শ্ৰেণী ৰাষ্ট্ৰীয়

সুখবৰঃ অস্কাৰৰ দৌৰত প্ৰথম অসমীয়া ছবি ব্ৰীজ

এটা ভাল খবৰ। বিশ্ব চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান অস্কাৰ আঁজুৰি অনাৰ বাবে প্ৰথমবাৰৰ বাবে ৰণাংগনত নামিবলৈ সক্ষম হৈছে অসমীয়া ছবি ব্ৰীজ। বিদেশী ভাষাৰ ছবি(Foreign Language Films)ৰ মনোনয়ন(Nomination) বাবে ভাৰতৰ তৰফৰ পৰা অস্কাৰ বঁটাৰ বাবে পঠিওৱা হব এখন ছবি। এই ছবিখন নিৰ্বাচন…

আল-কায়দা আৰু ISI-এ আক্ৰমণ কৰিব পাৰে অসমঃ কিন্তু কিয়?

পাকিস্তানৰ গুপ্তচৰ সংস্থা ইণ্টাৰ চাৰ্ভিচেছ ইণ্টেলিজেঞ্চে (ISI) অসম আৰু দেশৰ অন্যান্য ঠাইত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা কৰি থকাৰ গোপন তথ্য লাভ কৰাৰ পিছতে দেওবাৰে অসম আৰক্ষীয়ে ৰাজ্যজুৰি সতৰ্কবাণী জাৰি কৰিছে। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শকে(L & O)…

জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ কি ক’লে মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে?

স্বাধীনতাৰ ৭৪ বছৰৰ পিছতো শান্ত হোৱা নাই পৃথিৱীৰ ভূস্বৰ্গ কাশ্মীৰ। কাশ্মীৰত ধাৰাবাহিকভাৱে অনা-কাশ্মীৰী লোক সকলক লক্ষ্য কৰি থকা হৈছে। এই আক্ৰমণবোৰৰ বাবে মানুহৰ মাজত ক্ষোভ বাঢ়ি আহিছে। ইফালে মেঘালয়ৰ বৰ্তমানৰ ৰাজ্যপাল সত্যপাল মালিকে কাশ্মীৰত অনা-কাশ্মীৰী লোক সকলৰ হত্যা সন্দৰ্ভত এক…

কিয় গ্ৰেপ্তাৰ হ’ল প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিং?

এটা সময়ত বিশ্বকাপৰ খেলত এটা অভাৰত ছয়টা ছিক্স কোবাই বলাৰক ধৰাশায়ী কৰা ভাৰতৰ দুৰ্দান্ত অলৰাউাণ্ডাৰ যুৱৰাজ সিঙক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । অনুসূচিত জাতিৰ বিৰুদ্ধে অপমান সূচক মন্তব্য কৰাৰ অভিযোগত দাখিল কৰা এক গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙক।…

১৯৭৯ চনৰ আজিৰ দিনটোতেই নোবেল বঁটাৰে সন্মানিত হৈছিল মাডাৰ টেৰেছাঃ কিন্তু কিহৰ বাবে?

ভাৰতবৰ্ষত মাডাৰ টেৰেছাৰ নাম আৰু কামৰ কথা নুশুনা মানুহ হয়তো খুব কমেই ওলাব। দেশৰ নিষ্পেষিত, শোষিত আৰু বঞ্চিত ভোকাতুৰ দৰিদ্ৰ জনতাৰ বাবে টেৰেছা আছিল ঈশ্বৰৰ ৰূপ। মাডাৰ টেৰেছাৰ প্ৰকৃত নাম হৈছে এঞ্জেজ গনক্সে বোজাক্সিউ। The Norwegian Nobel Committee-এ মাদাৰ টেৰেছাক…

কেৰেলাত বানৰ ভয়ংকৰ ৰূপঃ নিহত ৯ – সন্ধানহীন ১২

কেৰেলাত বিগত কিছুদিন ধৰি আহি থকা মূষলধাৰ বৰষুণৰ ফলস্বৰূপে সৃষ্টি হোৱা বানে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে। এতিয়ালৈ ৯ জনকৈ লোকৰ মৃত্যুৰ খবৰ আহিছে। বৰ্তমানো সন্ধানহীন হৈ আছে ১২ জন লোক। উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে কেৰেলা প্ৰশাসনে তথা NDRF আৰু…

ভাৰতীয় ক্রিকেট দলৰ মুখ্য প্রশিক্ষকৰ দায়িত্ব ল’ব দ্য ৱাল খ্যাত ৰাহুল দ্রাবিড়ে

🔴 ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব ল’ব ভাৰতৰ একালৰ তাৰকা বেটচমেন তথা অধিনায়ক দ্য ৱাল খ্যাত ৰাহুল দ্ৰাবিড়ে 🔴নৱেম্বৰৰ পৰা দুবছৰৰ বাবে ল’ব দায়িত্ব 🔴 প্ৰথমে ২০২৩ চনলৈকে চুক্তি কৰিব দ্ৰাবিড়ে 🔴আই পি এল ২০২১ ৰ ফাইনেলৰ বাবে…

মোৰ দেউতা চিৰিয়াখানাৰ জন্তু নহয়ঃ কিয় ক’লে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কন্যা দমনদীপে?

অসুস্থ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং।ডেংগু ৰোগত আক্ৰান্ত হৈ বৰ্তমান AIMS ত চিকিৎসাধীন প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী।বৃহস্পতিবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ স্বাস্থ্যৰ বুজ লবলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়া উপস্থিত হৈছিল AIMS ত।কিন্তু এইমছত উপস্থিত হোৱাৰ পিছত এক বিশেষ…

দেশৰ ১৮টা শক্তি প্ৰকল্পত শেষ হ’ল কয়লাঃ অনিশ্চিত ভৱিষ্যতৰ দিশে ভাৰত

🔴 দেশত এতিয়াও অব্যাহত আছে কয়লাৰ সংকট 🔴 ভাৰতত ১৩৫ টা শক্তি প্ৰকল্প আছে য’ত কয়লাৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয় 🔴 চৰকাৰী পৰিসংখ্যা অনুসৰি ইয়াৰে ১৮ টা প্ৰকল্পত কয়লা সম্পূৰ্ণৰূপে শেষ হৈ গৈছে অৰ্থাৎ কয়লাৰ মজুত নাই 🔴 ২০…

IPL-2021ৰ খিতাপ অৰ্জন কৰিলে মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছে

IPL-2021ৰ ফাইনেলত শ্বাহৰুখ খান মালিকানাধীন কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰিলে মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছে। টচত হাৰি প্ৰথমে বেটিং কৰিবলৈ বাধ্য হোৱা চেন্নাই ছুপাৰ কিংছে ফাফ ডিউপ্লেচিচৰ ৮৬ ৰাণৰ সহায়ত কলকাতা নাইট ৰাইডাৰ্ছৰ সমুখত বান্ধি…