শ্ৰেণী ৰাষ্ট্ৰীয়

কি আছে নতুন শিক্ষানীতিত?

স্বাধীনতাৰ পিছত দেশৰ শৈক্ষিক দিশটোক এটা নতুন গতি প্ৰদান কৰাৰ উদ্দেশ্যে ১৯৬৮ চনত তদানীন্তন প্ৰধামন্ত্ৰী ইন্দিৰা গান্ধীৰ তত্বাৱধানত ভাৰত চৰকাৰে প্ৰথম খন ৰাষ্ট্ৰীয় শিক্ষা নীতিত অনুমোদন জনাইছিল।ইয়াৰ পিছতে ১৯৮৬ চনত প্ৰধামন্ত্ৰী ৰাজীৱ গান্ধীৰ অনুমোদন ক্ৰমে দেশত দ্বিতীয়খন শিক্ষা নীতি বলৱৎ…

ক’ৰোণাৰ পাছত প্ৰদূষণ : অনিৰ্দিষ্ট কাললৈ বন্ধ শিক্ষানুষ্ঠান

ঘৰৰ পৰা ওলালেই চকু জ্বলে ৷ চকুপানী ওলায় ৷ কাঁহ , হাচি . শ্বাসকষ্ট ৷ বতাহ প্ৰদূষিত ৷ প্ৰদূষণৰ মাত্ৰা ইমানেই বাঢ়িছে যে অনিৰ্দিষ্ট কাললৈ দিল্লী আৰু তাৰ চৌপাশৰ শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি দিয়া হৈছে ৷ ৫০ শতাংশ চৰকাৰী কৰ্মচাৰীক ৱৰ্ক…

শিশু পৰ্ণগ্ৰাফী : চি বি আইৰ অভিযান ক’ত চলিল ?

ইন্টাৰনেটত শিশু পৰ্ণগ্ৰাফী বন্ধ কৰিবলৈ তৎপৰ হৈ উঠিছে চি বি আই ৷ মঙলবাৰে দেশৰ ৭৬ টা স্থানত একেলগে অভিযান চলাই চি বি আইৰ তদন্তকাৰী দলে ৷ কেন্দ্ৰীয় শাসিত অঞ্চলসহ দেশৰ মুঠ ১৪ খন ৰাজ্যত এই অভিযান চলোৱা হৈছিল ৷ ইন্টাৰনেটত…

বন্ধ দিল্লী!

ৰাজধানী দিল্লীত বৰ্ধিত প্ৰদূষণৰ ফলত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ ৰখা হৈছে৷ কোভিডৰ দ্বিতীয় ঢৌৰ বাবে নৱেম্বৰত মুকলি হোৱা বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ পুনৰ বন্ধ ঘোষণা কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰৰ এটা বিবৃতিত কোৱা হৈছে যে, দিল্লী-এনচিআৰৰ সকলো বিদ্যালয় মহাবিদ্যালয় পৰবর্তী নিদের্শনা…

ইন্দ্ৰানী মুখাৰ্জীৰ জামিন আকৌ এবাৰ নাকচ

শ্বীনা বৰাৰ হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন আকৌ এবাৰ নাকচ হৈছে ৷ মঙলবাৰে বোম্বে উচ্চ ন্যায়ালয়ে ৷ নিজৰ জীয়ৰীক ২০১২ চনত নৃশংসতাৰে হত্যা কৰিছিল এইগৰাকী ইন্দ্ৰানী মুখাৰ্জীয়ে ৷ চি বি আইৰ অনুসন্ধানত পোহৰলৈ আহিছিল যে ইন্দ্ৰানী মুখাৰ্জীয়ে নিজৰ অতীতক…

উদ্বেগজনকঃ বিগত ২০ বছৰত ৰাজ্যত আৰক্ষীৰ জিম্মাত ৩৮ জন লোকৰ মৃত্যু

বিগত মঙলবাৰে উত্তৰ প্ৰদেশৰ কাচগঞ্জত ২২ বছৰীয়া আলতাফ নামৰ এগৰাকী যুৱকক হিন্দু পৰিয়ালৰ এগৰাকী নাবালিকা নিৰুদ্দেশ হোৱাৰ ঘটনা সন্দৰ্ভত আটক কৰিছিল আৰক্ষীয়ে। তাৰ পিছতে যুৱক জনৰ আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল। যুৱক জনৰ এই ৰহস্যজনক মৃত্যুৰ এতিয়া সৰ্বত্ৰ আঙুলি উঠিছে আৰক্ষীলৈ।…

দুখবৰঃ সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ ৫ গৰাকী লোকৰ দুৰ্ঘটনাত মৃত্যু

◆ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ পাঁচ জনকৈ লোকৰ মৃত্যু ◆ আজি এক শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই লোক কেইজনে ◆ বিহাৰৰ লক্ষীচৰাইত সংঘটিত হৈছে এই ঘটনা ◆ এখন টাটা চুমুৰে আহিছিল পৰিয়ালটো ◆ ট্ৰাকত খুন্দা মৰাৰ পিছতে সংঘটিত হৈছে…

‘সংবাদ মাধ্যমক ভয় নকৰে কোনে’ শীর্ষক বাণীৰে ৰাজ্য চৰকাৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস৷অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত ৰাজ্যিক ভিত্তিত উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস৷ দিছপুৰৰ পি ডব্লিউ ডি কনভেনচন চেণ্টাৰত আয়োজন কৰা হৈছে ৰাজ্যিক ভিত্তিক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস৷এই বর্ষৰ ৰাজ্যিক ভিত্তিক ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মূল বাণী-‘সংবাদ…

হিন্দু মহাসভাই প্ৰতিখন ৰাজ্যত স্থাপন কৰিব গডছেৰ প্ৰতিমূৰ্তি

এইবাৰ নাথুৰাম গডছেৰ প্ৰতিমূৰ্তি নিৰ্মান কৰিব হিন্দু মহাসভাই ৷ ইয়াৰ বাবে হাৰিয়ানাৰ আম্বালা কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা মাটি সংগ্ৰহ কৰিছে সংগঠনটোৱে ৷ এই কাৰাগাৰতে ১৯৪৯ চনত গান্ধী হত্যাকাৰী নাথুৰাম গডছেক ফাঁচী দিয়া হৈছিল ৷সোমবাৰে নাথুৰামৰ মৃত্যু বাৰ্ষিকী পালন কৰি হিন্দু মহাসভাই…

হাৰ্দিক পাণ্ডিয়াৰ ৫ কৌটি টকা মূল্যৰ ঘড়ী কোনে জব্দ কৰিলে ?

টি ২০ বিশ্বকাপৰ প্ৰদৰ্শনক লৈ সমালোচনাৰ সন্মুখীন হৈছে ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া ৷ বিশ্বকাপ শেষ , কিন্তু আকৌ এবাৰ বিতৰ্কত সোমাই পৰিছে পাণ্ডিয়া ৷ ডুবাইৰ পৰা ভাৰতলৈ ওভতাৰ পথত হাৰ্দিক পাণ্ডিয়াৰ পৰা দুটা কৌটিটকীয়া ঘড়ী জব্দ কৰিছে শুল্ক বিভাগে ৷ঘড়ী দুটা…