Investigative reporting with dedication.
ভাষা নাথাকিলে জাতি নাথাকে- বিধানসভাত প্ৰতিবাদ অখিল গগৈৰ

আজি বিধানসভা অধিবেশনৰ চতুর্থ দিন৷চতুর্থটো দিনত বিধানসভাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। ‘ভাষা নাথাকিলে জাতি নাথাকে’, ‘এ পি এছ চিত অসমীয়া ভাষা শেষ?’ লিখা টিছাৰ্ট পৰিধান কৰি, ডিঙিত গামোচা লৈ প্ৰতিবাদ সাব্যস্ত অখিল গগৈৰ৷ সাংবাদিকৰ আগত গগৈৰ…










