Browsing Category
শীৰ্ষ সংবাদ
মূল্যবৃদ্ধি চিন্তনীয় বিষয় নহয় মোদী চৰকাৰ
ব্যাপক মূল্যবৃদ্ধিৰ মাজত স্নায়ু যুদ্ধত লিপ্ত হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক। মূল্যবৃদ্ধিৰ বাবে ইটোৱে সিটোলৈ ঠেলিছে দোষ। তাৰ মাজতে নৰেন্দ্ৰ মোদী চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ মন্তব্যই হতচকিত কৰিছে সকলোকে। নিত্যব্যৱহাৰ্য…
চট্টগ্ৰামৰ পৰা চলিব নেকি অসম অস্থিৰ কৰাৰ চক্ৰান্ত?
বাংলাদেশৰ শেহতীয়া পৰিস্থিতি ভাৰতৰ বাবে বিশেষকৈ অসমৰ বাবে অতি চিন্তনীয় বিষয় হৈ পৰিছে৷ এটাৰ পাছত আন এটা বেয়া খবৰ আহিছে বাংলাদেশৰ পৰা৷ এহাতে বাংলাদেশ মৌলবাদীৰ গ্ৰাসত সোমাই পৰিবলৈ লৈছে, আনহাতে বাংলাদেশৰ লগত আৰম্ভ হৈছে পাকিস্তানৰ পোনপটীয়া…
গৌৰৱ গগৈ কেৱল কংগ্ৰেছৰ নে পৰিৱৰ্তনকামী জনতাৰ নেতা হ’ব বিচাৰে?
THE CROSSCURRENT TAKE
২০২৪ চনৰ লোকসভা নিৰ্বাচন অসমৰ বাবে কেইবাটাও কাৰণত আছিল অত্যন্ত তাৎপৰ্যপূৰ্ণ৷ তাৰ মাজৰ এটা ব্যতিক্ৰম ঘটনা আছিল যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ বিজয়৷ বিজেপিৰ চক্ৰবেহু ফালি অভিমন্যুৰ ৰূপত যোৰহাটত বিজয় সাব্যস্ত কৰিলে…
কংগ্ৰেছে বাস্তৱতাক বুজিব কেতিয়া?
কংগ্ৰেছ এতিয়াও আত্মবিশ্বাসী যে সমগ্ৰ দেশৰ জনতাই বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰি কংগ্ৰেছক ভোট দিবলৈ উদগ্ৰীৱ হৈ আছে৷ কিন্তু কংগ্ৰেছৰ এই ভাৱনাক এটাৰ পাছত আন এটা নিৰ্বাচনৰ ফলাফলে বাৰম্বাৰ ভুল প্ৰমানিত কৰিছে৷ এইটো অনস্বীকাৰ্য যে ভাৰতৰ নিৰ্বাচনী…
আমেৰিকাত বন্ধ হোৱা ই ভি এম ভাৰতত কিয়?
অৰূপ কলিতা, দ্য ক্ৰছকাৰেণ্টঃ
মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনৰ পাছতেই আকৌ সন্দেহৰ আৱৰ্তত সোমাই পৰিছে ই ভি এম৷ বিৰোধী দলসমূহে ই ভি এমৰ জালিয়াতিৰ সম্ভাৱনাৰ বিষয়টোক অত্যন্ত গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে৷ কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে ভি…
৫০ বছৰলৈ ক্ষমতাত থকাৰ নীল নক্সা বিজেপিৰ
নিৰ্বাচন আয়ুক্ত সমিতিত থাকিব তিনিগৰাকী সদস্য৷ এই সদস্যসকল হ’ল –প্ৰধানমন্ত্ৰী , বিৰোধী দলপতি আৰু প্ৰধানমন্ত্ৰীৰ দ্বাৰা মনোনীত এগৰাকী কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী৷ অৰ্থাৎ এই তিনিজনীয়া কমিটীত চৰকাৰী পক্ষই সংখ্যাগৰিষ্ঠ ৷ যাৰ জৰিয়তে তেওঁলোকে নিজৰ…
লোহা চোৰ দিলীপ গোৱেংকাৰে কি সম্পৰ্ক মুখ্যমন্ত্ৰীৰ?
ফুটপাথৰ লোহা চোৰ কৰি দিলীপ গোৱেংকাৰ কোটি টকাৰ বেহা। লোহা চোৰ দিলীপ গোৱেংকাই কেনেকৈ পালে জাগীৰোডৰ যন্ত্ৰাংশ? লোহা চোৰ দিলীপ গোৱেংকাক কোনে দিলে পুৰণি গাড়ী স্ক্ৰেপ কৰাৰ ঠিকা? লোহা চোৰ দিলীপ গোৱেংকাক গ্ৰেপ্তাৰৰ সাহস হ’বনে অসম আৰক্ষীৰ?
Adani Group’s Fee Hikes at Guwahati Airport Spark Outrage, Impacting Airlines and Passengers
14 November,2024, The Crosscurrent: Since the Adani Group took over the management of Guwahati Airport landing, parking, and user development fees have surged, prompting concerns from airlines and passengers. The drastic fee hikes, more…
জলজীৱনৰ দুৰ্নীতিৰ ভয়ানক আখ্যানঃ দুৰ্নীতিৰ সহভাগী কলকাতা–হাৰিয়ানা-মুম্বাইৰ প্ৰতিষ্ঠান
বিশেষ প্ৰতিবেদন, দ্য ক্ৰছকাৰেণ্টঃ জলজীৱন আঁচনিৰ ৰূপাণত ৰাজ্যত সংঘটিত হৈছে ভয়ানক দুৰ্নীতি৷ যাৰ বাবে কেন্দ্ৰই বন্ধ কৰি দিছে অসমৰ জলজীৱন আঁচনিৰ ধন৷ পৰিণতিত সমগ্ৰ ৰাজ্যত বন্ধ হৈ পৰিছে জলজীৱনৰ ৰূপায়ণ৷ জলজীৱনৰ ৰূপায়ণত সংঘটিত ভয়ংকৰ অনিয়মৰ এই তথ্য…