Investigative reporting with dedication.
বিজেপিৰ ৰেলীত বাধা,’ৰোষ’ত পৰিছে গৃহ সচিব

ৰেলীত বাধা কিয়? বিজেপিৰ ৰেলীত বাধা,’ৰোষ’ত পৰিছে গৃহ সচিব সোমবাৰৰ ভিতৰত দিব লাগিব তথ্য বিজেপিৰ সচিবালয় যাত্ৰাৰ কাৰ্যসূচীত প্ৰশাসনে বলপূৰ্বকভাৱে বাধা দিয়া সম্পৰ্কত তথ্য বিচাৰিছে কলকাতা উচ্চ ন্যায়ালয়ে৷ পশ্চিম বংগৰ মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে মঙলবাৰে নবান্ন চল’…










