The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

বাঘ আহিব,ব্যয় ৯১ কোটি

বাঘ আহিব,ব্যয় ৯১ কোটি ৭০ বছৰৰ পিছত ভাৰতত চিতা বাঘৰ বাবেও নিৰ্মাণ হেলিপেড ৮ টা চিতা ভাৰত আহি পাব শনিবাৰে প্ৰথমবাৰৰ বাবে আফ্ৰিকাৰ চিতাই প্ৰৱেশ কৰিব আন এখন মহাদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে এই বাঘ কেইটা এৰি দিয়া হ’ব…

‘অভিশপ্ত’ নেকি গেৰুকামুখ?

অভিশপ্ত নেকি গেৰুকামুখ? অঘটনে লগ নেৰা হৈছে গেৰুৱাকামুখক গেৰুকামুখত নিৰ্মীয়মাণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত ভূমিস্খলন সংঘটিত হৈছে৷ গেৰুকামুখৰ NHPC প্ৰকল্পৰ ডাইভাৰ্চন টাৰ্ণেললৈ যোৱা পথটো খহি পৰিছে৷ অৰুণাচল পাহাৰত হৈ থকা মুষলধাৰ বৰষুণৰ ফলত এই ভূমিস্খলন সংঘটিত হৈছে৷ ২ নং টানেলৰ…

৩ বাৰৰ মুখ্যমন্ত্ৰী বিজেপিলৈ

বয়সেও ৰোধিব পৰা নাই কেপ্তেইন অমৰিন্দৰক কেপ্তেইন অমৰিন্দৰ সিঙে দলে বলে যোগদান কৰিব বিজেপিত ৮০ বছৰীয়া অমৰিন্দৰ সিঙ পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিগত বৰ্ষত কংগ্ৰেছ ত্যাগ কৰিছিল কেপ্তেইন অমৰিন্দৰে ৫ টা দশক কংগ্ৰেছ দলত থকা সিং আছিল পঞ্জাৱৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী কংগ্ৰেছ…

গোৱাৰ ‘হাত’ত হাত নাই অসমৰ মুখ্যমন্ত্ৰীৰ

গোৱাৰ ‘হাত’ত হাত নাই অসমৰ মুখ্যমন্ত্ৰীৰ যত দোষ নন্দঘোষ নহয় এইবাৰ গোৱা কংগ্ৰেছ ভঙাত জড়িত নাই অসমৰ মুখ্যমন্ত্ৰী কংগ্ৰেছৰ অভিযোগ নস্যাৎ কৰিছে মুখ্যমন্ত্ৰী হিমন্তই বুধবাৰে গোৱাৰ ৮ জন বিধায়কে বিজেপিত যোগদান কৰিছিল ১১জন বিধায়কৰ ৮ জনেই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত…

প্ৰথমবাৰৰ বাবে সৰ্ব ভাৰতীয় বেঙ্ক বিষয়া মহাসংঘৰ সাধাৰণ সম্পাদক পদত অসমৰ বিষয়া

অসম তথা উত্তৰ পূৰ্বান্চলৰ এজন বেংক বিষয়া বিষয়া প্ৰথমবাৰৰ বাবে সৰ্ব ভাৰতীয় বেঙ্ক বিষয়া মহাসংঘৰ (আইবক)ৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে । বৰ্তমান ভাৰতীয় ষ্টেট বেঙ্ক বিষয়া সন্থাৰ অধ্যক্ষৰূপে কৰ্মৰত ৰূপম ৰয়ে আজি এই গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিছে। গুৱাহাটীৰ দিছপুৰত…

তলা ওলমিব নেকি অসম সাহিত্য সভাৰ কাৰ্যালয়ত?

২০২৩ চনৰ ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈকে নাৰায়ণপুৰত অনুষ্ঠিত হ’ব ষষ্ঠ সপ্ততিতম অসম সাহিত্য সভাৰ অধিৱেশন । তাৰ পূৰ্বে অসম সাহিত্য কাৰ্যালয়ৰ কাম -কাজত স্থৱিৰতা ৷ প্ৰাপ্য বেতনৰ পৰা বঞ্চিত সাহিত্য সভাৰ কৰ্মচাৰী বহিব প্ৰতিবাদত ৷ চৰকাৰে কিয় প্ৰতাৰণা কৰিছে…

গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়েও ত্যাগ কৰিলে দল

গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়েও ত্যাগ কৰিলে দল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাৰতক একেলগ কৰাৰ প্ৰয়াস চলাই থকাৰ সময়তে দলৰ ৮ জন বিধায়কে দল এৰি বিজেপিত যোগদান কৰিলে৷ “ কংগ্ৰেছৰ ‘ভাৰত জোড়ো’ যাত্ৰাৰ ব্যাপক সফলতাৰ পিছত বিজেপিয়ে আৰম্ভ কৰিছে অপাৰেশ্যন খিচিৰি অভিযান৷বিজেপিয়ে…

জম্মু কাশ্মীৰত বাছ দুৰ্ঘটনাত ৯জন নিহত,আহত ২৭ জন

দুৰ্ঘটনাত নিহত ৯,আহত ২৭ পুঞ্চত ভয়ংকৰ দুৰ্ঘটনা জম্মু কাশ্মীৰত বাছ দুৰ্ঘটনাত ৯জন নিহত,আহত ২৭ জন জম্মু কাশ্মীৰৰ গলি ময়দানৰ পৰা পুঞ্চলৈ গৈ থকাৰ পথত বুধবাৰে পুৱা এখন বাছ দ’ খাৱৈত বাগৰি পৰে৷ যাত্ৰীবাহী বাছখনত মুঠ ৩৬ গৰাকী যাত্ৰী আছিল,ইয়াৰে ৯…