শ্ৰেণী ৰাষ্ট্ৰীয়

লখিমপুৰৰ খেৰীলৈ ৰাহুল গান্ধী নেতৃত্বাধীন কংগ্ৰেছৰ উচ্চস্তৰীয় প্ৰতিনিধি দল

মাৰ যোৱা নাই লখিমপুৰৰ কাণ্ডৰ বিভীষিকা। আজি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী, মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু চৰণজিৎ সিং চান্নীয়ে হিংসাত নিহত সকলৰ পৰিয়ালবৰ্গৰ সৈতে মিলিত হবলৈ লক্ষ্ণৌ বিমানবন্দৰৰ পৰা লখিমপুৰ খেৰীলৈ ৰাওনা হয়। উল্লেখ যে প্ৰতিনিধি দলটোক প্ৰথমে আৰক্ষীৰ বাহনত যাত্ৰা…

পুনৰ বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য

◆ পুনৰ বৃদ্ধি পালে ঘৰুৱা ব্যৱহাৰযোগ্য চিলিণ্ডাৰৰ মূল্য ◆প্ৰতিটো চিলিণ্ডাৰৰ দাম ১৫ টকাকৈ বৃদ্ধি ◆ আজিৰ পৰা প্ৰযোজ্য হৈছে এই নতুন মূল্য ◆ উল্লেখ যে বিগত ছেপ্টেম্বৰ মাহত ২৫ টকাকৈ বৃদ্ধি কৰা হৈছিল মূল্য ◆ অসমৰ কিছু কিছু প্ৰান্তত এহেজাৰ…

মুণ্ডন কৰি, যজ্ঞ পাতি বিজেপি ত্যাগ কৰিলে এজন বিধায়কে

নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰা বিজেপিত মোক্ষম আঘাত। গভীৰ অনুশোচনাত দল ত্যাগ কৰে বিজেপিৰ এজন বিধায়কে আৰু লগতে তেওঁ ৰাজহুৱা ভাৱে মুণ্ডন কৰি যজ্ঞ পাতি বিজেপিলৈ যোৱাৰ প্ৰায়শ্চিত্তও কৰে। মুণ্ডন কৰাৰ পাছত আশিস দাসে কয়-বিজেপিলৈ যোৱাটোৱেই আছিল মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল৷…

দূৰদৰ্শনৰ ৰামায়ণ ধাৰাবাহিকৰ ৰাৱণৰ চৰিত্ৰত অভিনয় কৰা অৰবিন্দ ত্ৰিবেদী আৰু নাই

১৯৮৭ চনত দূৰদৰ্শনত সম্প্ৰচাৰিত ৰামানন্দ সাগৰৰ আটাইতকৈ জনপ্ৰিয় পৌৰাণিক ধাৰাবাহিক ৰামায়ণত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা অৰবিন্দ ত্ৰিবেদীৰ মঙলবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত ত্ৰিবেদীৰ বয়স আছিল ৮২ বছৰ। দীৰ্ঘদিন ধৰি বিভিন্ন দীৰ্ঘম্যাদী ৰোগত আক্ৰান্ত হৈ খোজ…

বিজেপিয়ে গণতন্ত্ৰক বিশ্বাস নকৰে-বিজেপিয়ে কেৱল স্বেচ্ছাচাৰী শাসন চলাব জানেঃ মমতা বেনাৰ্জী

উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীৰ হিংসাত্মক ঘটনাৰ পিছত দেশত এতিয়াও মাৰ যোৱা নাই ৰাজনৈতিক উত্তেজনা। আনকি এই হিংসাত্মক ঘটনাৰ বাবে বহু লোকে পোনপটীয়াকৈ যোগী আদিত্যনাথ নেতৃত্বাধীন বিজেপি চৰকাৰখনক দোষাৰোপ কৰিছে। ইয়াৰ মাজতে বিজেপি দলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বমগৰ বজ্ৰকন্যা মমতা।…

দাবী পূৰণ নোহোৱালৈ সৎকাৰ কৰা নহয় কৃষকৰ মৃতদেহঃ ৰাকেশ টিকাইট

উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত কৃষক আৰু বিজেপি কৰ্মীৰ মাজত হোৱা সংঘৰ্ষত ইতিমধ্যেই মৃত্যুবৰণ কৰিছে ৮ জনকৈ লোকে। পৰিস্থিতিৰ বুজ লবলৈ অঞ্চলটোত উপস্থিত হোৱা কৃষক নেতা ৰাকেশ টিকাইটে ঘোষণা কৰিছে যে দাবী পূৰণ নোহোৱালৈকে মৃতদেহৰ অন্তিম সংস্কাৰ কৰা নহ’ব। টিকাইটে লগতে…

কেনে আছিল তাৰক মেহতা কা উলটা চচমাৰ নট্টু কাকা খ্যাত অভিনেতা ঘনশ্যাম নায়ক?

জনপ্ৰিয় ধাৰাবাহিক তাৰক মেহতা কা উলটা চচমাৰ নট্টু কাকা খ্যাত প্ৰবীণ অভিনেতা ঘনশ্যাম নায়ক আৰু নাই। প্ৰতিভাশালী জ্যেষ্ঠ শিল্পীজনৰ দেওবাৰে (৩ অক্টোবৰ) মুম্বাইত মৃত্যু হয়। মৃত্যুৰ সময়ত নায়কৰ বয়স আছিল ৭৭ বছৰ। ঘনশ্যামে দেওবাৰে সন্ধিয়া প্ৰায় ৫:৩০ বজাত মুম্বাইৰ সুচাক…

প্ৰিয়ংকা গান্ধীৰ পিছত আৰক্ষীয়ে আটক কৰিলে অখিলেশ যাদৱক

লখিমপুৰ খেৰীৰ ঘটনাক লৈ উত্তাল হৈ আছে উত্তৰ প্ৰদেশ। যোৱা নিশা পৰিস্থিতিৰ বুজ ল’বলৈ যোৱা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক আটক কৰাৰ পিছত এতিয়া ঘৰৰ সন্মুখৰ ৰাজপথত বহি প্ৰতিবাদ কৰা সমাজবাদী দলৰ নেতা অখিলেশ যাদবক আটক কৰিছে আৰক্ষীয়ে। কোনো বিৰোধী দলৰ…

আৰক্ষীৰ প্ৰতি কিয় অসন্তুষ্টি ব্যক্ত কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে?

দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনে দেশৰ আমোলাতন্ত্ৰ বিশেষকৈ আৰক্ষী বিষয়াসকলৰ আচৰণৰ বিৰুদ্ধে আপত্তি দৰ্শাইছে। মুখ্য ন্যায়াধীশে ৰমনে এখন আবেদনৰ শুনানিৰ সময়ত কয় যে আমোলাতন্ত্ৰ বিশেষকৈ আৰক্ষী বিষয়াসকলৰ আচৰণ সম্পৰ্কত মোৰ যথেষ্ট আপত্তি আছে। তেওঁ লগতে কয় যে…

লখিমপুৰলৈ আহোতে আটক হ’ল প্ৰিয়ংকা গান্ধীঃ কিন্তু কিয়?

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল কৃষক সকলে। এই প্ৰতিবাদৰ সময়তে কৃষক আৰু বিজেপি কৰ্মীৰ মাজত হোৱা হতাহতিৰ ফলস্বৰূপে মৃত্যু হৈছিল প্ৰায় ৮ জনকৈ লোকৰ আৰু এই হিংসাত্মক ঘটনাৰ পিছতে পৰিস্থিতিৰ বুজ ল’বলৈ খেৰীলৈ ৰাওনা…