Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ পিছত আজি দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। নিশা ৮ বজাত প্ৰধানমন্ত্ৰীয়ে কি সম্বোধন কৰিব তাক লৈ ব্যাপক চৰ্চা হৈছে। দেশত লক্ ডাউন বৃদ্ধি কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে…
আজি ১২ মে’: বহু নিৰীহৰ মৃত্যুৰ সাক্ষী
১২ মে' - একবিংশ শতিকাৰ এটা ক'লা দিন।অনেক নিৰীহৰ মৃত্যুৰ সাক্ষী এই দিনটো। জানি লও আহক এই দিনটোৰ কেইটামান বিশেষ ঘটনা -
১৬৬৬:পুৰন্দৰ সন্ধি অনুসৰি শিৱাজী আৰু ঔৰংজেৱৰ সাক্ষাৎ।
২০০২:আমেৰিকাৰ পূৰ্বৰ ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰে ফিদেল কাষ্ট্রোৰ লগত…
গুৱাহাটীত নতুনকৈ দুজন ব্যক্তি ক’ৰোনাত আক্ৰান্ত
গুৱাহাটীত নতুনকৈ দুজন ব্যক্তি ক'ৰোনাত আক্ৰান্ত হৈছে৷
ইয়াৰে এজনৰ আচল ঘৰ মৰিগাঁৱত৷
আনজন ব্যক্তি গুৱাহাটীৰ৷ টুইটযোগে এই খবৰ প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই
Alert ~ 2 persons are tested #COVID19 + in Guwahati. One originally hails…
অর্ণৱ গোস্বামীক জেৰা কৰা বিষয়া দুজনৰ এজন ক’ভিড -১৯ পজিটিভ
ৰিপাব্লিক টিভিৰ এডিটৰ ইন চীফ অর্ণৱ গোস্বামীক এক মানহানি গোচৰত যোৱা মাহত মাৰাথান জেৰা চলাইছিল মুম্বাই আৰক্ষীয়ে৷ অর্ণৱ গোস্বামীক জেৰা কৰা বিষয়া দুজনৰ এজন ক'ভিড -১৯ পজিটিভ৷ আজি এই কথা উচ্চতম ন্যায়ালয়ত জনাই সাংবাদিকগৰাকীৰ অধিবক্তা হৰিশ চালভেই৷…
মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ নামত ভুৱা বাতৰি
মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ নামত ভুৱা বাতৰি বিয়পোৱাৰ এক খবৰ পোহৰলৈ আহিছে৷ ক'ভিড-১৯ সম্পর্কীয় সকলো আপডেট টুইটাৰত টুইট কৰি জনাই আহিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে৷ মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ এক টুইটৰ স্ক্ৰীণশ্বট ভাইৰেল হয় চচিয়েল মিডিয়াত৷ টুইটটোত…
কৰোনা ভাইৰাছক অজুহাত হিচাপে লৈ কেন্দ্ৰীয় চৰকাৰে ৰাজনীতি কৰিব বিচাৰিছে- মমতা বেনাৰ্জী
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সকলৰ মাজত হোৱা ভিডিও কনফাৰেন্সৰ সময়ত মুকলিকৈ ক্ষোভ উজাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক কঠোৰ সমালোচনা কৰি তেওঁ কয় যে কৰোনা ভাইৰাছক অজুহাত হিচাপে লৈ…
ডাউদ ইব্ৰাহিমৰ সহযোগত পুনৰ ২৬/১১ৰ দৰে ভাৰত আক্ৰমণৰ পৰিকল্পনা লস্কৰ ই তৈবাৰ
২৬ এপ্ৰিল, ২০০৮ চন। কুখ্যত সংগঠন লস্কৰ ই তৈবাৰ পৰিকল্পিত আক্ৰমণত কঁপি উঠিছিল ভাৰতৰ বাণিজ্যিক ৰাজধানী মুম্বাই। আজি প্ৰকাশিত খবৰ অনুসৰি আণ্ডাৰৱৰ্ল্ডৰ ডন ডাউদ ইব্ৰাহিমৰ সহযোগত পুনৰ ২৬/১১ৰ দৰে ভাৰত আক্ৰমণৰ পৰিকল্পনা লস্কৰ ই তৈবাৰ। চোৰাংচোৱাৰ…
বিতৰ্কিত ‘বয়জ লকাৰ ৰূম’ ঘটনাৰ নতুন মোৰ
বিতৰ্কিত 'বয়জ লকাৰ ৰূম' ঘটনাৰ নতুন মোৰ। অশ্লীল কথাবতৰা, সহপাঠীক গণ ধৰ্ষণৰ পৰিকল্পনা কৰা আৰু অশ্লীল ফটো লাভ কৰা 'বয়জ লকাৰ ৰূম'ৰ ঘটনা কোনো কিশোৰৰ কাৰ্য নহয়। দিল্লীৰ এগৰাকী ছাত্ৰীয়ে ভুৱা একাউণ্ট খুলি নিজকে কিশোৰৰ পৰিচয় দিছিল আৰু গণধৰ্ষণৰ…
বিলাসীপাৰা- ঠেলাত উঠাই গৰ্ভৱতী মহিলাক নিব লগা হ’ল চিকিৎসালয়লৈ
লক্ ডাউনৰ সময়তেই ৰাজ্যত সংঘটিত হোৱা আন এক দুখলগা ঘটনাৰ খবৰ প্ৰকাশ পাইছে৷ এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰাত। এগৰাকী গৰ্ভৱতী মহিলাক ঠেলাত উঠাই কেইবা কিলোমিটাৰ দূৰত থকা চিকিৎসালয়লৈ নিব লগা হ'ল পৰিয়ালৰ লোকে। বিলাসীপাৰাৰ ১ নং হাতীপুটা গাঁৱৰ নিবাসী…
ক’ৰোনা: ভাৰতত এদিনত আক্ৰান্ত ৪,২১৩
ক’ৰোনা সংক্ৰমনৰ ক্ষেত্ৰত কালিৰ দিনটো ভাৰতৰ বাবে আছিল অত্যন্ত চিন্তনীয়৷
• এদিনত দেশত সৰ্বাধিক লোক আক্ৰান্ত হয় দেওবাৰৰ দিনটোত৷ বিগত ২৪ ঘন্টাত ভাৰতত ৪,২১৩ গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে৷ মৃত্যু হ’ল ৯৭ গৰাকী ৰোগীৰ৷
• ভাৰতত মুঠ আক্ৰান্তৰ…