শ্ৰেণী ৰাষ্ট্ৰীয়

চৰকাৰৰ নিয়ন্ত্ৰনত চলিব নেকি দেশৰ সংবাদ মাধ্যম?

চৰকাৰৰ নিয়ন্ত্ৰণলৈ যাব নেকি দেশৰ সংবাদ মাধ্যম?সংবাদ স্বাধীনতাৰ ওপৰত বহু সময়ত প্ৰশ্ন উত্থাপন হৈ অহাৰ মাজতে সংসদত দাখিল হোৱা এখন প্ৰতিবেদনে পুনৰ উত্থাপন কৰিছে এই প্ৰশ্ন-চৰকাৰৰ নিয়ন্ত্ৰণলৈ যাব নেকি দেশৰ সংবাদ মাধ্যম?বুধবাৰে যোগাযোগ আৰু তথ্য প্ৰযুক্তিৰ সংসদীয় স্থায়ী সমিতিয়ে অনুমোদন…

কংগ্ৰেছ অবিহনে নহয় , কংগ্ৰেছৰ নেতৃত্বতো নহয় : বিৰোধী ৰাজনীতিৰ সমীকৰণ

কংগ্ৰেছ অবিহনে নহয় , কংগ্ৰেছৰ নেতৃত্বতো নহয় – বিৰোধী ৰাজনীতিৰ এই সমীকৰণ কাৰ্যত: স্পষ্ট হৈ উঠিছে৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰৰ বৈঠকৰ পাছতে দিল্লীৰ ক্ষমতাৰ অলিন্দত এই কথাই প্ৰতিধ্বনিত হৈছে ৷ চৰ্চা চলিছে যে…

ৰতন টাটালৈ কি বঁটা আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

◆ উদ্যোগপতি ৰতন টাটালৈ ৰাজ্যৰ সৰ্বোচ্ছ অসামৰিক সন্মান অসম বৈভৱ বঁটা ◆ নতুন দিল্লীত এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ◆ পূৰ্বতে এই বঁটাক অসম ৰত্ন বঁটা বুলি জনা গৈছিল

চৰকাৰী আচনিক নির্বাচনী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল নেকি বিজেপিয়ে?

ভাৰত চৰকাৰৰ এখন আচনি৷আচনিৰ জৰিয়তে প্ৰদান কৰা হৈছিল বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ৷বিগত চাৰিটা বছৰত সফল ৰুপায়ন হোৱা আচনিখনক লৈ গর্বিত মোদী চৰকাৰ৷কিন্তু আচনিখনৰ ৰুপায়ন সন্দর্ভত এতিয়া পোহৰলৈ আহিছে আন এক তথ্য৷সেইয়া হৈছে,অন্যান্য সময়তকৈ নির্বাচনৰ সময়তহে অত্যাধিক গুৰুত্ব দিয়া হৈছিল আচনিখনৰ…

ৰাহুল গান্ধীক বাৰম্বাৰ আক্ৰমণ কৰি কি ক’লে মমতা বেনাৰ্জীয়ে ?

কথা আছিল ২০২৪ ৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্য গঢ়ি তোলা ৷ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পাছতে আৰম্ভ হৈছিল তৎপৰতা ৷ কিন্তু দিন যোৱাৰ লগে লগে বিৰোধী ঐক্যৰ বিষয়টো স্থবিৰ হৈ পৰাই নহয় , বিৰোধীৰ মাজত আৰম্ভ হৈছে খণ্ডযুদ্ধ ৷ মমতা…

ভাৰতীয়ই এৰিছে ভাৰত , পাকিস্তানীয়ে বিচাৰিছে ভাৰতীয় নাগৰিকত্ব

মোদীৰ আমোলত দেশ এৰিছে লাখ লাখ ভাৰতীয়ই ৷ ইয়াৰ বিপৰীতে ভাৰতৰ নাগৰিকত্ব  বিচাৰি হাবাথুৰি খাইছে হাজাৰ হাজাৰ পাকিস্তানীয়ে ৷ আচৰিত যেন লাগিলেও এয়াই আজিৰ ভাৰতৰ বাস্তৱ পৰিস্থিতি ৷ খোদ গৃহমন্ত্ৰালয়ৰ তথ্যত উন্মোচিত হৈছে এই তথ্য ৷– মঙলবাৰে লোকসভাত সাংসদ হিবি…

ডিচেম্বৰ ১ তাৰিখৰ পৰা কি কি বস্তুৰ পৰিৱৰ্তন হ’ল—

ডিচেম্বৰৰ 1 তাৰিখৰ পৰা পুনৰ বৃদ্ধি হ’ল গেছ ছিলিণ্ডাৰৰ দাম।ইয়াৰ লগতে বিত্তীয় লেনদেন আৰু বহুতো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ পৰিৱৰ্তন হৈছে।যাৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ পকেটত পৰিব পাৰে।এই পৰিৱৰ্তনবোৰ আধাৰ-পিএফ লিংক, গৃহ ঋণ আৰু বেঙ্ক সম্পৰ্কীয় অফাৰ আদিৰ সৈতে সম্পৰ্কিত।কিছুমান নতুন নিয়ম…

বিক্ৰী কৰা হ’ব চেণ্ট্ৰেল ইলেকট্ৰনিক্স লিমিটেড অৰ্থাৎ কেন্দ্ৰীয় বিদ্যুৎ নিগম।

এয়াৰ ইণ্ডিয়াৰ পিছতে দেশৰ দ্বিতীয়টো বৃহৎ ৰাজহুৱা সম্পদ বিক্ৰীৰ বাবে সাজু হৈছে ভাৰত চৰকাৰ। উল্লেখযোগ্য যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় বিজেপি চৰকাৰে দ্বিতীয় বাৰৰ বাবে এটা ৰাজহুৱা সম্পত্তি ব্যক্তিগত স্বত্বাধিকাৰীৰ হাতত গতাই দিয়াৰ জো-যা চলাইছে। অৰ্থাৎ এতিয়াৰে পৰা ব্যক্তিগত কোম্পানীয়ে…

সাধু- সন্তৰ দাবীত এইবাৰ কি আইন বাতিল কৰিলে বিজেপি চৰকাৰে ?

দেশৰ কৃষক সমাজৰ বছৰজোৰা আন্দোলনৰ পাছত কেন্দ্ৰৰ মোদী চৰকাৰে প্ৰত্যাহাৰ কৰিলে তিনিখিন বিতৰ্কিত কৃষি আইন ৷ ইয়াৰ পাছত চৰকাৰে প্ৰত্যাহাৰ কৰিছে আন এখন আইন ৷ উত্তৰাখণ্ড চৰকাৰে দেৱস্থানম বোৰ্ড এক্ট বাতিল কৰাৰ সিদ্ধান্ত লৈছে ৷ আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিঙ…

আশ্চৰ্যজনকঃ এবছৰৰ পিছত হস্পিতালৰ পৰা উদ্ধাৰ হ’ল ক’ভিড ৰোগীৰ মৃতদেহ

মৃত্যুৰ এবছৰৰো অধিক সময়ৰ পিছত ESI ৰাজাজীনগৰ চিকিৎসালয়ৰ শৱগৃহত উদ্ধাৰ হল দুজনকৈ ক’ভিড-১৯ ৰোগীৰ মৃতদেহ। নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা কেপি অগ্ৰহৰাৰ মুনিৰাজু (৬২) আৰু চামাৰাজপেটৰ দুৰ্গা (৪০)ৰ মৃতদেহ ২০২০ চনৰ জুলাই মাহৰ পৰা পুৰণি…