শ্ৰেণী ৰাষ্ট্ৰীয়

টি২০ দলৰ অধিনায়ক হিচাপে শেষ বাৰ্তা কি দিলে বিৰাট কোহলিয়ে ?

টি ২০ দলৰ আধিনায়ক হিচাপে ৫০ খন মেচ খেলিছে বিৰাট কোহলিয়ে ৷ ৩২ খন বিজয়, ১৬ খনত পৰাজয় ৷ ২ খনৰ ফলাফল অমিমাংসিত ৷ কোহলিৰ নেতৃত্বত এইবাৰেই প্ৰথম টি ২০ বিশ্বকাপত অৱতীৰ্ণ হৈছিল ভাৰত৷ কিন্তু ফলাফল আশ্প্ৰদ নহ’ল ৷ ইয়াৰ…

নোটবন্দীৰ ৫ বছৰ : মোদী চৰকাৰৰ ব্যৰ্থতাৰ ৫ বছৰ সম্পূৰ্ণ নেকি ?

আজিৰ পৰা ঠিক ৫ বছৰ আগৰ কথা ৷ দিনটো আছিল ৮ নৱেম্বৰ , ২০১৬ ৷ সেইদিনা নিশা ৮ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰি জনাইছিল যে ৮ নৱেম্বৰৰ নিশা ১২ বজাৰ পৰাই প্ৰচলিত ৫০০ আৰু ১০০০ টকাৰ নোটসমূহ অচল…

বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত কি কি আলোচনা হ’ল ?

উত্তৰ প্ৰদেশসহ দেশৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপি দলে ৷ দুবছৰৰ মূৰত দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰি বিজেপিয়ে সমাগত নিৰ্বাচনৰ বাবে নিজকে সাজু কৰাৰ কাম আৰম্ভ কৰিছে ৷ নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত প্ৰধানমন্ত্ৰী…

কেন্দ্ৰক সমালোচনা কৰি মেঘালয়ৰ ৰাজ্যপালে এইবাৰ কি ক’লে ?

বিজেপিৰ বাবে মূৰৰ কামোৰণি হৈ উঠিছে মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিক ৷ দেশত চলি থকা কৃষক আন্দোলনৰ সমৰ্থন মন্তব্য কৰি তেও আকৌ এবাৰ কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰিছে ৷ সত্যপাল মালিকে শেহতীয়াকৈ কয় যে দেশত ইমান বৃহৎ কৃষক আন্দোলন আজিলৈকে হোৱা…

নৱেম্বৰতে বন্ধ হ’ব প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনা

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান যোজনাৰ অধীনত চলি থকা বিনামূলীয়া ৰেচনৰ বিতৰণ চলিত মাহতে অন্ত পৰিব ৷ অহা ৩০ নৱেম্বৰৰ পাছত গৰীৱ কল্যান যোজনাৰ ম্যাদ বৃদ্ধি কৰাৰ কোনো পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ নাই ৷ চলিত মাহতে আঁচনিখনৰ ম্যাদ উকলি যাব ৷- এই কথা…

শ্বাহৰুখ পুত্ৰৰ গোচৰৰ তদন্তৰ দায়িত্ব কাৰ হাতত ?

শ্বাহৰুখ খানৰ পুত্ৰ আৰ্য়ান খানৰ ক্ৰুইজ ড্ৰাগছ কাণ্ডৰ তদন্তৰ পৰা অব্যাহতি দিয়া হৈছে সমীৰ ৱানখেড়েক ৷ এন চি বিৰ এইগৰাকী জ’নেল ডিৰেক্টৰে যোৱা ২ অক্টোবৰত আৰ্য়ান খানসহ ৮ জন লোকক ড্ৰাগছ সেৱন আৰু সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল ৷ কিন্তু উপযুক্ত…

টি-২০ বিশ্বকাপ : ভাৰতৰ ছেমিফাইনেলত প্ৰৱেশৰ পথ কি ?

ইউনাইটেড আৰৱ এমিৰেটচত চলি থকা টি-২০ বিশ্বকাপৰ মহাৰণত পাকিস্তান আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে শোচনীয় পৰাজয় বৰণ কৰাৰ পিছত আফগানিস্তানৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিলে বিৰাট কোহলী নেতৃত্বাধীন টীম ইণ্ডিয়াই। এই মেচখনত জয়লাভ কৰাৰ লগে লগে এইবাৰৰ বিশ্বকাপত প্ৰথমটো জয়ৰ সোৱাদ লাভ কৰে…

সোৱণশিৰিৰ কাষত চীনে নিৰ্মান কৰিছে গাও

চীনে ভাৰত সীমান্তৰ বিবাদমান ভূমিত ধাৰাবাহিক নিৰ্মান কাৰ্য অব্যাহত ৰাখিছে ৷ অৰুণাচল প্ৰদেশ সীমান্তৰে চীনা প্ৰশাসন ভাৰতৰ ভূমিত প্ৰৱেশ কৰাই নহয় , ১০০ টা ঘৰো নিৰ্মান কৰিছে ৷ আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ৷ ইয়াৰ পূৰ্বে অৰুণাচল…

ভাৰত এৰিব মুকেশ আম্বানীয়ে !

ভাৰত এৰিব পাৰে ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ৷ এই বিষয়টো লৈ এতিয়া টুইটাৰত তুমুল চৰ্চা চলিছে ৷ ৰাষ্ট্ৰীয় সংবাদ পত্ৰ ‘মিড ডে’ত প্ৰকাশিত খবৰ অনুসৰি মুকেশ আম্বানীয়ে ব্ৰিটেইনত বসবাসৰ বাবে প্ৰস্তুতি চলাইছে ৷ মুম্বাইৰ উপৰি তেওলোকে ব্ৰিটেইনৰ ষ্টোক পাৰ্কৰ…

প্ৰধানমন্ত্ৰী মোদীয়ে ক’ত উদযাপন কৰিলে দিপাৱলী ?

দিপাৱলীৰ দিনটোত দেশৰ সৈনিকসকলক শুভেচ্ছা জ্ঞাপন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হ’ল জন্মু – কাশ্মীৰৰ নৌছেৰাত ৷ সেনা জোৱানসকলক শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়-‘মই নিজৰ পৰিয়ালৰ সৈতে দিপাৱলী উদযাপন কৰিব বিচাৰো ৷ সেয়ে আজি আপোনালোকৰ মাজলৈ আহিছো ৷’ সেনা…