শ্ৰেণী ৰাষ্ট্ৰীয়

বে আইনী, অবৈধঃ সপৰিয়ালে হিমন্ত পত্নীৰ কোম্পানীৰ বৃহৎ ভূমি কেলেংকাৰী

ৰিণিকি ভূঞা শৰ্মাই প্ৰতিষ্ঠা কৰা আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে অবৈধভাৱে গুৱাহাটী মহানগৰীৰ সমীপত ক্ৰয় কৰিছে ২৯ বিঘা ৯ লেচা চৰকাৰী আৰু চিলিং চৰকাৰী ভূমি ৷

দিল্লীলৈ হঠাৎ কিয় মুখ্যমন্ত্ৰী?

আজি নতুন দিল্লীলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷জৰুৰীভাৱে দিল্লীলৈ আমন্ত্ৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক৷আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী গৰাকী৷বিয়লিলৈ গুৰুত্বপূৰ্ণ বিষয়ত অমিত শ্বাহৰে আলোচনাত বহিব হিমন্ত বিশ্ব শর্মা৷ উল্লেখনীয় যে,নাগালেণ্ডৰ ঘটনাৰ পিছতেই দিল্লীলৈ মুখ্যমন্ত্ৰী গৰাকীক জৰুৰীভাবে মাতি পঠোৱা বুলি বাতৰি…

নিৰ্বিচাৰ ধৰ্ষণ,হত্যালীলা চলাবলৈকে নেকি AFSPA?

১৯৯৫ চনৰ নাগালেণ্ডৰ ৰাজধানী ক’হিমা চহৰৰ ব্যস্ততাপূৰ্ণ এটা পুৱা। ভাৰতীয় সেনা বাহিনীৰ এটা দলে চহৰখনত তহল দি থকাৰ সময়তে হঠাৎ এখন চলন্ত গাড়ীৰ চকা ফুটিল।এই চকা ফুটা সাধাৰণ শব্দকে বোমা বুলি ভাবি ঘটনাস্থলীত উপস্থিত থকা সশস্ত্র সেনা বাহিনীয়ে ৰাজপথেৰে অহা-যোৱা…

কিয় নালাগে এই ক’লা আইন?

নাগালেণ্ডৰ ঘটনাৰ পিছতেই পুনৰ উত্থাপন হৈছে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ প্ৰসংগ৷প্ৰতি মুহুত্বতে মানৱ অধিকাৰ ভুলুণ্ঠিত কৰি অহা এই আইন বাতিলৰ দাবী উত্থাপন হৈছে সর্বত্ৰ৷কিন্তু এই আইন বাতিলৰ দাবী এইবাৰেই উত্থাপন হোৱা নাই৷দেশৰ উচ্চতম ন্যায়ালয়ৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰসংঘৰ মজিয়ালৈকে…

সন্ত্ৰাসবাদ বিৰোধী অভিযানত সর্বাধিক সাধাৰণ জনতাই প্ৰাণ হেৰুৱাই কিয় অসম-মণিপুৰত?

কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ে লোকসভাত শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০১৬ চনৰপৰা ২০২১ চনৰ ১৫ নৱেম্বৰ পর্যন্ত মণিপুৰত সশস্ত্র সংঘৰ্ষত সৰ্বাধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে মণিপুৰত।দ্বিতীয় স্থানত আছে অসম।যোৱা ছবছৰতে মণিপুৰত প্রাণ হেৰুৱাইছে সৰ্বাধিক ১৬৭ জন লোকে।এই লোকসকলৰ ভিতৰত আছে ৫৮…

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিলে পুটিনেঃ কিন্তু কিয়?

প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। ভাৰত মহান শক্তি-বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰ আৰু সময়-পৰীক্ষিত বন্ধু বুলি ঘোষণা কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে কোভিডে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ স্বত্বেও ভাৰত-ৰাছিয়া সম্পৰ্কৰ বিকাশৰ গতিত কোনো পৰিৱৰ্তন হোৱা নাই। আমাৰ বিশেষ আৰু সুবিধাপ্ৰাপ্ত কৌশলগত…

সাধাৰণ নাগৰিকক হত্যাৰ অভিযোগ তুলি অৰ্ধ সামৰিক বাহিনীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে নাগালেণ্ড আৰক্ষীয়ে

৪ ডিচেম্বৰৰ আবেলি নাগালেণ্ডৰ মন জিলাৰ তিৰু-অটিং অঞ্চলত সেনাই ভুলবশত গুলীয়াই হত্যা কৰিছিল ১৩ জনকৈ সাধাৰণ নাগৰিকক। এই মৃত্যুৰ বাবে ভাৰতীয় সেনাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি ২১তম পেৰা স্পেচিয়েল ফৰ্চৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে নাগালেণ্ড আৰক্ষীয়ে। টিজিট আৰক্ষী থানাত…

কেনেকুৱা সাংবাদিক আছিল বিনোদ ডুৱা?

আজিৰ পৃথিৱীত, যেতিয়া বেছিভাগ সাংবাদিক আৰু এংকৰে ক্ষমতাক তোষামোদ কৰি গৌৰৱান্বিত হোৱা দেখা যায়,সেই সময়ত বিনোদ দুয়া আছিল এনে এগৰাকী সাংবাদিক যিয়ে কেতিয়াও ক্ষমতাৰ সৈতে সংঘৰ্ষ কৰিবলৈ ভয় কৰা নাছিল।দূৰদৰ্শনত এংকৰৰ জৰিয়তে সাংবাদিক জীৱন আৰম্ভ কৰা বিনোদ দুৱা আছিল প্ৰথম…

কিমান দিনলৈ সেনাৰ হাতত প্ৰাণ গৈ থাকিব নিৰীহৰ

সেনাৰ হাতত নিহত নিৰীহ৷ঘটনাৰ পিছতেই এতিয়া জ্বলিছে নগালেণ্ড৷নগালেণ্ডৰ এই ঘটনাৰ আৰত আছে এখন আইন৷যি আইনৰ দ্বাৰা এইবাৰেই নহয়,ইতিহাসৰ বিভিন্ন সময়ত বিভিন্নজনে প্ৰাণ হেৰুৱাই আহিছে সেনাৰ হাতত৷সেইবাবেই নাগালেণ্ডৰ এই ঘটনাৰ পিছত পুনৰবাৰ এই আইন বাতিৰ দাবী উঠিছে সর্বত্ৰ৷কেনেকৈ এই আইনৰ দ্বাৰা…

দিল্লীত অমিক্ৰ’ণৰ সংক্ৰমণ : এজন লোক আক্ৰান্ত

দেশত এতিয়ালৈকে ক’ৰোনাৰ অমিক্ৰ’ণ ভেৰিয়েন্টৰ সংক্ৰমণৰ পাঁচটা ঘটনা পোহৰলৈ আহিছে ৷ কৰ্ণাটকৰ দুজন , মহাৰাষ্ট্ৰৰ এজন আৰু গুজৰাটৰ এজন লোক অমিক্ৰ’ণ ভেৰিয়েন্টৰ দ্বাৰা সংক্ৰমিত হৈছে ৷ শেহতীয়াকৈ দিল্লীৰ এজন লোকৰ দেহতো অমিক্ৰ’ণৰ সংক্ৰমণ ধৰা পৰিছে ৷ বিশেষজ্ঞসকলে কয় যে অমিক্ৰ’ণে…