শ্ৰেণী ৰাষ্ট্ৰীয়

মেঘালয় সীমান্তলৈ হিমন্ত বিশ্ব শৰ্মা।

মঙ্গলবাৰে দিনৰ পুৱা অসম মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমান্ত সমস্যা সমাধানৰ বাবে চিৰসেউজ লাম্পীত উপস্থিত অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমা। অসম মেঘালয়ৰ সীমান্তৰ লাম্পীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া প্ৰথমটো ভ্ৰমন।

আজি প্ৰেছ দিৱস

আজি অর্থাৎ ১৬ নৱেম্বৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ১৯৬৬ চনৰ ১৬ নৱেম্বৰত প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া চমুকৈ পি চি আই স্থাপন কৰা হৈছিল।সেই বিশেষ দিনটোকে সন্মান জনাই প্ৰতিবছৰে ১৬ নৱেম্বৰ তাৰিখটোত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। উল্লেখনীয় যে,ভাৰতত সংবাদ মাধ্যমৰ…

আজি কিহৰ বাবে টুইটাৰত ট্ৰেণ্ডিঙত নাথুৰাম গডছে?

গান্ধী আৰু গডছে। বৰ্তমান সময়ত দেশত বিশেষভাৱে চৰ্চিত নাম দুটা হৈছে মহাত্মা গান্ধী আৰু নাথুৰাম গডছে। ভাৰতীয় ৰাজনীতিত গান্ধী আৰু গডছেৰ চৰ্চা কোনো নতুন বিষয় নহয়। স্বাধীনতাৰ পিছৰে পৰাই গান্ধী আৰু গডছে ভাৰতীয় ৰাজনীতিৰ একো একোটা নিৰ্ণায়ক কাৰক হিচাপে পৰিগণিত…

দেশৰ প্ৰখ্যাত ইতিহাসবিদ-লেখক বাবাচাহেব পুৰন্দৰেৰ দেহাৱসান।

দেশৰ প্ৰখ্যাত ইতিহাসবিদ-লেখক বাবাচাহেব পুৰন্দৰেৰ দেহাৱসান।সোমবাৰে জীৱুনাৱসান ঘটে ৯৯বছৰীয়া ইতিহাসবিদগৰাকীৰ ।পুনেৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু ঘটে। ‘পদ্মবিভূষণ’ সুন্মান বিজয়ী ইতিহাসবিদগৰাকীৰ মৃত্যুত প্রধানমন্ত্রীকে ধৰি বিভিন্নজনৰ শোকপ্রকাশ। ৰাজ্যিক মর্যাদাৰে তেওঁৰ শেষকৃত্য কৰিব মহাৰাষ্ট্ৰ চৰকাৰে।সোমবাৰে জীৱুনাৱসান ঘটে ৯৯বছৰীয়া ইতিহাসবিদগৰাকীৰ ।পুনেৰ এখন…

দাম বৃদ্ধিৰ বিৰুদ্ধে দিনটোৰ বাবে পেট্ৰ’ল পাম্প বন্ধ-

হাৰিয়ানাত আজি দিনটোৰ বাবে বন্ধ থাকিব পেট্রল পাম্প। হাৰিয়ানাৰ পেট্রল ডিজেল ডিলাৰ এছছিয়েশ্যনে দিছে এই বন্ধৰ আহ্বান। পেট্রল-ডিজেলৰ মূল্যবৃদ্ধিয়ে ৰামটাঙোন সুধাইছে সাধাৰণ জনতাক। তাৰ প্ৰতিবাদতেই আজি এই বন্ধ ৰ আহ্বান । আজি পুৱা ৬ বজাৰ পৰা বন্ধ থাকিব এই পেট্রল…

পুত্ৰৰ জন্মদিনত কেক কটা নহল সুমন স্বর্গীয়াৰীৰ….

কথা আছিল পুত্ৰৰ জন্মদিনত ঘৰলৈ অহাৰ৷কথা আছিল পুত্ৰৰ জন্মদিনত একেলগে কেক কটাৰ৷ফোনযোগে কনমানি পুত্ৰক সেই কথা কৈছিল সুমন স্বর্গীয়াৰীয়ে৷কিন্তু আজি সুমন স্বর্গীয়াৰী ঘৰলৈ আহিব নশ্বৰ দেহ হৈ৷ শনিবাৰে মণিপুৰৰ চূড়াচান্দপুৰ জিলাৰ ইণ্ডো-ম্যানমাৰ সীমান্তত পি এল এৰ ভয়ংকৰ এম্বুছত প্ৰাণ হেৰুৱাব…

এই জাহাজ মাস্তুল ছাৰখাৰ …: বিবাহ বিচ্ছেদৰ পাছত অনুপম ৰায়ৰ কাতৰ স্বীকাৰোক্তি

এই জাহাজ মাস্তুল ছাৰখাৰ , তবু স্বপ্ন দেখছি বাৰবাৰ ৷- এটা দশক আগতে এই গীত লিখিছিল ভাৰতীয় সংগীতৰ উদীয়মান নক্ষত্ৰ অনুপম ৰায়ে ৷ এটা দশক পাছত আজি নিজেই মুখামুখি হৈছে এক বিধ্বস্ত ব্যক্তিগত জীৱনৰ ৷ কিছুদিন পূৰ্বে পাঁচ বছৰীয়া বৈবাহিক…

ভুৱা ক্লিনিকৰ বিৰুদ্ধে বাতৰি : সাংবাদিকক অপহৰণ কৰি হত্যা

ভাৰতত সাংবাদিকতা যে মুঠেও নিৰাপদ বৃত্তি নহয় , সেয়া আকৌ এবাৰ প্ৰমান হ’ল ৷ বিহাৰৰ মধুবনীত উদ্ধাৰ হৈছে এগৰাকী সাংবাদিকৰ অগ্নিদগ্ধ মৃতদেহ ৷ মৃত সাংবাদিকজনৰ নাম অবিনাশ ঝা ৷ তেও স্থানীয় এটা সংবাদ মাধ্যমৰ লগত জড়িত ৷ মঙলবাৰে নিশাৰ পৰা…

মণিপুৰ এম্বুছ : দিপাৱলী উদযাপন কৰি এসপ্তাহ পূৰ্বে চট্টিছগড়লৈ উভতিছিল কৰ্ণেল ত্ৰিপাঠীৰ পিতৃ – মাতৃ

মণিপুৰত সন্দেহজনক পি এল এ উগ্ৰপন্থীৰ ভয়াৱহ আক্ৰমণত পত্নী – পু্ত্ৰসহ নিহত হ’ল ভাৰতীয় সেনাৰ কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী ৷ শণিবাৰে পুৱাৰ ভাগত সংঘটিত উগ্ৰপন্থীৰ ভয়াৱহ এম্বুছত কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী , তেওৰ পত্নী অনুজা ত্ৰিপাঠী , ৮ বছৰীয়া পুত্ৰ আবিৰ ত্ৰিপাঠী…

অমিত শ্বাহৰ সভাত মানুহ গোটাবলৈ লোকনিৰ্মান বিভাগে দিলে ৪০ লাখ

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন সমাগত ৷ যাৰ বাবে ৰাজ্যখনলৈ প্ৰধানমন্ত্ৰী , গৃহমন্ত্ৰীৰ আহ- যাহো সঘনে বৃদ্ধি পাইছে ৷ শুকুৰবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷লক্ষ্ণৌত এখন দলীয় সভাত ভাগ লৈ তেও মন্তব্য কৰে যে উত্তৰ প্ৰদেশত…