শ্ৰেণী ৰাষ্ট্ৰীয়

গাড়ীচালক-স্বত্বাধিকাৰীৰ বাবে সুখবৰঃ বৃদ্ধি হ’ল ড্ৰাইভিং লাইচেঞ্চৰ ম্যাদ

⚫ আজিৰে পৰা বৃদ্ধি হ’ল যান-বাহনৰ নথি,‌ ড্ৰাইভিং লাইচেঞ্চ নৱীকৰণৰ ম্যাদ ⚫ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বৃদ্ধি কৰিছে নৱীকৰণ ৰ ম্যাদ ⚫ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহকো এই ম্যাদ বৃদ্ধি ৰূপায়ন কৰিবলৈ আহ্বান কেন্দ্ৰৰ ⚫ ৩১ অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে…

ভেকচিন ল’বলৈ আধাৰ কাৰ্ড ব্যৱহাৰ কৰিছিল নেকিঃ যদি কৰিছে তেন্তে সহজে পাব Health ID

যদি আপুনি ক’ভিড ভেকছিন গ্ৰহণ কৰিবলৈ আধাৰ কাৰ্ডখন Identification Document হিচাপে ব্যৱহাৰ কৰিছে তেন্তে আপোনাক ইতিমধ্যেই ডিজিটেল Health ID এটাৰ সৈতে সংযুক্ত কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সপ্তাহৰ আৰম্ভণিতে আয়ুষ্মান ভাৰত ডিজিটেল মিছন (এবিডিএম) দেশজুৰি আৰম্ভ কৰাৰ কথা…

জম্মু-কাশ্মীৰত পুনৰ সংঘৰ্ষঃ সেনাৰ গুলীত নিহত সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত পুনৰ ভাৰতীয় সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘাত। শ্বপিয়ান জিলাৰ ৰাহামা গাঁৱত সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পিছত পুৱতি নিশা অঞ্চলটোত অভিযান চলাবলৈ আহিছিল ভাৰতীয় সেনা আৰু নিৰাপত্তা বাহিনী। সম্পূৰ্ণ অঞ্চলটো ঘেৰি ধৰি বাৰম্বাৰ আত্মসমৰ্পণৰ আহ্বান জনোৱাৰ পিছতো আত্মসমৰ্পণ…

পুনৰ ভূইকঁপে জোকাৰি গ’ল উত্তৰ-পূৰ্বাঞ্চল

⚫ ভূইকঁপে জোকাৰি গ’ল উত্তৰ-পূৰ্বাঞ্চল ⚫ পুৱা ৯.১৯ বজাত অনুভূত জোকাৰণি ⚫ ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৪.৩ ⚫ অৰুণাচল প্ৰদেশৰ পানগিনৰৰ পৰা প্ৰায় ১৮৯ কি: মি: নিলগত ভূমিকম্পৰ অভিকেন্দ্ৰ ⚫ ভূমিকম্পতোৰ উৎপত্তিস্থল ভূ-পৃষ্ঠৰ পৰা ১৬৯ কি: মি: গভীৰতাত

কেনেকৈ বিশ্ব যুদ্ধৰ সময়তে মাটিত পুতি থোৱা বোমা বিস্ফোৰিত হৈ মণিপুৰত প্ৰাণ গৈছিল দুজনৰ?

মণিপুৰৰ সীমান্ত চহৰ ম’ৰেত বুধবাৰে দ্বিতীয় বিশ্ব যুদ্ধৰ সময়তে মাটিত পুতি থোৱা বুলি সন্দেহ হোৱা এটা বোমা বিস্ফোৰণ হৈ দুজন লোক নিহত হয় । জানিব পৰা মতে দুই ককাই-ভাই ২২ বছৰীয়া লিয়েঙখগিন গাংতে আৰু ২৪ বছৰীয়া লালচাংমৌন গাংতেই বুধবাৰে আবেলি…

কিয় দেশৰ কৰ্মক্ষেত্ৰত নিম্নগামী হৈছে নাৰীৰ স্থান? সৱিশেষ জানিবলৈ পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন –

ভাৰতীয় সমাজত মধ্যযুগৰ পৰাই মহিলাই পুৰুষৰ সমানে সন্মানজনক স্থান লাভ কৰি আহিছে। দেশত নাৰীৰ বিৰুদ্ধে যথেষ্ট উচ্চ হাৰত অপৰাধ সংঘটিত হয় যদিও নাৰীৰ স্থান এতিয়াও কোনো ক্ষেত্ৰতে নিম্নগামী হোৱা নাই। ইয়াৰ মাজতে এটা বিশেষ সমীক্ষাই প্ৰকাশ কৰিছে কিছু উদ্বেগজনক তথ্য।…

সুখবৰঃ তিনিটাকৈ চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত হৈছে অসমীয়া চুটি ছবি “নীলা জোতা”

প্ৰায় ২টা বছৰ ধৰি ৰাজ্যৰ চিনেমাহল কিম্বা প্ৰেক্ষাগৃহ বন্ধ হৈ থকাৰ পিছত চৰম হতাশগ্ৰস্ততাই চানি ধৰিছিল শিল্পী সমাজক। কিন্তু ইয়াৰ মাজতে আহিছে এটা ভাল খবৰ। জনপ্ৰিয় পৰিচালক ৰোণাল্ড হুছেইনৰ পৰিচালিত চুটি ছবি নীলা জোতা তিনিটাকৈ চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত হৈছে।…

ৰাজধানী দিল্লীত নিষিদ্ধ হব আতচবাজীঃ কিন্তু কিয়?

দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিয়ে (ডিপিচিচি) মঙলবাৰে ১ জানুৱাৰী-২০২২ ৰ ভিতৰত দেশৰ ৰাজধানী চহৰখনত আতচবাজী বিক্ৰী আৰু জ্বলোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰাৰ নিৰ্দেশ দিছিল। সেই নিৰ্দেশ অনুসৰি বহু বিশেষজ্ঞই ইংগিত দিছে যে বহু সংখ্যক লোকে আতচবাজী ফুটাই উদযাপন কৰিবলৈ একত্ৰিত হলে…

পদত্যাগৰ পিছত হাইকামাণ্ড আৰু সতীৰ্থৰ বিৰুদ্ধে ক্ষোভ উজাৰি কি ক’লে নৱজ্যোত সিং সিদ্ধুয়ে?

পঞ্জাৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিলে প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ নেতা নৱজ্যোত সিং সিদ্ধুয়ে। পদত্যাগৰ পিছত এটা ভিডিঅ’ টুইট কৰি সিদ্ধুয়ে কয় – মই শেষলৈকে সত্য আৰু অধিকাৰৰ বাবে যুঁজ অব্যাহত ৰাখিম। ভিডিঅটোত সিদ্ধুয়ে লগতে কয় যে-মৰমৰ পাঞ্জাৱী ভাই-বন্ধু…

আজি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অপ্ৰতিৰোধ্য সেনাপতি ভগৎ সিঙৰ জন্মতিথি

ভগৎ সিঙৰ জন্ম হৈছিল ১৯০৭ চনৰ ২৮ ছেপ্টেম্বৰত জাট নামৰ এক শিখ পৰিয়ালত। সিঙৰ পৰিয়াল পূৰ্বৰ পৰাই ব্ৰিটিছ বিৰোধী আন্দোলনৰ সৈতে জড়িত আছিল। কৈশোৰ কালতেই ভগৎ সিঙে ইউৰোপীয় আন্দোলনৰ ইতিহাস সম্পৰ্কে অধ্যয়ন কৰিছিল। সৰুতেই সাম্যবাদৰ প্ৰতি আকৃষ্ট হৈছিল সিং। ইয়াৰোপৰি…