীঠ বঁটাৰ দৰে…

আহি আছে সাগৰীয় ঘূৰ্ণী বতাহ গুলাবঃ উৰিষ্যাত জাৰি কৰা হৈছে হাই-এলাৰ্ট

সাৱধান! আহি আছে সাগৰীয় ঘূৰ্ণী বতাহ গুলাব। বংগোপ সাগৰতসৃষ্ট নিম্ন চাপৰ পৰিপ্রেক্ষিতত সামুদ্রিক ঘূর্ণী গুলাবৰ সম্ভাৱনাক লৈ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগজাননী জাৰি কৰাৰ পাছতে উৰিষ্যাৰ উপকূলীয় সাতখন জিলাত হাই এলার্ট ঘোষণা কৰা হৈছে৷ সামুদ্রিক ঘূৰ্ণী গুলাবে উৰিষ্যাৰ সাতখন জিলা…