শ্ৰেণী ৰাষ্ট্ৰীয়

প্ৰধানমন্ত্ৰী মোদীৰ এখন সভাত ব্যয় কৰা হ’ব ২৩ কৌটি : ক’ত , কেতিয়া ?

মূল্যবৃদ্ধি , আৰ্থিক মন্দা একোৱেই যেন চুব নোৱাৰে আামাৰ ৰাজনেতাসকলক ৷ অসমৰ উপ নিৰ্বাচনত বিজয়ী হোৱা ৫ বিধায়কৰ শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰীতি ভোজনত ব্যয় হ’ল ১২ লাখ টকা ৷ এই বাতৰি প্ৰকাশ হোৱাৰ দুদিন পাছতে মধ্যপ্ৰদেশৰ পৰা আহিছে তাতোকৈও ডাঙৰ খবৰ…

টেষ্টত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক অজিংক ৰাহানে

নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট চিৰিজৰ বাবে ভাৰতীয় ক্ৰিকেট দল ঘোষণা কৰা হৈছে ৷ প্ৰথমখন টেষ্টত ভাৰতৰ অধিনায়ক হ’ব অজিংক ৰাহানে ৷ অৱশ্যে দ্বিতীয় টেষ্টত ফিল্ডত নামিব বিৰাট কোহলি আৰু তেৱেই দ্বিতীয় টেষ্টত দলটোক নেতৃত্ব দিব ৷ ২৫ নৱেম্বৰত কানপুৰত…

ৰাজনৈতিক দলক ৪২৬ কৌটি টকাৰ চান্দা দিওতাৰ অস্তিত্ব নাই

ৰাজনৈতিক দলসমূহে যিমান পৰিমানৰ চান্দা লাভ কৰে , তাৰ অধিকাংশ চন্দাৰ উৎস অজ্ঞাত ৷ অৰ্থাৎ অস্তিত্বহীন লোক আৰু প্ৰতিষ্ঠানৰ পৰা চান্দা সংগ্ৰহ কৰি আছে ৰাজনৈতিক দলসমুহে ৷ এছোছিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্ম চমুকৈ এ ডি আৰৰ শেহতীয়া এক প্ৰতিবেদনত এই তথ্য…

এমট্ৰ’নৰ একাউণ্টৰ পৰা হেৰাইছে ২.৫০ কোটি টকা।

বৃত্তিয় খেলিমেলিৰ অপৰাধত আটক কৰা হৈছে এমট্ৰ’নৰ গাণনিক ৰাহুল হুজুৰিক।বৃহস্পতিবাৰে চি আই ডিয়ে আটক কৰিলে এমণ্ট্ৰণৰ গাণনিকক৷আটকাধীন হুজুৰিক অজি ন্যায়ালয়ত হাজিৰ কৰাৰ সম্ভাৱনা৷

ভাৰতৰ এক নম্বৰ শত্ৰু কোন ? ক’লে বিপিন ৰাৱটে

ভাৰতৰ এক নম্বৰ অৰ্থাৎ প্ৰধান শত্ৰু কোন ? চীন নে পাকিস্তান ? এই প্ৰশ্নৰ উত্তৰ দিছে চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱটে ৷ তেও কয় যে পাকিস্তান ভাৰতৰ এক নম্বৰ শত্ৰু নহয় , চীনহে ভাৰতৰ প্ৰধান শত্ৰু ৷ টাইমছ নাও…

হিন্দুৰ বিষয়ে কি কথা লিখি ৰোষত পৰিছে ছলমান খুৰছিদ ?

কিতাপ লিখি হিন্দুত্ববাদীৰ ৰোষত পৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা ছলমান খুৰছিদ৷ খুৰছিদে তেওৰ শেহতীয়া গ্ৰন্থ ‘ছানৰাইজ অভাৰ অযোধ্যা : নেচনহুদ ইন আৱাৰটাইমছ’ গ্ৰন্থত বৰ্তমানৰ হিন্দুত্বক বকো হাৰাম আৰু আইছিছৰে তুলনা কৰিছে ৷ গ্ৰন্থখন প্ৰকাশ পোৱাৰ পাছতে জাঙুৰ খাই উঠিছে হিন্দুত্ববাদী সংগঠনসমূহ…

অসমলৈ আহিব গুজৰাটী গাই৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসমলৈ ২০০০ গিৰ গাই অনাৰ ব্যৱস্থা গ্ৰহণৰ বাবে পদ্ম হাজৰিকাৰ নেতৃত্বত অসমৰ এটা প্ৰতিনিধি দল বুধবাৰে গুজৰাটত উপস্থিত হৈ ৰাজ্যখনৰ পশুপালন মন্ত্ৰী ৰাঘৱ জি. পেটেলক সাক্ষাৎ কৰে। অসমৰ প্ৰতিনিধি দলটোৱে বুধবাৰে আবেলি ৪ বজাৰ পৰা প্ৰায় ১ ঘণ্টা…

অতিবৃষ্টিত প্ৰাণ গল ১২ জনৰ৷তামিলনাডুত অতিবৃষ্টিয়ে ব্যাহত কৰি ৰাখিছে সাধাৰণ জীৱন যাপন৷

অতিবৃষ্টিত প্ৰাণ গল ১২ জনৰ৷তামিলনাডুত অতিবৃষ্টিয়ে ব্যাহত কৰি ৰাখিছে সাধাৰণ জীৱন যাপন৷বন্ধ ঘোষনা কৰা হৈছে স্কুল কলেজ৷এতিয়ালৈ অতিবৃষ্টিৰ ফলত প্ৰাণ হেৰুৱালে ৰাজ্যখনৰ ১২ জন লোকে৷

আই চি ইউত জুই : ৪ টা শিশুৰ মৃত্যু

চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডৰ ফলত চাৰিটা শিশুৰ মৃত্যু হৈছে ৷ এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত ৷ সোমবাৰে নিশা ভূপালৰ কমলা নেহৰু হাস্পতালৰ পেডিয়েট্ৰিক আই চি ইউত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ সেই সময়ত ৫০ টা শিশু আই চি ইউত ভৰ্তি হৈ আছিল…

প্ৰবল বৰষুণে ক’ত প্ৰাণ কাঢ়িলে চাৰিজনৰ ?

ধাৰাষাৰ বৰষুণে বিপৰ্যস্ত কৰিছে তামিলনাডুৰ জনজীৱন ৷ বিগত কেবাদিনো ধৰি হৈ থকা মূষলধাৰ বৰষুণৰ ফলত চেন্নাইকে ধৰি ৰাজ্যখনৰ কেবাখনো চহৰ জলমগ্ন হৈ পৰিছে ৷ পৰিস্থিতি ইমানেই ভয়ানক হৈ পৰিছে যে ৪ জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে ৷ বিদ্যালয় – মহাবিদ্যালয়সমূহ…