শ্ৰেণী ৰাষ্ট্ৰীয়

দিল্লীত অমিক্ৰ’ণৰ সংক্ৰমণ : এজন লোক আক্ৰান্ত

দেশত এতিয়ালৈকে ক’ৰোনাৰ অমিক্ৰ’ণ ভেৰিয়েন্টৰ সংক্ৰমণৰ পাঁচটা ঘটনা পোহৰলৈ আহিছে ৷ কৰ্ণাটকৰ দুজন , মহাৰাষ্ট্ৰৰ এজন আৰু গুজৰাটৰ এজন লোক অমিক্ৰ’ণ ভেৰিয়েন্টৰ দ্বাৰা সংক্ৰমিত হৈছে ৷ শেহতীয়াকৈ দিল্লীৰ এজন লোকৰ দেহতো অমিক্ৰ’ণৰ সংক্ৰমণ ধৰা পৰিছে ৷ বিশেষজ্ঞসকলে কয় যে অমিক্ৰ’ণে…

সেনাৰ গুলীত ১২ নীৰিহৰ মৃত্যু : কি কয় আছাম ৰাইফলছে ?

নাগালেণ্ডৰ গুলীচালনাৰ ঘটনাক লৈ বিবৃতি প্ৰকাশ কৰিছে আছাম ৰাইফলছে ৷ নাগালেণ্ডৰ মন জিলাত আছাম ৰাইফলছৰ গুলীত নিহত হৈছিল কমেও ১২ গৰাকী নীৰিহ লোক ৷ এই ঘটনাৰ পাছত আছাম ৰাইফলছে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে শণিবাৰৰ ঘটনাৰ বাবে তেওলোক…

তামিলনাডুত চৰকাৰী চাকৰিৰ বাবে তামিল ভাষাৰ প্ৰশ্নকাকত বাধ্যতামূলক

তামিলনাডুত চৰকাৰী চাকৰিৰ বাবে তামিল ভাষাৰ প্ৰশ্নকাকত বাধ্যতামূলক অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বাধ্যতামূলক নহ’ব অসমীয়া ভাষাৰ পৰীক্ষা ৷ অসম চৰকাৰে কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সদম্ভে এপিএছছিৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত প্ৰত্যাহাৰ…

নাগালেণ্ডৰ সেনাৰ গুলীত নিহত ১২ নিৰীহ লোক

সেনা বাহিনীৰ গুলীত নিহত হ’ল নাগালেণ্ডৰ ১২ গৰাকী নীৰিহ নাগৰিক ৷ নাগালেণ্ডৰ মন জিলাত সেনাৰ সন্ত্ৰাসদমন অভিযানৰ সময়ত এই দুৰ্ভাগ্যজনক ঘটনাতো সংঘটিত হয় ৷ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি মন জিলাত ভুলবশত: সেনাই গুলীচালনা কৰাত ১২ জন নীৰিহ লোকৰ মৃত্যু ঘটে…

ভাৰতত জন্ম হৈ ভাৰতৰ বিৰুদ্ধে ১০টা উইকেট দখল কৰা কোন এই আজাজ পেটেল?

আজাজ পেটেল! আজিৰ দিনটোত ভাৰতীয় বলাৰৰ বাবে এটা সন্ত্ৰাসৰ নাম আজাজ পেটেল। ভাৰতৰ বিৰুদ্ধে টেষ্ট মেটছৰ এটা ইনিংচতে দহটা উইকেট দখল কৰা কোন এই আজাজ ইউনুছ পেটেল? ভাৰতত জন্মগ্ৰহণ কৰা আজাজ পেটেলে কেনেকৈ স্থান লাভ কৰিলে নিউজিলেণ্ড দলত ? ভাৰতৰ…

কেনেকৈ কোটিপতি হৈছিল ৰতন টাটা?

ৰতন টাটালৈ অসম বৈভব সন্মান প্ৰদান কৰিছে অসম চৰকাৰে৷কেঞ্চাৰ চিকিৎসা সেৱাত অসমলৈ আগবঢ়োৱা সেৱাৰ বাবে ৰতন টাটাক প্ৰদান কৰা হৈছে অসম বৈভব সন্মান৷দেশৰ এইজন উদ্যোগপতি বর্তমান টাটা চনচ আৰু টাটা গ্ৰুপৰ অধ্যক্ষ৷ প্ৰায় ১০০ টা কোম্পানীৰ সাম্ৰাজ্য তথা ৬৭ বিলিয়ন…

বেংকৰ শাখা বিলুপ্ত হ’ব , আৰম্ভ হ’ব ডিজিটেল বেংক

বেংক হ’ব ডিজিটেল ৷ নাথাকিব বেংকৰ কোনো শাখা ৷ এনে এটা দিনৰ বাবে বেছি অপেক্ষা কৰিব নালাগে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণাৰ পৰা এই কথা প্ৰায় স্পষ্ট হৈ পৰিছে ৷ শুকুৰবাৰে ইনফিনিটি ফ’ৰামৰ এক সন্মিলনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে…

নির্বাচনৰ সময়ত অসম বিজেপিয়ে কিমান কোটি টকাৰ পুজি সংগ্ৰহ কৰিছিল

বিগত নির্বাচনত কোন ৰাজনৈতিক দলে কিমান টকাৰ পুজি সংগ্ৰহ কৰিছিল অথবা কিমান টকা ব্যয় কৰিছিল সেই সন্দর্ভত এক প্ৰতিবেদন মুকলি কৰিছে এডিআৰে৷এডিআৰৰ তথ্য অনুসৰি বিগত বিধানসভা নির্বাচনৰ সময়ত দেশৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দল সমূহে সংগ্ৰহ কৰিছিল সর্বমুঠ ১১১৬ কোটি ৮১…

ইউ এ পি এ আইন : গ্ৰেপ্তাৰ ১৯৪৮ , দোষী সাব্যস্ত কেৱল ৩৪

আন ল ফুল এক্টিভিটিজ প্ৰিভেনছন এক্ট চমুকৈ ইউ এ পি এৰ অধীনত ২০২০ চনত দেশত ১,৩২১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ ২০১৯ চনত এই আইনৰ অধীনত ১, ৯৪৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত…

কৃষকৰ আয় দুগুণ হবলৈ মাত্ৰ কেইটামান দিন ৷

২০২২ চনত দেশৰ কৃষকসকলৰ আয় দুগুণ হব৷সেই কথা কৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷কেনেদৰে কৃষকৰ আয় দুগুন কৰিব পৰা যায় , তাৰ কৌশল নিৰূপনৰ বাবে ২০১৬ চনৰ এপ্ৰিল মাহত মন্ত্ৰীসকলক লৈ এখন বিশেষ সমিতি গঠন কৰা হৈছিল ৷ এই সমিতিয়ে ২০১৮ চনৰ…