শ্ৰেণী ৰাষ্ট্ৰীয়

কৃষি আইনৰ পাছত বাতিল হ’ব নেকি নতুন শ্ৰম আইন ?

তিনিখন কৃষি আইনৰ পাছত বাতিল হ’ব পাৰে নতুন শ্ৰম আইন ৷ ব্লুমবাৰ্গত প্ৰকাশিত খবৰ অনুসৰি , কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে শ্ৰম আইন বাতিল কৰাৰ বাবেও চিন্তা চৰ্চা কৰি আছে ৷ দেশৰ ১০ টাকৈ ট্ৰেড ইউনিয়নৰ তীব্ৰ বিৰোধিতাৰ বাবেই এই সিদ্ধান্ত…

ক্ৰিপ্তোকাৰেন্সি : ডিজিটেল মুদ্ৰাৰ দাম অভাবনীয়ভাৱে হ্ৰাস

ক্ৰিপ্তোকাৰেন্সিত বিনিয়োগ কৰি আপুনিও লাখপতি বা কৌটিপতি হোৱাৰ সপোন দেখিছিল নেকি ? যদি দেখিছিল , আপোনাৰ বাবে আছে এটা দু:সংবাদ ৷ ডিজিটেল মুদ্ৰাৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নতুন আইন প্ৰণয়নৰ কথা চিন্তা কৰিছে ৷ অহা শীতকালীন অধিৱেশনতে এই সংক্ৰান্তীয়…

আজি লাচিত দিৱস৷

অসমৰ শৌৰ্য, বীৰ্যৰ প্ৰতিক বীৰ লাচিতৰ আজি জন্মদিন। ১৬২২ খ্ৰীষ্টাব্দৰ ২৪ নৱেম্বৰত জন্মগ্ৰহণ কৰা বীৰ লাচিত শৰাইঘাট ৰণৰ নায়ক আছিল।সমগ্ৰ ৰাজ্যত অসমীয়াৰ শৌৰ্য, বীৰ্যৰ প্ৰতীক লাচিতক সশ্ৰদ্ধ স্মৰণ কৰিছে। অসম চৰাকাৰে চৰকাৰীভাৱে কাছাৰীঘাটত অনুষ্ঠিত কৰিছে লাচিত দিৱসৰ কাৰ্যসূচী। কাছাৰীঘাটত লুইতৰ…

কৃষক সকলে দাবী কৰি থকা কি এই নূন্যতম সমৰ্থন মূল্য (MSP)?

দেশৰ এজন সচেতন নাগৰিক হিচাপে MSPৰ কথা আপুনি নিশ্বয়কৈ শুনিছে। শেহতীয়াকৈ নৰেন্দ্ৰ মোদী চৰকাৰে বাতিল কৰা তিনিখনকৈ বিতৰ্কিত কৃষি আইনৰ লগত বিশেষ ভাৱে জড়িত এই MSP। উল্লেখ্য যে বৰ্তমানো চলি থকা দেশৰ কৃষক আন্দোলনৰ এটা মূল চালিকা শক্তি হৈছে MSP।…

প্ৰধানমন্ত্ৰী জনধন যোজনাই লুটিলে দৰিদ্ৰক

প্ৰধানমন্ত্ৰীৰ এখন বিশেষ যোজনা৷যি যোজনাৰ জড়িয়তে তিনিবছৰত ১২ কোটি দৰিদ্ৰ জনতাৰ পৰা ষ্টেট বেংক অফ ইণ্ডিয়াই সংগ্ৰহ কৰিলে ১৬৪ কোটি টকা৷ যোজনাৰ নাম প্ৰধানমন্ত্ৰী জনধন যোজনা৷২০১৪ চনৰ ২৮ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা যোজনাৰ লক্ষ্য আছিল দেশৰ দৰিদ্ৰ জনতাক…

ছোনিয়া – মমতাৰ বৈঠকৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত

মঙলবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সাক্ষাৎ কৰিব কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক ৷ মূলত: ২০২৪ৰ লোকসভা নিৰ্বাচন কেন্দ্ৰিক আলোচনাৰ বাবেই তেওলোক আলোচনাত মিলিত হ’ব ৷ কিন্তু তাৰ পূৰ্বে আন এক ৰাজনৈতিক লোকচানৰ সন্মুখীন হৈছে কংগ্ৰেছ দল ৷ দলটোৰ বিহাৰৰ নেতা কীৰ্তি…

এইবাৰ বাঢ়িব মোবাইল ফোনৰ খৰচ

ৰন্ধন গেছ , অত্যাৱশ্যকীয় সামগ্ৰী , শাক পাচলিৰ মূল্যবৃদ্ধিয়ে জ্বলা কলা কৰাৰ পাছত এইবাৰ বৃদ্ধি হ’ব মোবাইলৰ খৰচ ৷ সোমবাৰে এয়াৰটেলে সদৰী কৰা অনুসৰি প্ৰিপেইড ফোন কল আৰু ডাটা পেকৰ মাচুল শুক্ৰবাৰৰ পৰা বৃদ্ধি পাব ৷ এতিয়াও ভোডাফোন আৰু জিওৰ…

আন্দোলন অব্যাহত থাকিব।

যোৱা ডেৰ বছৰীয়া সংগ্ৰামত ৭০০ জন কৃষকে প্ৰাণ আহুতি দিয়াৰ পাছতো আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ কৃষক নেতৃত্বৰ।নিজৰ নাক কাটি নৰেন্দ্ৰ মোদীয়ে তিনি কৃষি আইন বাতিল কৰিব বুলি ঘোষণা কৰাৰ পাছতো কৃষক নেতৃত্বই আন্দোলনৰ থলী এৰা নাই।তেওঁলোকে কব খোজে যে কেৱল…

কি আছে The Annual Status of Education Report 2021ত?

অৱশেষত ৰাজহুৱা হ’ল The Annual Status of Education Report চমুকৈ ASER।The Annual Status of Education Report অৰ্থাৎ চমুকৈ এ.এছ.ই.আৰ হৈছে এটা নাগৰিক নেতৃত্বাধীন ঘৰুৱা জৰীপ। এই জৰীপে দেশৰ শিশু সকলৰ স্কুলীয়া শিক্ষাৰ স্থিতি তথা আন্তঃগাঁথনি আৰু গাণিতিক দক্ষতাৰ তথ্য সংগ্ৰহ…

অৱশেষত জামিন পালে ছায়নীয়ে

ত্ৰিপুৰাত গ্ৰেপ্তাৰ হোৱা যুৱ তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী ছায়নী ঘোষে অৱশেষত জামিন লাভ কৰিলে ৷ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ সভাত হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল ছায়নীৰ বিৰুদ্ধে ৷ তাৰ পাছতে দেওবাৰে তেওক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ আজি ছায়নীক…