Investigative reporting with dedication.
যোগীৰ ৰাজ্যত কিমান সুৰক্ষিত মহিলা ?

2020 বৰ্ষৰ তুলনাত 2021 বৰ্ষত বৃদ্ধি পালে মহিলাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ। ২০২১ চনত ৰাষ্ট্ৰীয় মহিলা আয়োগে মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ অভিযোগ লাভ কৰিছে প্ৰায় 31,000 টা।যি সংখ্যা 2014 চনৰ পিছত সৰ্বাধিক।আৰু ইয়াৰে আধাতকৈও অধিক গোচৰ উত্তৰ প্ৰদেশৰ।উল্লেখ্য যে ২০১৪ চনত…










