The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

অৰুণাচল প্ৰদেশৰ ১৫ টা স্থানৰ নাম সলনি চীনৰ

চীনে অতীতৰে পৰা অৰুণাচল প্ৰদেশক চীনৰ অংশ হিচাপে ধাৰাবাহিকভাৱে দাবী কৰি আহিছে আৰু ভাৰতে প্ৰতিবাৰেই ইয়াক দৃঢ়ভাৱে অস্বীকাৰ কৰিছে। কিন্তু বিবিচিৰ এটা বাতৰি অনুসৰি, ৩০ ডিচেম্বৰ বৃহস্পতিবাৰে চীনৰ বৈদেশিক মন্ত্ৰালয়ে ভাৰতৰ অৰুণাচল প্ৰদেশৰ ১৫ টা স্থানৰ  নাম সলনি কৰিছে। চীনে…

ভাৰতত দিনে দিনে বৃদ্ধি পাইছে কোভিড-১৯ ৰোগীৰ সংখ্য়া

ভাৰতত প্ৰত্যেক দিনে বৃদ্ধি পাইছে কোভিড-১৯। দেওবাৰৰ লৈকে ভাৰতত কভিডত আক্ৰান্ত ২৭,৫৫৩ জন ৰোগী চিনাক্ত হৈছে। মৃত্যু হৈছে ২৮৪ জন। আনহাতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এক প্ৰেছ বিজ্ঞপ্তিঅনুসৰি ভাৰতত অমিক্ৰনত আক্ৰান্ত ৰোগীৰ সংখ্যা ১,৫২৫ জন। ৰাজধানী চহৰ দিল্লীত শনিবাৰে ২৭১৬ জন…

৬ কোটি টকা সুৰা বিক্ৰী

গুৱাহাটী মহানগৰীত ৩১ ডিচেম্বৰৰ দিনটোত বিক্রী হয় কোটি টকাৰ সুৰা। নৱবৰ্ষক আদৰিবলৈ গুৱাহাটীবাসীয়ে কালি দিনটোত ক্ৰয় কৰিলে ৬ কোটি টকাৰ সুৰা। চৰকাৰে কঠোৰ নিয়ম বান্ধি দিয়া পাছতো গুৱাহাটী মহানগৰীৰ আৰক্ষীয়ে কালি দিনটোত মদ্যপান কৰি অহা ৬৩ জন লোকৰ ডাইভিং লাইচেঞ্চ…

নৱবৰ্ষৰ প্ৰথমটো দিনতেই মুখ্যমন্ত্ৰীৰ সংবাদমেল

আজি ২০২২ বৰ্ষৰ প্ৰথমটো দিন। আজিৰ দিনটোতে কইনাধৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক, সম্পাদকসকলৰ সৈতে সংবাদমেল অনুষ্ঠিত কৰি মত বিনিময় কৰে। লগতে অসম চৰকাৰৰ তৰফৰ পৰা সমূহ অসমবাসীক ইংৰাজী নববর্ষৰ শুভেচ্ছা জনাই। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে লগতে নতুন বছৰত…

ভাৰতত দ্ৰুতগতিত সংক্ৰমিত হৈছে অমিক্ৰণ

ভাৰতত অ’মিক্ৰণ দ্ৰুতগতিত সংক্ৰমিত হৈছে। আজিৰ দিনটোত ভাৰতৰ অ’মিক্ৰনত আক্রান্ত সংখ্যা ১৪৩১ জন, মহাৰাষ্ট্ৰত সৰ্বাধিক ৪৫৪ জন, দিল্লীত ৩৫১ জন, তামিলনাডুত ১১৮ জন, গুজৰাটত ১১৫ জন আৰু কেৰালাত ১০৯ জন । ইফালে দেশখনত যোৱা ২৪ ঘণ্টাত ২২,৭৭৫ জন নতুনকৈ কৰোনাত…

নববৰ্ষৰ পুৱাই ১৩ জন লোক নিহত, ১২ জনৰো অধিক আহত

নৱবৰ্ষৰ পুৱাই প্ৰায় ৩ বজাত জম্মু-কাশ্মীৰৰ মাতা বৈষ্ণোদেৱী তীৰ্থস্থানত সংঘটিত পদপিষ্ট হৈ ১২ জন  তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে । ১৩ জনলোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। বৰ্তমান আহতসকল নাৰায়ণ চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তেওঁলোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। মৃতসকলৰ…

এক জানুৱাৰীৰ ঘোষণা : আপুনিও আমাৰ সাংবাদিক হ’ব পাৰিব

এটা নতুন বছৰৰ আৰম্ভণিত আমিও এক নতুন যাত্ৰাৰ পাতনি মেলিব বিচাৰিছো ৷ অধিক পৰিসৰত , অধিক বিস্তৃত ৰূপত আমাৰ দৰ্শক , পঢ়ুৱৈৰ বাবে নিৰ্বাচিত খবৰ আগবঢ়াই দিয়াৰ পৰিকল্পনা হাতত লৈছো ৷ এই পৰিকল্পনাক সাকাৰ ৰূপ দিবলৈ আমাক প্ৰয়োজন এদল দায়বদ্ধ…

5G সেৱা ক্ষেত্রত বাদ পৰিল অসম কিয়?

5G সেৱা ক্ষেত্রত অসম বাদ পৰি ৰ’ল। নতুন বছৰৰ পৰা ভাৰতত আৰম্ভ হ’ব 5G সেৱা। আহমেদাবাদ, বেংগালুৰু, চণ্ডীগড়, চেন্নাই, দিল্লী, লক্ষ্ণৌ, মুম্বাই, গান্ধীনগৰ, গুৰুগ্ৰাম, হায়দৰাবাদ, জামনগৰ, কলকাতা আৰু পুনেত আৰম্ভ হ’ব 5G সেৱা। ১৩ খন ঠাইত প্ৰথমতে আৰম্ভ হ’ব 5G…

২০২১ ত প্ৰাণ হেৰুৱালে ৪৫ সাংবাদিকে

২০২১ ত প্ৰাণ হেৰুৱালে অসম বা ভাৰত নহয় , সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমৰ বাবে এটা ক’লা বছৰ হৈ ৰ’ল ২০২১ চন ইন্টাৰনেচনেল প্ৰেছ ইনষ্টিটিউটে সদৰী কৰা তথ্য অনুসৰি ২০২১ চনত সমগ্ৰ বিশ্বত প্ৰাণ হেৰুৱালে ৪৫ গৰাকী সাংবাদিকে ৷ এই তালিকাত…

মিত্ৰতা বিচাৰি নৰেন্দ্ৰ মোদীয়ে শাৰদ পাৱাৰক কি কৈছিল?

পঞ্জাৱ, উত্তৰ প্ৰদেশকে ধৰি ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমাগত। শাসক-বিৰোধী প্ৰতিটো দলেই লিপ্ত হৈছে তীব্ৰ বাকযুদ্ধকত। নিৰ্বাচনৰ ধুমুহাৰ মাজতেই ইণ্ডিয়ান এক্সপ্ৰেছৰ মাৰাঠী কাকতত প্ৰকাশ পোৱা এটা খবৰ অনুসৰি শাৰদ পাৱাৰক ২০১৯ৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি দলৰ সৈতে মিত্ৰতা…